Author: জাহ্নৱী বৰুৱা, গুৱাহাটী
ডাউনটাউনস্থিত Nuts and brew বাৰৰ ভিতৰত সুৰাসক্ত যুৱকৰ উদ্ভণ্ডালি; চাৰিজনক আটক
শুকুৰবাৰে নিশা মহানগৰীৰ ডাউনটাউনত থকা বিলাসী বাৰ Nuts and brew ত চাৰিজন যুৱকে উদ্ভণ্ডালি চলায়। বাৰ কৰ্তৃপক্ষৰ অভিযোগৰ ভিত্তিত দলটোক দিছপুৰ আৰক্ষীয়ে…
বজাৰত জুই! মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীত চিপিআই(এম)ৰ বিক্ষোভ কাৰ্যসূচী
বৃহস্পতিবাৰে চিপিআই(এম)ৰ কামৰূপ মহানগৰ জিলা কমিটিৰ উদ্যোগত গুৱাহাটী ক্লাব ৰটাৰীত শতাধিক সভ্য-সমৰ্থকে মূল্য বৃদ্ধি ৰোধৰ দাবী সম্বলিত প্লে-কাৰ্ড লৈ মূল্য বৃদ্ধি ৰোধৰ…
পুনৰ গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত প্ৰৱঞ্চক দালাল চক্ৰ; এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ
বুধবাৰে নিশা গুৱাহাটী মেডিকেল কলেজ ও হাস্পাতালত (জিএমচিএইচ) পুনৰ হাতে-লোটে ধৰা পৰিল ৰঞ্জন দত্ত নামৰ এজন দালাল। ভুক্তভোগী ৰোগীৰ পৰিয়ালে এজাহাৰ দাখিল…
মহানগৰীত ছুইগী কৰ্মীৰ কৰুণ মৃত্যু
মঙলবাৰে সন্ধিয়া গণেশগুৰি–হেঙেৰাবাৰী পথৰ দাঁতিত উদ্ধাৰ হয় দীপাংকৰ বৰা নামৰ যুৱকজনৰ নিথৰ দেহ। পিঠিত ওলমি আছিল Swiggy লিখা থকা এটা বেগ। স্থানীয়…
কাহিলীপৰাত পথ দুৰ্ঘটনা: ডাম্পাৰৰ খুন্দাত চূৰমাৰ ৰাজ্যিক শিক্ষা গৱেষণা প্ৰশিক্ষণ পৰিষদৰ দেৱাল
মঙ্গলবাৰে নিশা মহানগৰীৰ কাহিলীপাৰাত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা। এখন ডাম্পাৰে মহতীয়াই নিলে অসম সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ত মূল প্ৰৱেশ দ্বাৰ।…
কমল কুমাৰ মেধিৰ নেতৃত্বত ৰাইজৰ দলৰ কেইবাগৰাকীও নেতাই আজি নতুন দিল্লীত যোগদান কৰিব আপত
ৰাইজৰ দল’ৰ সদ্য পদত্যাগী নেতা কমল কুমাৰ মেধিৰ নেতৃত্বত দলটোৰ কেন্দ্ৰীয় কমিটিৰ কেইবাগৰাকীও নেতাই আজি ‘আম আদমী পাৰ্টি’(আপ)ত যোগদান কৰিব। নতুন দিল্লীত…
ৰাইজৰ দল এৰিলে কাৰ্যকৰী সভাপতি জিতুল ডেকাই; অচিৰেই যোগদান কৰিব আপত, উৰা মাৰিলে দিল্লীলৈ
কংগ্ৰেছৰ সমান্তৰালকৈ ৰাইজৰ দলতো চলিছে পদত্যাগৰ ঢৌ। এইবাৰ ৰাইজৰ দল এৰিলে কাৰ্যকৰী সভাপতি জিতুল ডেকাই। ৰাইজৰ দলত এয়া আন এক মোক্ষম আঘাত…
মূল্যবৃদ্ধিৰ বিৰুদ্ধে জিলাই জিলাই অসম জাতীয় পৰিষদৰ প্ৰতিবাদী কাৰ্য্যসূচী
অসহনীয় মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত শনিবাৰে ৰাজ্যজুৰি জাতীয় বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে অসম জাতীয় পৰিষদে । আটাইকেইখন জিলাৰ সদৰত শত-সহস্ৰ লোকে চৰকাৰৰ বিৰুদ্ধে…
মূল্যবৃদ্ধি ৰোধৰ দাবীত মহানগৰীত আম আদমি পাৰ্টিৰ প্ৰতিবাদ
বৃহস্পতিবাৰে গণেশগুৰিত থকা পেট্ৰল পাম্পৰ সন্মুখত আম আদমি পাৰ্টিয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত এক দৃঢ় প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…
মূল্যবৃদ্ধি হ্ৰাসৰ দাবীত উত্তাল গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰ
অসহনীয় মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীৰে বুধবাৰে অসম জাতীয় পৰিষদ দলে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত অৱস্থান ধৰ্মঘট পালন কৰে৷ দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু অন্যান্য…