Author: কল্পজ্যোতি শইকীয়া
ক’ৰ’ণাত আক্ৰান্ত ৰোগীয়ে য’তে ত’তে পেলাইছে থু : হিমন্ত বিশ্ব শৰ্মা
ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনিছে এক বিস্ফোৰক অভিযোগ। গোলাঘাট অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনত চিকিৎসাধীন ক’ৰ’নাত আক্ৰান্ত ৰোগী…
কন্যাৰ জন্মদিনত ধুবুৰীৰ উপ আৰক্ষী অধীক্ষকে ক’ৰ’না প্ৰতিৰোধৰ বাবে আগবঢ়ালে ৪০ হাজাৰ টকা
সমগ্ৰ বিশ্বৰ লগতে এতিয়া অসমতো ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে ক্ৰমাৎ গুৰুতৰৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰাৰ সময়তে ধুবুৰীৰ উপ আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাই দিলে…
অসমত হ্ৰাস পাইছে লকডাউন উলংঘনৰ ঘটনা, বৃহস্পতিবাৰে গ্ৰেপ্তাৰ ২৭
অসমত লকডাউন উলংঘনৰ ঘটনা তুলনামূলকভাৱে হ্ৰাস পাইছে। বুধবাৰে ৭৯টা উলংঘনৰ ঘটনাৰ বিপৰীতে বৃহস্পতিবাৰে এই সংখ্যা ৪৫টালৈ হ্ৰাস পাইছে। দিনটোত মুঠ নখন এজাহাৰ…
বিশ্বজুৰি চীনত আৰম্ভ হোৱা কৰ’নাৰ আতংক : কেনে আছে পৰেশ বৰুৱা?
বর্তমান বিশ্বজুৰি কৰ’নাই সন্ত্ৰাস চলাইছে আৰু চীনত উৎপত্তি হোৱাৰ পাছত এই মাৰাত্মক ভাইৰাছ দুই শতাধিক দেশলৈ বিয়পিছে। চীন দেশতো এই ভাইৰাছৰ কবলত…
ক’ৰ’নাক লৈ ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সংবাদমেল
স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ক’ৰ’না সন্দৰ্ভত ৰাজ্যৰ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত মন্ত্ৰী শৰ্মাই অসমত ক’ৰ’নাত আক্ৰান্ত…
অসমত COVID-19 আক্ৰান্ত ১৩ জনলৈ বৃদ্ধি
অসমত COVID-19 পজিটিভ ৰোগী বুধবাৰে সন্ধিয়ালৈকে ১৩ জনলৈ বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত পাঁচগৰাকী ৰোগী চিনাক্ত হোৱাৰ পিছত নতুনকৈ চিনাক্ত হৈছে আঠজন…
ক’ৰ’না ভাইৰাছ : অসম চৰকাৰক অধিক সতৰ্ক হোৱাৰ আহ্বান সমুজ্জ্বল ভট্টাচাৰ্য্যৰ
ক’ৰ’না ভাইৰাচক লৈ উদ্বিগ্ন সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য। নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভট্টাচাৰ্য্যই। অসমত ‘পজিটিভ…
দিল্লীৰ নিজামুদ্দিনলৈ গৈছিল সাংসদ নৱ শৰণীয়া; উভতি আহি বহু ৰাজনৈতিক সভাত অংশগ্ৰহণ
দিল্লীৰ নিজামুদ্দিন জামাতত অসমৰ পৰা গৈ অংশগ্ৰহণ কৰা লোকসকলৰ জৰিয়তে ৰাজ্যত ক’ৰ’না ভাইৰাছৰ অধিক সংক্ৰমণ হ’ব পাৰে বুলি সমগ্ৰ ৰাজ্য আতংকিত হৈ…
লকডাউন: যানবাহন আইন সম্পৰ্কীয় নথিৰ ভেলিডিটি বৃদ্ধি
লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি অসমত যানবাহন আইন সম্পৰ্কীয় নথিপত্ৰৰ ভেলিডিটি ৩০ জুনলৈকে বৃদ্ধি কৰা হৈছে। পথ, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ নিৰ্দেশনাৰ আধাৰত…
লকডাউন: সামাজিক ব্যৱধান মানি কৃষি কৰ্মত জৰিত হ’বলৈ আহ্বান মন্ত্ৰী অতুল বৰাৰ
লকডাউনৰ সময়চোৱাত সামাজিক ব্যৱধান মানি চলি কৃষকক কৃষি কৰ্মত জৰিত হ’বলৈ আহ্বান জনাইছে কৃষি মন্ত্ৰী অতুল বৰাই। মঙ্গলবাৰে দিচপুৰৰ চৰকাৰী আৱাসত এক…