Author: কল্পজ্যোতি শইকীয়া
সংগীত শিল্পী মানস ৰবীন আৰু তেওঁৰ পত্নী কোভিড-১৯ পজিটিভ
সংগীত পৰিচালক তথা কণ্ঠশিল্পী মানস ৰবীন কোভিড-১৯ পজিটিভত আক্ৰান্ত হৈছে। মঙলবাৰে কৰোৱা এন্টিজেন টেষ্টত পজিটিভ আহে কণ্ঠশিল্পী গৰাকীৰ। তেওঁৰ লগতে তেওঁৰ পত্নী…
খানাপাৰাৰ উৰণীয়া সেঁতুৰ তলত বিশ্বৰত্ন ভূপেন হাজৰিকাক অংকন কৰি উলিয়ালে চিত্ৰশিল্পী নীলিম মহন্তই
আজি সুধাকন্ঠৰ ৯৪ তম জন্ম জয়ন্তী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ববৰেণ্য শিল্পীগৰাকীৰ জন্ম জয়ন্তী অতি উলহ-মালহৰে পালন কৰিছে। এই জন্ম জয়ন্তীৰ সৈতে সংগতি…
ভাগ ভাগ নহয়; এখন পতাকা, এটা প্ৰতীক, এটা আঞ্চলিক ৰাজনৈতিক শক্তি হ’ব লাগে : GMCHত অখিল
আজি স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা GMCHলৈ অনা হয় কৃষক নেতা অখিল গগৈক। GMCH চৌহদত নতুন আঞ্চলিক দল গঠনৰ সন্দৰ্ভত…
‘নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ তিনি জনগোষ্ঠীক স্বায়ত্ব শাসিত পৰিষদ দিছে’, ৰিপুন বৰা
“বিজেপিয়ে বিভাজনৰ ৰাজনীতি বন্ধ কৰক, ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়ক।” সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিযোগে এই দাবী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন…
আৰক্ষীৰ বেশত সাংবাদিকৰ ঘৰ বিচাৰি মাজনিশা অজ্ঞাত চক্ৰ; গোচৰ ৰুজু কৰিলেও আৰক্ষীৰ পৰা নাপালে সঁহাৰি
ৰাজ্যখনত চলি থকা বিভিন্ন চোৰাং কাৰ্য, দুৰ্নীতি, হত্যা আৰু হিংসাৰ বিৰুদ্ধে সততে মাত মাতি এতিয়া প্ৰাণৰ শংকাত ভুগিবলগীয়া হৈছে যুৱ সাংবাদিক সন্থা,…
ৰাজ্যত ৰাজনৈতিক সভা পাতি ৰাজনৈতিক নেতা-কৰ্মীয়ে বিয়পাইছে মাৰাত্মক Covid-19!
সমগ্ৰ দেশৰ লগতে ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ৰ’ণাৰ সন্ত্ৰাস। ইয়াৰ সমান্তৰালভাৱে ৰাজ্যত বৃদ্ধি পাইছে কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা। ইয়াক…
হত্যাকাৰীক গ্ৰেপ্তাৰ : কিয় হত্যা কৰিলে যোৰহাটৰ কনিষ্ঠ চিকিৎসক ৰাহুল বসুমতাৰীক?
যোৰহাটৰ কনিষ্ঠ হোমিওপেথিক চিকিৎসক ডাঃ ৰাহুল বসুমতাৰীৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত দিগন্ত তাঁতী নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে। ২৪ ঘণ্টা…
গুৱাহাটীত দুচকীয়া বাহনৰ পিছফালে উঠাটো আৰু নিষিদ্ধ নহয়
গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে শনিবাৰে সদৰী কৰিছে যে মহানগৰত দুচকীয়া বাহনৰ পিছফালে উঠাটো আৰু নিষিদ্ধ নহয়। লকডাউনৰ মাজত দুচকীয়া বাহনত দুজন উঠাটো নিষিদ্ধ…
মহানাগৰিকলৈ সুখবৰ : পেট্ৰল পাম্প বন্ধ প্ৰত্যাহাৰ কৰিছে ডিলাৰ এচ’ছিয়েশ্যনৰ গুৱাহাটী শাখাই
সোমবাৰৰ পৰা পেট্ৰ’ল পাম্পৰ বন্ধ প্ৰত্যাহাৰ কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এচ’ছিয়েশ্যনৰ গ্ৰেটাৰ গুৱাহাটী শাখাই। নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক…
‘কংগ্ৰেছে কৰি যোৱা উন্নয়নৰ মাজত থাকিয়েই হিমন্তই কংগ্ৰেছৰ বদনাম গাইছে’ : ৰিপুন বৰা
হিমন্ত বিশ্ব শৰ্মাই কালি শংকৰদেৱ কলাক্ষেত্ৰত বিৰোধী কংগ্ৰেছে উন্নয়নৰ ৰাজনীতি ভাল নাপায় বুলি যি বক্তব্য দিলে আজি তাৰ প্ৰত্যুত্তৰ দিছে প্ৰদেশ কংগ্ৰেছৰ…