Author: চাজিদ খান
বিনাবেতনে ৩৮ বছৰ শিক্ষকতা কৰি অবসৰ গ্ৰহণ কৰিলে প্ৰধান শিক্ষকে
এগৰাকী মানব সম্পদ গঢ় দিয়া ব্যক্তিৰ সুদীৰ্ঘ দিন ধৰি কৰা সেৱাৰ প্ৰতিদান স্বৰূপে চৰকাৰী ঘৰৰ পৰা এটকাও নোপোৱাকৈ নিজৰ শিক্ষকতা জীৱন সামৰিলে…
ওদালগুৰিত হাতীৰ গচকত প্ৰাণ গ’ল এজন যুৱকৰ
ওদালগুৰিৰ ভাৰত-ভুটান সীমান্তত অৱস্থিত গাঁও সমূহত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। সোমবাৰে নিশা জিলাখনৰ হৰিশিঙা থানাৰ অন্তৰ্গত বনগুৰুমত হাতীৰ আক্ৰমণত থিতাতে প্ৰাণ গ’ল…
ওদালগুৰিৰ গৌৰাঝাৰত পথ দুৰ্ঘটনাত নিহত এগৰাকী মহিলা
মঙলবাৰে সন্ধিয়া প্ৰায় ৫.১০ বজাত ওদালগুৰি জিলাৰ পানেৰী আৰক্ষী থানাৰ অন্তৰ্গত গৌৰাঝাৰৰ মঙলদৈ-ভূটিয়াচাঙত সংঘটিত এক পথ দুৰ্ঘটনাত এখন মিনি যাত্ৰীবাহী ভানে খুন্দিওৱাৰ…
পূব মণ্ডল ছাব জুনিয়ৰ বক্সিং টুৰ্নামেণ্টত ওদালগুৰিৰ চাৰিগৰাকী বক্সাৰে লাভ কৰিলে স্বৰ্ণ
যোৱা ২৪ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ গোলাঘাটত অনুষ্ঠিত হোৱা পূব মণ্ডল ছাব জুনিয়ৰ ল’ৰা/ছোৱালী বক্সিং চেম্পিয়নশ্বিপত ওদালগুৰিৰ চাৰিগৰাকী বক্সাৰে সোণৰ পদক অৰ্জন…
গুৱাহাটী বিশ্ববিদ্যালয়ত সাহিত্য উৎসৱ আৰম্ভ
অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আৰু যুৱ প্ৰজন্মৰ কিতাপ পঢ়াৰ আগ্ৰহ বৃদ্ধি কৰাৰ লক্ষ্যৰে মঙলবাৰৰ পৰা আৰম্ভ হৈছে বিশ্ববিদ্যালয় সাহিত্য উৎসৱ।…
বেডমিণ্টন খেলি থকা অৱস্থাতেই কৰুণ মৃত্যু কিশোৰৰ
এখন বেডমিণ্টন প্ৰতিযোগিতাত অংশ লৈ চানু ৰাভা ওৰফে ডেভিদ নামৰ এগৰাকী ১৫ বছৰীয়া ছাত্ৰই কৰুণ মৃত্যুক আকোৱালি ল’ব লগীয়া হোৱা ঘটনাই সম্প্ৰতি…
অসম আৰক্ষী জোৱানৰ এন ডি এফ বিৰ সমৰ্থনত প্লে-কাৰ্ড
ওদালগুৰিত ১২ ফ্ৰেব্ৰুৱাৰিত অনুষ্ঠিত হোৱা এখন প্ৰতিবাদী সভাত অসম আৰক্ষীৰ এজন কৰ্তব্যৰত জোৱানে বিদ্ৰোহী সংগঠন এন ডি এফ বিৰ সমৰ্থনত ‘‘এন ডি…
যাৱজ্জীৱন কাৰাদণ্ড পোৱা ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীত ওদালগুৰিত বিশাল প্ৰতিবাদ
অভিশপ্ত ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণত জড়িত থকা বাবে আদালতে যাৱজ্জীৱন কাৰাবাস দিয়া এন ডি এফ বিৰ অধ্যক্ষ ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীত…
সৰস্বতী পূজাৰ প্ৰাকক্ষণত ওদালগুৰিত পথ দুৰ্ঘটনাত নিহত শিক্ষয়িত্ৰী
সৰস্বতী পূজাৰ প্ৰাকক্ষণত শনিবাৰে ওদালগুৰিত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এগৰাকী শিক্ষয়িত্ৰীয়ে কৰুণ মৃত্যুক সাবটি লোৱা ঘটনাই সকলোকে মৰ্মাহত কৰি তুলিছে। দুৰ্ঘটনাত…
ওদালগুৰিত পথ দুৰ্ঘটনাত দুজন লোক নিহত; আহত আন কেইবাজনো লোক
ওদালগুৰিত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত দেওবাৰে দুজন লোক নিহত হোৱাৰ উপৰি শিশুকে ধৰি আন তেৰজন লোক আহত হয়। জানিব পৰা মতে,…