Author: কল্পজ্যোতি শইকীয়া, গুৱাহাটী
১৫ লাখ টকাৰ টোপ! কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে বিধায়ক অখিল গগৈৰ ১০০ কোটি টকাৰ মানহানি গোচৰ
বিধায়ক কৰিমুদ্দিন বৰভূঞালৈ নতুন আইনী বিপদ। আইনী ৰোষত পৰিব নেকি কৰিমুদ্দিন বৰভূঞা? কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানি গোচৰ। আদালতত গোচৰ তৰিলে…
‘ৰজা’ আহিব বাবেই প্ৰজাৰ হাৰাশাস্তি; গুৱাহাটীৰ ৰাজপথত আজিও তাকৰ চিটীবাছ
‘ৰজা’ আহিব গতিকে প্ৰজাৰ দুদিনৰ বাবে হাৰাশাস্তি। গুৱাহাটীত হঠাৎ হৰলুকি প্ৰায় ৫০০ চিটীবাছ। দুদিনৰ বাবে গুৱাহাটীত চিটিবাছ বিচাৰি ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ…
ডলু চাহ বাগিছাৰ মাটিত গ্ৰীণফিল্ড বিমান বন্দৰ নিৰ্মাণৰ তীব্ৰ বিৰোধিতা শ্ৰমিকৰ
বৰাক উপত্যকাৰ শিলচৰৰ নিচেই কাষত অৱস্থিত ডলু চাহ বাগিছাৰ মইনাগড় সংমণ্ডলত ৰাজ্য চৰকাৰে ৮০০ একৰতকৈ অধিক ভূমিত গ্ৰীণফিল্ড বিমান বন্দৰ নিৰ্মাণৰ বাবে…
অসমত উত্থান ঘটিছে আপৰ: গুৱাহাটী পৌৰ নিৰ্বাচনত ১ ৱাৰ্ড দখল, ২৮ টা ৱাৰ্ডত দ্বিতীয় স্থানত
অসমৰ ৰাজনীতিত ক্ৰমশ: উত্থান ঘটিছে আম আদমী পাৰ্টিৰ। দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ দিল্লী মডেলৰ ব্যাপক প্ৰচাৰৰ পাছত অসমতো আপৰ…
পাঠশালাত বিধ্বংসী ধুমুহা: তচ-নচ কৰিলে এটি পৰিয়ালৰ বাসগৃহ
যোৱা নিশা অহা প্ৰচণ্ড ধুমুহা-বৰষুণত পাঠশালাৰ দহিংৰী বামুণচোপা গাঁৱৰ এটি পৰিয়ালৰ বাসগৃহ ভাঙি-খহি পৰে। কপিল দাসৰ সপোনৰ বাসগৃহখন ধুমুহাই ভাঙি চুৰমাৰ কৰি…
অনিৰ্বাপিত জুই: ১৪ মাইলত অগ্নিয়ে গ্ৰাস কৰিলে কোটি কোটি টকাৰ সম্পত্তি
১৪ মাইলৰ শিৱা পলিমাৰএটা বস্তা কাৰখানাত লগা জুই এতিয়াও অনিৰ্বাপিত হৈয়েই আছে। সোনাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ১৪ মাইল এলেকাত ৬ নং ৰাষ্ট্ৰীয়…
আম আদমী পাৰ্টীৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ তৰিলে বিজেপিয়ে, কিয়?
আম আদমী পাৰ্টীৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ তৰিলে বিজেপিৰ । দিছপুৰ থানাত আম আদমী পাৰ্টীৰ বিৰুদ্ধে এটা গোচৰ দাখিল কৰিলে বিজেপিৰ সামাজিক…
‘হয় মূল্য নিয়ন্ত্ৰণ কৰক,নহ’লে গাদী এৰক’-মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথ কঁপাব অসম জাতীয় পৰিষদে
উত্তৰ প্ৰদেশকে ধৰি দেশৰ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন অন্ত পৰাৰ লগে লগেই দেশত পেট্ৰ’লৰ মূল্যই পুনৰ শতকৰ ঘৰ অতিক্ৰম কৰিলে। ডিজেলৰ মূল্যও…
দিল্লীৰ বিধায়িকা অতিশী মাৰ্লিনাৰ উপস্থিতিত গুৱাহাটীত ‘আপ’ৰ বৃহৎ সমদল
বুধবাৰে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ শেষ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰে আম আদমী পাৰ্টী। আজি গুৱাহাটীৰ ভৰলুমুখস্থিত সোণাৰাম হাইস্কুল খেলপথাৰৰ পৰা উলুবাৰীলৈকে…
পুনৰ অখিল গগৈৰ সংগ এৰিলে কমল কুমাৰ মেধিয়ে
ৰাইজৰ দল গঠন হোৱাৰ পূৰ্বে বা কা বিৰোধী আন্দোলনৰ সময়ত শিৱসাগৰৰ অখিল গগৈৰ সৈতে একেলগ হোৱা কমল কুমাৰ মেধিয়ে ৰাইজৰ দলৰ পৰা…