NORTHEAST NOW (Assamese)

Author: কল্পজ্যোতি শইকীয়া

অসম

ৰাজ্যত পুনৰ সাংবাদিক হত্যাৰ ঘটনা; তিনিচুকীয়াৰ ৱেব পৰ্টেলৰ কাৰ্য্যালয়ত উদ্ধাৰ মৃতদেহ

ৰাজ্যত পুনৰ সাংবাদিক হত্যাৰ ঘটনা সংঘটিত হৈছে। তিনিচুকীয়া জিলাৰ ন-পুখুৰী জ্যোতিনগৰস্থিত কাৰ্যালয়ত সাংবাদিকজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। সাংবাদিকজন বিজেন দ্বীপ বুলি চিনাক্ত…

কল্পজ্যোতি শইকীয়া · August 8, 2020 3:42 pm
অসম

মহানগৰীত চুৰীকাঘাতৰ ঘটনা, সুৰাপায়ী স্বামীয়ে হানিলে পত্নীক

এজন লোকে চুৰীৰে তেওঁৰ পত্নীক আক্ৰমণ কৰাৰ এক ঘটনা গুৱাহাটীত সংঘটিত হৈছে। স্বামী অজিত দাসে (৪০) পেটত চুৰীৰে আঘাত হানে পত্নী মিনু…

কল্পজ্যোতি শইকীয়া · August 7, 2020 9:25 pm
অসম

৫ আগষ্টত শোণিতপুৰ ঠেলামৰাত বজৰং দলে উলিওৱা নাছিল ৰেলী : বিশ্ব হিন্দু পৰিষদৰ দাবী

যোৱা ৫ আগষ্টৰ দিনা ৰাম মন্দিৰৰ ভূমি পুজনৰ উপলক্ষে শোণিপুৰ জিলাৰ ঠেলামৰাত বজৰং দলে এক ৰেলী বাহিৰ কৰিছিল। সেই ৰেলী বাহিৰ কৰাৰ…

কল্পজ্যোতি শইকীয়া · August 7, 2020 3:55 pm
অসম

ৰাম মন্দিৰক বেছিকৈ গুৰুত্ব দিয়া বিজেপিৰ শাসনত অন্য মন্দিৰৰ কিয় এই দুৰৱস্থা?

আহোমৰ ৰাজত্বৰ পৰাই ঐতিহ্যৰ ধ্বজাবহনকাৰী তথা পৌৰাণিক বিশ্বাস মতে ব্ৰহ্মাই সৃষ্টি কৰা নৱগ্ৰহ মন্দিৰৰ আজি কিয় এই দূৰৱস্থা? ধ্বংসস্তুপলৈ থেলি দিয়া হৈছে…

কল্পজ্যোতি শইকীয়া · August 7, 2020 8:31 am
অসম

শোণিতপুৰ ঠেলামৰাৰ ঘটনা : কিয় আইন হাতত তুলি একাংশই সৃষ্টি কৰিলে জিঘাংসাৰ?

শোণিতপুৰ জিলাৰ ঠেলামৰাৰ ভঙাশিঙৰি অঞ্চলত ৰাম মন্দিৰৰ ভূমি পুজন উপলক্ষে বজৰং দলে বাইকৰেলী বাহিৰ কৰাৰ সময়তে সৃষ্টি হৈছিল এক অপ্ৰীতিকৰ পৰিস্থিতিৰ। খবৰ…

কল্পজ্যোতি শইকীয়া · August 6, 2020 8:26 pm
অসম

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কেইটামান বিশেষ অনুৰোধ দেবব্ৰত শইকীয়াৰ

‘ৰাজ্যৰ জিলা সমূহত থকা চিকিৎসালয় তথা চিকিৎসা মহাবিদ্যালয় সমূহত যিবোৰ ৰোগীক জৰুৰীকালীন চিকিৎসাৰ প্ৰয়োজন হয়, তেওঁলোকক যেন ক’ভিড পৰীক্ষা নকৰাকৈ ততাতৈয়াকৈ লাগতীয়াল…

কল্পজ্যোতি শইকীয়া · August 5, 2020 9:11 pm
অসম

বজৰং দলৰ ৰেলীক কেন্দ্ৰ কৰি শোণিতপুৰৰ বৰচলাত দুটা ফৈদৰ মাজত তুমুল সংঘৰ্ষ

ৰাম মন্দিৰৰ ভূমি পুজনৰ দিনাই শোণিতপুৰত সংঘটিত হৈছে একত অপ্ৰীতিকৰ ঘটনা। ৰাম মন্দিৰ নিৰ্মাণৰ ভূমি পুজনৰ পাছতে বজৰং দলে এক বাইক ৰেলী…

কল্পজ্যোতি শইকীয়া · August 5, 2020 7:17 pm
অসম

ৰাজ্য চৰকাৰৰ নিৰ্দেশনা: কি কি নিৰ্দেশনা মানি পালন কৰিব পাৰিব স্বাধীনতা দিৱস?

ক’ৰ’না মহামাৰীৰ প্ৰেক্ষাপটত স্বাধীনতা দিৱস পালনৰ ক্ষেত্ৰত জিলা, মহকুমা প্ৰশাসন তথা জনসাধাৰণৰ বাবে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে। জন সংযোগ…

কল্পজ্যোতি শইকীয়া · August 5, 2020 5:08 pm
Popular Stories

ৰাম মন্দিৰ নিৰ্মাণত নৰেন্দ্ৰ মোদীৰ একো অৰিহনা নাই : কাৰণ দৰ্শাই আৰ.পি. শৰ্মাৰ বহু বিস্ফোৰক মন্তব্য

কাইলৈ অযোধ্যাত হ’ব ঐতিহাসিক ৰাম মন্দিৰৰ ভূমিপূজন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই ভূমিপূজন অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে থাকিব। তেনে সময়তে মোদীৰ বিৰুদ্ধে সৰৱ…

কল্পজ্যোতি শইকীয়া · August 4, 2020 8:23 pm
অসম

বিজেপি চৰকাৰক নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আহ্বান

বিজেপি নেতৃত্বাধীন অসম চৰকাৰক চাকৰি নিয়মীয়াকৰণৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আহ্বান জনাইছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে। সংবাদমেলযোগে বিজেপিয়ে দিয়া…

কল্পজ্যোতি শইকীয়া · August 4, 2020 7:12 pm