Author: কল্পজ্যোতি শইকীয়া
বিমানযোগে অসমলৈ ঘূৰি অহাসকললৈ নতুন নিৰ্দেশনা ৰাজ্যৰ স্বাস্থ্য বিভাগৰ
বিমানযোগে অসমলৈ ঘূৰি অহা সকললৈ নতুন নিৰ্দেশনা ৰাজ্যৰ স্বাস্থ্য বিভাগৰ। বিমনত স্বামী স্ত্ৰী একেলগে অহাসকলক ইনষ্টিটিউচনেল কোৱাৰেন্টাইনৰ পৰা ৰেহাই। স্বামী, স্ত্ৰী আৰু…
অসমত ৪৫০০ অতিক্ৰম ক’ৰ’ণা আক্ৰান্তৰ; নতুনকৈ আক্ৰান্ত ১৯১
অসমত ৪৫১০লৈ বৃদ্ধি পালে ক’ৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা। এইবাৰ একেলগে ১৯১গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯। এই পজিটিভ কেছসমূহ পুৱা ১১ বজাৰ…
যোৰহাট বৰহোলা কাণ্ড : সকলো প্ৰকাৰৰ আইনী ব্যৱস্থা লোৱাৰ আশ্বাস আৰক্ষী সঞ্চালক প্ৰধানৰ
ৰাজ্যৰ নিৰাপত্তা ব্যৱস্থাক লৈ খানাপাৰাৰ ষ্টাফ কলেজত ইউনিফাইড কমাণ্ডৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ অন্তত সংবাদ মেল সম্বোধন কৰি সেনা আৰক্ষীক…
ৰাজ্যৰ তিনিখন বিশ্ববিদ্যালয়ৰ পৰা আঁতৰোৱা নহয় উচ্চতৰ মাধ্যমিক; ঘোষণা শিক্ষামন্ত্ৰীৰ
ৰাজ্যৰ তিনিখন বিশ্ববিদ্যালয় ক্ৰমে ভট্টদেৱ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয় আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰা বৰ্তমান ক’ৰ’নাতংকৰ পৰিস্থিতিৰ বাবে আঁতৰোৱা নহয় উচ্চতৰ মাধ্যমিক শ্ৰেণী। এই…
গুৱাহাটীত ক’ৰ’নাত আক্ৰান্ত হৈছে ৰাজ্যৰ প্ৰথম গৰাকী সংবাদ প্ৰতিষ্ঠানৰ ব্যক্তি
গুৱাহাটীৰ প্ৰথমজন সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তি ক’ৰ’নাত আক্রান্ত হোৱাৰ খবৰ আহিছে। ক’ৰ’নাত আক্ৰান্ত লোকজন নিষ্পক্স সমাছাৰ জ্যোতি নামৰ হিন্দী বাতৰি কাকতখনৰ…
অসমত ৪৩১৯ লৈ বৃদ্ধি ক’ৰ’না আক্ৰান্তৰ সংখ্যা
অসমত ৪৩১৯ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা। এইবাৰ একেলগে ১০ গৰাকী লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি। ইয়াৰে…
বাঘজানৰ ক্ষতিগ্ৰস্তক আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা সাংসদ বদৰুদ্দিন আজমলৰ
বাঘজানৰ তেলখাতৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াললৈ ১০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ ঘোষণা কৰিছে এ আই য়ু ডি এফ প্ৰধান বদৰুদ্দিন…
অসুস্থ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা : GMCH ত চিকিৎসাধীন
অসুস্থ হৈছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। কিডনীত ষ্টন হোৱাৰ বাবে প্ৰচণ্ড পেটৰ বিষত ভুগিছে স্বাস্থ্যমন্ত্ৰীগৰাকী। টুইটাৰযোগে এই কথা জনাইছে…
উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখা আৰম্ভ কৰিবলৈ শিক্ষামন্ত্ৰীক আহ্বান যুৱ সাংবাদিকৰ
লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ নাৰায়ণপুৰ ৰাজহ চক্ৰ এলেকাৰ যিকোনো এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখা আৰম্ভ কৰিবলৈ মাননীয় শিক্ষা মন্ত্রীক স্মাৰক পত্র…
আৰক্ষীৰ জালত পৰিও কিয় বাৰে বাৰে ওলাই আহে এইগৰাকী মহা প্ৰৱঞ্চক?
অসমত দিনক দিনে বৃদ্ধি হৈ আহিছে প্ৰৱঞ্চকৰ টিঘিল ঘিলনী। কিন্তু আইনৰ সুৰুঙাৰে নে তদন্তকাৰী আৰক্ষী বিষয়াৰ দুৰ্বল স্থিতিৰ বাবে প্ৰৱঞ্চনা কৰি দুদিনমান…