Author: কল্পজ্যোতি শইকীয়া
লকডাউন: গুৱাহাটীত ঘৰে ঘৰে বিক্ৰী কৰা হ’ব লোকেল মাছ
লকডাউনৰ মাজতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ১০ এপ্ৰিলৰ পৰা গুৱাহাটী মহানগৰবাসীক ঘৰে ঘৰে লোকেল মাছ যোগানৰ ব্যৱস্থা কৰিছে। পৰিচয় পত্ৰ থকা মাছৰ…
ল’কডাউন ভংগ! মৰণক শৰণ দি মহানগৰীৰ ৰাজপথত সহস্ৰাধিক জনতা
ল’কডাউন খুলিলে নেকি? আজি মহানগৰীৰ পুৱাৰ ভাগৰ দৃশ্য দেখিলে আপোনাৰ মনতো তেনে এক প্ৰশ্নৰে উদয় হ’ব। মৰণক শৰণ দি পুৱাৰ ভাগত মহানগৰীৰ…
আদালতত মুখ থেকেচা বিধায়ক আমিনুল ইছলামৰ
নগাওঁ সত্ৰ ন্যায়াধীশৰ আদালতে ধিং সমষ্টিৰ এ আই ইউ ডি এফ বিধায়ক আমিনুল ইছলামৰ জামিন আবেদন বৃহস্পতিবাৰে নাকচ কৰিছে। ইছলামে এক অডিঅ’…
ল’কডাউনৰ মাজতে চৰকাৰলৈ তৰুণ গগৈৰ কেইটিমান বিশেষ আহ্বান
ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱ আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা ল’কডাউনৰ ফলত দেশ তথা ৰাজ্যৰ জনসাধাৰণ এক জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে।…
ল’কডাউন অমান্য কৰাৰ অপৰাধত মহানগৰীত চাৰিজন লোকক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ
চৰকাৰে জনসমাবেশ অথবা ভিৰ নকৰিবলৈ জনাধাৰণক বাৰেপতি আহ্বান জনাই অহাৰ পিছতো একাংশ ধৰ্মান্ধ লোকে ইয়াক ভেঙুচালি কৰি আছে চৰকাৰী নিৰ্দেশ। ল’কডাউন অব্যাহত…
প্ৰকৃততে কেতিয়া ঘোষণা কৰিব মেট্ৰিকৰ ফলাফল! নৰ্থ ইষ্ট নাওক কি ক’লে ছেবাৰ অধ্যক্ষই ?
ল’কডাউন অন্ত পৰাৰ পাছতহে গ্ৰহণ হ’ব মেট্ৰিকৰ ফলাফল দিয়াৰ সিদ্ধান্ত। এই কথা জনালে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে। একাংশ সংবাদমাধ্যমত জুনৰ দ্বিতীয়…
অখিল গগৈৰ জামিনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ
গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈৰ জামিনৰ ক্ষেত্ৰত বুধবাৰে স্থগিতাদেশ জাৰি কৰিছে। উচ্চ ন্যায়ালয়ে ১৯ এপ্ৰিলত পুনৰ বিষয়টোৰ শুনানি গ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় তদন্তকাৰী…
ল’কডাউনৰ সময়ত সাহায্য বিতৰণত বিজেপিয়ে কৰিছে গেৰুৱাকৰণ : ৰিপুন বৰা
ল’কডাউনৰ সময়ছোৱাত বিজেপিয়ে দৰিদ্ৰ লোকক সাহায্য বিতৰণৰ ক্ষেত্ৰত গেৰুৱাকৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। ‘দৰিদ্ৰ লোকক আঁচনি বিতৰণৰ…
মুকলি আকাশৰ তললৈ অহা বাট প্ৰশস্ত ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ
শীঘ্ৰেই মুকলি আকাশৰ তললৈ অহাৰ বাট প্ৰশস্ত হ’ল ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA)-এ গ্ৰেপ্তাৰ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক…
ত্ৰিপুৰাৰ ক’ভিড-১৯ আক্ৰান্ত থাকি গৈছিল গুৱাহাটীত, ভ্ৰমণ কৰিছিল বিভিন্ন স্থান
মহানগৰবাসীৰ বাবে এক ভয়ংকৰ খবৰ। ত্ৰিপুৰাৰ প্ৰথমগৰাকী ক’ভিড-১৯ আক্ৰান্ত গীতাৰাণী কৰ্মকাৰ নামৰ ৩৫ বছৰীয়া মহিলা গৰাকী দুদিন ধৰি আছিল গুৱাহাটীত। গুৱাহাটীৰ পল্টনবজাৰস্থিত…