Author: কল্পজ্যোতি শইকীয়া
স্বাস্থ্য মন্ত্ৰীক উভতি ধৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই
২১ জুলাইত স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ চলি থকাৰ সময়তো ৰাজনীতি কৰা বুলি কটাক্ষ…
ক’ৰ’না শেষ হোৱাৰ পাছত বিৰোধীক দিনে এশটাকৈ গ’ল দিব হিমন্ত বিশ্ব শৰ্মাই
“কংগ্ৰেছ আৰু কিছুমান পাৰ্টিয়ে দুৰ্যোগৰ সময়তো ৰাজনীতি কৰি আছে। তেওঁলোকে এতিয়া গ’ল ঢালি থাকক, কিন্তু কোভিড পাৰ হোৱাৰ পাছত সদায় ১০০ টাকৈ…
স্নাতক, স্নাতকোত্তৰ পৰীক্ষা সন্দৰ্ভত ঘোষণা গুৱাহাটী বিশ্ববিদ্যালয়ৰ
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ পৰীক্ষা সমূহৰ বাবে বিশেষ ঘোষণা কৰিছে বিশ্ববিদ্যালয় কৰ্তইপক্ষই। ক’ভিড-১৯ৰ পৰিস্থিতিৰ স্বাভাৱিকতাৰ ভিত্তিত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ চূড়ান্ত চেমিষ্টাৰৰ পৰীক্ষাসমূহ…
কোভিড-১৯ ত আক্ৰান্ত ৰাষ্ট্রদ্ৰোহৰ গোচৰত অভিযুক্ত চার্জিল ইমাম; গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত চলি আছে চিকিৎসা
ৰাষ্ট্রদ্ৰোহৰ গোচৰত অভিযুক্ত হৈ কাৰাবন্দী হৈ থকা চাৰ্জিল ইমামৰ দেহত কোভিড-১৯-ৰ উপস্থিতি ধৰা পৰিছে। গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত থকা সময়তে ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত…
ক’ভিড পজিটিভ গীতাৱলী ৰাজকুমাৰী, কন্যা
ক’ৰ’ণাত আক্ৰান্ত হৈছে অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী। সোমবাৰে কৰা ৰেপিড টেষ্টত অভিনেত্ৰীগৰাকীৰ দেহত ধৰা পৰিছে COVID19। গীতাৱলী ৰাজকুমাৰী কন্যাৰ দেহতো COVID19 পজিটিভ ধৰা…
ফেচবুকত বিতৰ্কিত পোষ্ট কৰাৰ অপৰাধত কাৰাগাৰলৈ নিক্ষেপ গুঃ বিশ্ববিদ্যালয়ৰ ছাত্ৰ নেতা দ্বীপজ্যোতিক
গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যনৰত RCC-4 ছাত্ৰাবাসৰ দ্বীপজ্যোতি গগৈক কালি ক্ৰাইম ব্রাঞ্চ-এ শিৱসাগৰ থাওৰাৰ পৰা গ্ৰেপ্তাৰ কৰি পোনে পোনে আনে গুৱাহাটীলৈ। আজি দ্বীপজ্যোতি গগৈক…
অসমৰ বুৰঞ্জীত বৰ্তমানৰ দুৰ্যোগ কেতিয়াও দেখা পোৱা নাছিলো: তৰুণ গগৈ
“অসমৰ বুৰঞ্জীত বৰ্তমান হোৱা এনে দুৰ্যোগ কেতিয়াও দেখা পোৱা নাছিলো।” নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিওৰ জৰিয়তে এই মন্তব্য কৰে প্ৰাক্তন…
মাজে সময়ে সমালোচিত হ’লেও বানাক্ৰান্তৰ কাষত থিয় দিলে youtuber আৰু pubg player
Youtube ত বিভিন্ন ধৰণৰ ভিডিও আপলোড কৰি বা পাবজি খেলি মাজে সময়ে দৰ্শক ৰাইজৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে যদিও মুঠ তিনিগৰাকী youtuber…
লকডাউনে জীৱনলৈ অন্ধকাৰ নমাই অনা ৰাজ্যৰ দুজন যুৱকৰ জীয়া কাহিনী : দিলে আত্মহত্যাৰ ভাবুকি
গুৱাহাটীত ২১ দিনীয়া লকডাউনৰ অন্তত আজিৰে পৰা আনলক-১ আৰম্ভ হৈছে যদিও এতিয়া যেন এই আনলক-১ও অভিশাপ স্বৰূপ হৈ পৰিছে কিছুসংখ্যকৰ বাবে। কিছু…
বিজেপিৰ চতুৰ্থজন বিধায়ক কৰ’নাত আক্ৰান্ত; জিএমচিএইচত ভৰ্তি
বিজেপিৰ চতুৰ্থজন বিধায়ক কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। এইবাৰ দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা আক্ৰান্ত হৈছে মাৰাত্মক কোভিড-১৯ত। বিজেপিৰ এক উচ্চস্তৰীয় সূত্ৰই…