NORTHEAST NOW (Assamese)

Author: কল্পজ্যোতি শইকীয়া

অসম

বিজেপি, এবিভিপি, আপ আৰু ঐক্য সেনা অসমৰ শতাধিক কৰ্মীৰ কংগ্ৰেছত যোগদান

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি আন্দোলন হৈ থকাৰ মাজতে বিজেপি আৰু ইয়াৰ ভাতৃ সংগঠন এবিভিপিৰ একাংশ কর্মীয়েও এই আইনৰ বিৰোধিতা কৰি পদত্যাগ…

কল্পজ্যোতি শইকীয়া · December 20, 2019 6:42 pm
অসম

বিজেপি হটাওক আৰু দেশ বচাওক,সৰ্বানন্দ-হিমন্তক হটাওক অসমক বচাওক: তৰুণ গগৈ

‘’বিজেপি হটাও আৰু দেশ বচাওক, সৰ্বানন্দ হিমন্তক হটাওক অসম বচাওক।‘’ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেলৰ পাছতে শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল…

কল্পজ্যোতি শইকীয়া · December 20, 2019 4:33 pm
Popular Stories

মোক এঘৰীয়া নকৰিব, মই আপোনালোকৰ মাজৰে এজন : মুখ্য মন্ত্ৰী সোণোৱাল

‘আজি আমি সকলোৱে এটি কথা উপলব্ধি কৰিছোঁ যে অসমৰ ৰাইজে অসমৰ বুকুত অসমীয়া ভাষা ৰাজ্য ভাষা হিচাপে থকাটো বিচাৰে। অসমীয়া ভাষা ৰাজ্য…

কল্পজ্যোতি শইকীয়া · December 20, 2019 10:56 am
অসম

ন’ কা, ন’ টোপ

ন’ কা, ন’ টোপ: জুবিন গাৰ্গৰ লগতে কা-বিৰোধী অসমৰ শিল্পী সমাজে চানমাৰিৰ প্ৰতিবাদথলীৰ পৰা বৃহস্পতিবাৰে এই স্পষ্ট বাৰ্তাই দিছে শেহতীয়াকৈ শিল্পীলৈ সাহায্য…

কল্পজ্যোতি শইকীয়া · December 19, 2019 9:36 pm
অসম

কা-বিৰোধিতাত অসমৰ বন্যপ্ৰাণীকো লগত ল’ব জুবিনে!

অসমৰ বনৰীয়া জীৱ-জন্তুও নাগৰিকত্ব (সংশোধন) আইন ২০১৯-বিৰোধী প্ৰতিবাদত চামিল হোৱাৰ দিশে আগবাঢ়িছে। উত্তাল অসমৰ পিছতে দেশজুৰি বিয়পি পৰা কা-বিৰোধিতাৰ মাজতে শিল্পী জুবিন…

কল্পজ্যোতি শইকীয়া · December 19, 2019 8:58 pm
Popular Stories

জয়শ্ৰী গোস্বামী মহন্ত আৰু ফুকন চন্দ্ৰ বসুমতাৰীলৈ সাহিত্য অকাডেমী বঁটা

২০১৯ বৰ্ষৰ সাহিত্য অকাডেমী বঁটাৰ বাবে অসমৰ দুগৰাকীকৈ সাহিত্যিক ক্ৰমে ড০ জয়শ্ৰী গোস্বামী মহন্ত আৰু ড০ ফুকন চন্দ্ৰ বসুমতাৰীৰ নাম ঘোষিত হৈছে।…

কল্পজ্যোতি শইকীয়া · December 18, 2019 9:15 pm
অসম

হিমন্ত বিশ্ব শৰ্মাই কাল্পনিক গল্প সাজিলে: ৰিপুণ বৰা

ৰিপুণ বৰাই বুধবাৰে কৈছে যে অসমৰ নাগৰিকত্ব (সংশোধন) আইনবিৰোধী হিংসাত্মক প্ৰতিবাদক লৈ হিমন্ত বিশ্ব শৰ্মাই কোৱা কথা “কাল্পনিক গল্প”। অসম প্ৰদেশ যুৱ…

কল্পজ্যোতি শইকীয়া · December 18, 2019 7:58 pm
অসম

গামোচাক যদি সন্মান কৰে, তেন্তে আইনখন বাতিল কৰক: মোদীৰ প্ৰতি তৰুণ গগৈ

তৰুণ গগৈয়ে নাগৰিকত্ব (সংশোধন) আইন ২০১৯ বাতিল কৰাৰ বাবে মঙলবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক দাবী জনাইছে। প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কয় যে অসমৰ…

কল্পজ্যোতি শইকীয়া · December 17, 2019 7:23 pm
Popular Stories

অখিল গগৈক ১০ দিনৰ NIAৰ জিম্মাত; অত্যাচাৰ চলোৱাৰ অভিযোগ

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA)ই গ্ৰেপ্তাৰ কৰি আজি যোৰহাটৰ পৰা গুৱাহাটীলৈ অনা কৃষক নেতা অখিল গগৈক ১০ দিনৰ NIAৰ জিম্মালৈ প্ৰেৰন কৰা হয়। ১৬ ডিচেম্বৰত…

কল্পজ্যোতি শইকীয়া · December 17, 2019 5:28 pm
অসম

সমুজ্জ্বল, লুৰিণ, বৰষাৰাণী বিষয়াকে ধৰি শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক আটক

আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আৰু অভিনেত্ৰী বৰষাৰাণী বিষয়াকে ধৰি প্ৰায় ৩০০ শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক আজিও আটক কৰিছে আৰক্ষীয়ে।…

কল্পজ্যোতি শইকীয়া · December 17, 2019 2:56 pm