Author: কল্পজ্যোতি শইকীয়া
মুকলি হ’ল উত্তৰ-পূবৰ প্ৰথমখন ক’ভিড-১৯ চিকিৎসালয়
মহামাৰী ক’ৰ’না ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে আজি মুকলি কৰা হ’ল উত্তৰ-পূবৰ প্ৰথমখন ক’ভিড-১৯ হাস্পতাল। গুৱাহাটীৰ ভঙাগড়স্থিত GMCH ৰ সমীপত অৱস্থিত…
আজি নতুনকৈ ৩০গৰাকী কোভিড-১৯ পজিটিভ; ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৯১০জনলৈ বৃদ্ধি
ৰাজ্যত ৯১০ গৰাকীলৈ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা। এই মুহূৰ্তত ৩০ গৰাকী লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক ক’ৰ’ণা ভাইৰাছ। আক্ৰান্ত…
ম্যাদ উকলি যোৱা সচিবালয়ৰ পাছ সংলগ্ন এখন বাহনে খুন্দিয়াব লৈছিল মুখ্য মন্ত্ৰীৰ কনভয়ত
লকডাউনৰ সময়ত প্ৰশাসনে জাৰি কৰা নিশাৰ কাৰ্ফিউ উলংঘন কৰি গুৱহাটীৰ জি এছ ৰ’ডৰ ABCত ভুল পথেৰে অহা দুখন বাহনে মুখ্য মন্ত্ৰীৰ কনভয়ত খুন্দা…
নশৰ দিশে অসমত ক’ভিড-১৯, নতুনকৈ চিনাক্ত ২৪
চৌবিছগৰাকী ব্যক্তি শুকুৰবাৰে ৰাতি অসমত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে; মুঠ আক্ৰান্ত ৮৮০লৈ বৃদ্ধি পাইছে। নতুনকৈ চিনাক্তসকলৰ মাজত আছে গোৱালপাৰাৰ ১১, নলবাৰীৰ তিনি,…
অতি ভয়ংকৰ!; নিশা মহানগৰীৰ ৰাজপথত পেলনীয়া PPE কিট পিন্ধি এটি শিশু
যি সময়ত ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে অতি সচেতনতা অৱলম্বন কৰা হৈছে সেই সময়তে নিশা গুৱাহাটী মহানগৰীৰ উলুবাৰীত ৰাজপথত পেলানীয়া পি পি ই…
কৰ’না ৰোগী বৃদ্ধিৰ মাজতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এক ভাল খবৰ
ৰাজ্যত অপ্ৰতিৰোধ্য ক‘ৰ‘ণাৰ মাজতে অন্য এক ভাল খবৰ। আজি ৰাজ্যত ক‘ৰ‘ণামুক্ত হৈছে ১৬গৰাকী লোক। চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে এই ১৬গৰাকী লোকক।…
সনাতনৰ হত্যাকাৰীক হিন্দু-মুছলমানৰ দৃষ্টিৰে নাচাই অপৰাধী হিচাপে শাস্তি দিয়ক : মীৰা বৰঠাকুৰ
আজি বিয়লি ভাগত হাজোৰ মানাহকুচি গাঁৱস্থিত মৃত সনাতন ডেকাৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালটোক সান্তনা দিয়ে অসম সংগ্ৰামী মঞ্চৰ কাৰ্য্যকৰী সভাপতি অদীপ ফুকন,সমাজকৰ্মী…
গুৱাহাটীৰ চাৰি স্থানৰ পৰা উঠাই লোৱা হ’ল কণ্টেইনমেণ্ট জ’ন
গুৱাহাটী মহানগৰীৰ চাৰিটা স্থানৰ পৰা বৃহস্পতিবাৰে উঠাই লোৱা হ‘ল কণ্টেইনমেণ্ট জ‘ন। মহানগৰীৰ কুমাৰপাৰা, ফটাশিলৰ জি এছ কলনি, শান্তিপুৰৰ পূবালী পথ আৰু পাণবজাৰ…
ৰাজ্যত নতুনকৈ ২৫গৰাকী কোভিড-১৯ পজিটিভ; আক্ৰান্তৰ সংখ্যা ৮৫৬জনলৈ বৃদ্ধি
ৰাজ্যত ৮৫৬ গৰাকীলৈ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা। এই মুহূৰ্তত ২৫ গৰাকীকৈ লোকৰ দেহত পোৱা গৈছে ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি। ইয়াৰে…
পুনৰ কাৰাগাৰৰ পৰা গ্ৰেপ্তাৰ অখিল গগৈক
অখিল গগৈক চাবুৱা থানাৰ তিনিটাকৈ নতুন গোচৰত কাৰাগাৰৰ পৰা বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হৈছে। অখিল গগৈৰ বিৰুদ্ধে চাবুৱা থানাই তিনিটা গোচৰৰ ভিত্তিত ৰুজু…