Author: কল্পজ্যোতি শইকীয়া
“BTAD-ৰ কোনো কোনো অঞ্চলত অবড়ো লোকলৈ উচ্ছেদৰ জাননী জাৰি কৰা হৈছে”, নৱ শৰণীয়া
ট্ৰাইবেল বেল্ট আৰু ব্লকৰ পৰা অজনজাতি বা অসুৰক্ষিত শ্ৰেণীৰ লোকক উচ্ছেদ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশটো সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি সাংসদ…
৮৫৫ জন শ্বহীদৰ বাবে জগৰীয়া প্ৰফুল্ল মহন্ত : প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ
“”বিজেপিয়ে বিদেশী খেদাতকৈ এতিয়া মাটিছেহে। ‘৭১ ৰ পাছত অহা সকলো বিদেশীক চিনাক্ত কৰি বহিষ্কাৰ কৰিব লাগিব। বিজেপিয়ে দুমুখীয়া স্থিতি লৈছে। কংগ্ৰেছক ভোটবেংকৰ…
ভাৰত-শ্ৰীলংকাৰ টী-২০ মেচ: গুৱাহাটীত উপস্থিত ভাৰতীয় ক্ৰিকেট দলৰ ৪গৰাকী তাৰকা
অহা ৫ জানুৱাৰি দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ভাৰত-শ্ৰীলংকাৰ মাজৰ টী-২০ খেলখনৰ বাবে আজি কেইগৰাকীমান ভাৰতীয় দলৰ খেলুৱৈ আহি মহানগৰীত উপস্থিত হয়। আজু…
অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি কুলধৰ শইকীয়া
অসম সাহিত্য সভাৰ পৰৱৰ্তী অধিৱেশনৰ বাবে সভাপতিৰ নাম ঘোষণা কৰা হৈছে। সেই অনুসৰি সভাৰ নৱ নিৰ্বাচিত সভাপতি হৈছে বিশিষ্ট সাহিত্যিক, অসম আৰক্ষীৰ…
অগপৰ মুখ্য কাৰ্য্যালয়ত উত্তপ্ত পৰিস্থিতি; দলীয় কৰ্মীৰ মাজতে তীব্ৰ বাক-বিতণ্ডা
অসম গণ পৰিষদৰ আমবাৰীস্থিত মুখ্য কাৰ্য্যালয়ত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অগপৰ মুখ্য কাৰ্য্যালয়ৰ বাৰাণ্ডাত অনুষ্ঠিত হোৱা মহানগৰ সমিতিৰ কাৰ্য্যনিৰ্বাহক সভাত অংশগ্ৰহণ…
কা’ বিৰোধী আন্দোলনত জেহাদী সোমাই থকাৰ দাবী ৰঞ্জিত দাসৰ, প্ৰমাণিত নহ’লে ত্যাগ কৰিব ৰাজনৈতিক জীৱন
ৰাজ্য ‘জ্বলাই’ যোৱা কা’ বিৰোধী আন্দোলনৰ মাজত জেহাদীৰ ‘গোন্ধ’ পাইছে বিজেপিৰ ৰাজ্যিক সভাপতি সভাপতি ৰঞ্জিত দাসে। দাসৰ মতে জেহাদীয়ে দিচপুৰৰ জনতা ভৱন…
নতুন বছৰৰ পহিলা দিনটোতে নৱ প্ৰজন্মক আলফাত যোগদান নকৰিবলৈ আহ্বান অনুপ চেতিয়াৰ
নতুন বছৰৰ পহিলা দিনটোতে নৱ প্ৰজন্মক আলফাত যোগদান নকৰিবলৈ আহ্বান জনাইছে আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াই। নাগৰিকত্ব (সংশোধনী) আইন ২০১৯ ৰ বাতিলৰ…
’১৯-ৰ আগলৈকে মানুহে সাধু সন্ন্যাসী বুলি ভাবি থকা সোণোৱালৰ আচল ৰূপ এতিয়াহে দেখিছে : তৰুণ গগৈ
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ ক্ষমতাৰ বাবে জাতি-মাটি-ভেটি বিক্ৰী কৰিছে বুলি মন্তব্য কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। আজি দিচপুৰস্থিত মন্ত্ৰীৰ কলনিত…
বছৰৰ অন্তিম দিনটোত শিক্ষা মন্ত্ৰীক সাক্ষাৎ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ
আজি ৩১ ডিচেম্বৰত “সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ” ৰ এক সঁজাতি দলে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক সাক্ষাৎ কৰি ঠিকাভিত্তিক শিক্ষকৰ চাকৰি …
CAA হোৱাৰ দিনাই অসমৰ ILP যোগ্যতাও নোহোৱা কৰিলে মোদী চৰকাৰে
নাগৰিকত্ব (সংশোধন) আইন ২০১৯ৰ বিৰুদ্ধে চলিত প্ৰতিবাদৰ মাজতে সদৌ অসম ছাত্ৰ সন্থাই দেওবাৰে পোহৰলৈ আনিছে অসমৰ ক্ষেত্ৰত কেন্দ্ৰই কৰ্তন কৰা এক বিশেষ…