Author: জাহ্নৱী বৰুৱা, গুৱাহাটী
স্বায়ত্ব শাসন, জনজাতিকৰণৰ দাবীত চুতীয়া ছাত্ৰ সন্থাৰ অৱস্থান ধর্মঘট
অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া সকলক ষষ্ঠ অনুসুচীৰ আধাৰত স্বায়ত্বশাসন আৰু জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত সোমবাৰে গুৱাহাটীৰ চছলত সদৌ অসম চুতীয়া ছাত্র সম্বাই…
স্থায়ীকৰণৰ দাবীৰে সদৌ অসম আশাকৰ্মী সন্থাৰ প্ৰতিবাদ
নিযুক্তিৰ স্থায়ীকৰণকে আদি কৰি বিভিন্ন দাবীৰে আজি মহানগৰীৰ চছলত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম আশাকৰ্মী সন্থাই। আজি প্ৰতিবাদস্থলীত সংস্থাৰ শীৰ্ষ নেতৃত্বই কয়…
কেন্দ্রীয় ট্রেড ইউনিয়ন আৰু কর্মচাৰী ফেডাৰেচনৰ আহ্বানত ২৮-২৯ মার্চত দেশজোৰা সাধাৰণ ধর্মঘট
চলিত মাহৰ ২৮ আৰু ২৯ মাৰ্চত সমগ্ৰ দেশতে দেশজোৰা সাধাৰণ ধৰ্মঘটৰ আহ্বান জনাইছে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহে। এই ধৰ্মঘট অসমতো…
খানাপাৰা উৰণীয়া সেঁতুত নাবালিকাৰ মৃতদেহ উদ্ধাৰ
গুৱাহাটী মহানগৰীৰ খানাপাৰা উৰণীয়া সেঁতুত এগৰাকী নাবালিকাৰ মৃতদেহ উদ্ধাৰ হৈছে। খানাপাৰাত অনুষ্ঠিত হৈ থকা হুনাৰ হাটৰ আনন্দ উল্লাসৰ মাজতে সংঘটিত হৈছে এই…
“মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি চৰকাৰখনে অসমীয়া জাতি সত্তাৰ ভেঁটি ধ্বংস কৰাত লাগি পৰিছে”-অজিত কুমাৰ ভূঞা
শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই এক সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি চৰকাৰখনৰ বিৰুদ্ধে…
দুৰ্নীতিৰ অভিযোগ: মাজুলীৰ বিজেপি প্ৰাৰ্থী ভুৱন গামৰ বিৰুদ্ধে চিবিআইৰ তদন্ত দাবী ৰাইজৰ দলৰ
মঙলবাৰে ৰাইজৰ দলে এখন সংবাদমেলত মাজুলীৰ বিজেপি প্ৰাৰ্থী ভুৱন গামৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ দাঙি ধৰি তেওঁৰ বিৰুদ্ধে চিবিআইৰ তদন্ত দাবী কৰে। ৰাইজৰ…
মহা শিৱৰাত্ৰীৰ প্ৰাকক্ষণত “ভাং খাই মহাদেৱে” শীৰ্ষক গীতৰ শুভমুক্তি
সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত মনোজ দুৱৰাই কণ্ঠদান কৰা “ভাং খাই মহাদেৱে” মিউজিক ভিডিঅ’টোৱে শুভমুক্তি লাভ কৰে। গুৱাহাটীৰ সাংবাদিক মনোজ দুৱৰাই কন্ঠদান কৰা…
দীঘলীপুখুৰী পাৰত আছুৰ বিক্ষোভ কাৰ্যসূচী
গুৱাহাটী ক্লাব, ৰে’লৱে ষ্টেচনৰ মাটি ৰে’লৱে কৰ্তৃপক্ষই বণিয়াক গতাই দিবলৈ ওলোৱা কাৰ্যই সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৰে’লৱে কৰ্তৃপক্ষৰ এই থলুৱা…
গুৱাহাটী প্ৰেছ ক্লাবত বন্দিতা গোস্বামী শইকীয়াৰ শিশু-সাহিত্য সমগ্ৰ উন্মোচন
শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অন্বেষাই প্ৰকাশ কৰি উলিওৱা বন্দিতা গোস্বামী শইকীয়াৰ শিশু-সাহিত্য সমগ্ৰৰ দুটা খণ্ড উন্মোচন কৰা হয়। তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ…
ৰামদেৱৰ ‘পতঞ্জলি’ৰ ‘ৰুচি ছয়া’ক ধনী কৰিবলৈকে উত্তৰ-পূৰ্বাঞ্চলৰ বনাঞ্চল ধ্বংস কৰিব খুজিছে মোদী চৰকাৰে- প্ৰদ্যুৎ বৰদলৈ
ৰামদেৱৰ ‘পতঞ্জলি’ৰ ‘ৰুচি ছয়া’ক ধনী কৰিবলৈকে উত্তৰ-পূৰ্বাঞ্চলৰ বনাঞ্চল ধ্বংস কৰিব খুজিছে মোদী চৰকাৰে। বৃহস্পতিবাৰে এক সংবাদমেলত এইদৰে দাবী কৰে কংগ্ৰেছ নেতা তথা…