Author: কল্পজ্যোতি শইকীয়া
‘কোভিড১৯ৰ লক্ষণ দেখুওৱাৰ পাছতো দীপিকা নাথৰ চেম্পল কিয় লোৱা নহ’ল?’ : স্বাস্থ্য মন্ত্ৰী হিমন্তৰ প্ৰশ্ন
ৰাজ্যৰ চৌদিশে ক’ৰ’নাৰ যি আতংক চলি আছে। তাৰ মাজতে এই ক’ৰ’না বিৰুদ্ধে যুঁজৰ সেনাপতি ৰূপে সন্মুখ সমৰত অৱতীৰ্ণ হোৱা স্বাস্থ্য মন্ত্ৰী হিমন্ত…
ৰাজস্থানৰ আজমেৰ শ্বৰীফৰ পৰা অহা বাছখন কিয় পোনে পোনে যাবলৈ দিয়া হ’ল কাছাৰলৈ?
সমগ্ৰ বিশ্বজুৰি কৰ’না ভাইৰাছৰ সন্ত্ৰাস আৰু তাৰ মাজতে দেশজুৰি চলি আছে তৃতীয় পৰ্য্যায়ৰ লকডাউন। এই তৃতীয় পৰ্য্যায়ৰ লকডাউনৰ মাজতে ৰাজ্য চৰকাৰে বহিঃৰাজ্যত…
কাৰ সংস্পৰ্শলৈ আহিছিল গুৱাহাটীৰ কোভিড-১৯ আক্ৰান্ত দন্ত মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকী?
শুকুৰবাৰে নিশা দেহত কোভিড-১৯ পজিটিভ ধৰা পৰা আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীj সন্দৰ্ভত পোহৰলৈ আহিছে ন-ন তথ্য। তেওঁ নিজ ইচ্ছাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত…
গুৱাহাটীত পুনৰ এজন ক’ভিড-১৯ পজিটিভ, অসমত আক্ৰান্ত ৫৯লৈ বৃদ্ধি
গুৱাহাটীত শুকুৰবাৰে পুনৰ এজন ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ এজন ছাত্ৰীৰ গাত এই মাৰাত্মক ভাইৰাছবিধ ধৰা পৰিছে। টুইটাৰ যোগে স্বাস্থ্য…
অসমত পুনৰ ২ জন ক’ভিড-১৯ পজিটিভ, দিনটোত চিনাক্ত ৫
অসমত আজিৰ দিনটোত পাঁচজনকৈ ব্যক্তি ক’ভিড–১৯ পজিটিভ চিনাক্ত হৈছে। কাছাৰৰে দুজন লোকৰ দেহত ধৰা পৰিছে এই মাৰাত্মক ভাইৰাছ। ৰাজস্থানৰ আজমেৰৰ পৰা অহা…
অপেক্ষাৰ অন্ত, অৱশেষত মুম্বাইৰ পৰা ‘আহি আছে বাঘ’; উৎফুল্লিত অনুৰাগী
দীৰ্ঘদিনৰ বিৰতিৰ মূৰত মুম্বাইৰ পৰা অসমলৈ ঘূৰি আহি আছে অনুৰাগীৰ মাজত ‘বাঘ’ হিচাপে খ্যাত জুবিন গাৰ্গ। এখন বিশেষ বাছত পত্নী গৰিমা গাৰ্গ…
কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল ক’ভিড-১৯ত মৃত্যু হোৱা দ্বিতীয় গৰাকী ৰোগী? জনালে মন্ত্ৰী হিমন্তই
শুকুৰবাৰে ৰাজ্যৰ ক’ৰ’নাৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সম্বোধন কৰা এক সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্ণনা কৰে কালি মৃত্যুক আঁকোৱালি লোৱা দীপিকা নাথ…
সদ্যহতে গ্ৰীণ জ’নতে থাকিব গুৱাহাটী; মহানগৰীত আৰু আছে ক’ৰ’না ৰোগী : স্বাস্থ্য মন্ত্ৰী
‘কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা পালেই সলনি হ’ব গুৱাহাটীৰ জ’ন। সদ্য হতে গ্ৰীণ জ’নতে থাকিব গুৱাহাটী।‘ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলত এই…
অসমত পুনৰ ৩জন কোভিড-১৯ পজিটিভ চিনাক্ত; ৫৬লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা
অসমত আজিৰ দিনটোত নতুনকৈ তিনিজনকৈ লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে। কাছাৰৰ তিনিজন লোকৰ দেহত ধৰা পৰিছে এই মাৰাত্মক ভাইৰাছ। বৃহস্পতিবাৰে ৰাজস্থানৰ…
লকডাউনৰ বাবে ডেৰমাহ ধৰি কৰ্ণাটকত আৱদ্ধ হৈ আছে অসমৰ ২৪ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী
প্রায় ডেৰমাহ ধৰি দেশজুৰি চলি থকা লকডাউনৰ বাবে কৰ্ণাটকত আৱদ্ধ হৈ আছে অসমৰ ২৪গৰাকীকৈ ছাত্ৰ-ছাত্ৰী। কৰ্ণাটকৰ আমৰুথা আয়ুৰ্বেদা মেডিকেল কলেজত অধ্যয়নৰত অসমৰ…