Author: কল্পজ্যোতি শইকীয়া
অগ্নিগৰ্ভ গুৱাহাটীত ৪খনকৈ বাহন জ্বলাই দিলে উত্তেজিত প্ৰতিবাদকাৰীয়ে
অগ্নিগৰ্ভা গুৱাহাটীত সান্ধ্য আইন জাৰি কৰাৰ সময়তে উদণ্ড প্ৰতিবাদকাৰীয়ে জ্বলালে ৪ খনকৈ বাহন। মহানগৰীৰ চুপাৰ মাৰ্কেট আৰু ডাউন টাউন অঞ্চলত মুঠ ৪…
জুই, ধোঁৱাৰ মাজত জনতা ভৱন, বাহিৰে-ভিতৰে বিক্ষুব্ধ ৰাইজ-কৰ্মচাৰী
ৰাজ্য সভাত নাগৰিকত্ব (সংশোধন) বিধেয়ক ২০১৯ৰ বিতৰ্ক চলি থকাৰ মাজত অসমত অব্যাহত ব্যাপক বিক্ষোভৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে ৰাজধানী দিচপুৰ। যোৱা প্ৰায় ৬…
“কেব” বাতিল নকৰা পৰ্য্যন্ত চৰকাৰী অনুষ্ঠান বৰ্জনৰ হুংকাৰ অসমৰ শিল্পী সমাজৰ
আজি অসমৰ সৰ্বত্ৰে হোৱা “কেব” বিৰোধী আন্দোলনলৈ সকলো স্তৰৰ সঁহাৰিৰ সমান্তৰালভাৱে মহানগৰত ওলাই আহিল অসমৰ শিল্পী সমাজ। বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদৰ কাৰ্য্যসূচী…
লতাশিল আৰক্ষীৰ বৰ্বৰতা! প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীক টানি-আজুৰি চোঁচোৰাই আটক
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীৰ এটা দলক আজি সন্ধিয়া প্ৰায় ৬ বজাত লতাশিল আৰক্ষী আটক কৰে। গুৱাহাটী ক্লাবৰ পৰা…
RTI কৰ্মী দুলাল বৰাৰ বাসগৃহত আৰক্ষীৰ অভিযান; আপত্তিজনক নথি, বেংকৰ কাগজ-পত্ৰ জব্দ
যোৱা ৪ দিন ধৰি আৰক্ষীৰ জিম্মাত থকা বিতৰ্কিত RTI কৰ্মী দুলাল বৰাৰ বাসগৃহত আজি মহানগৰীৰ হাতীগাওঁ থানাৰ আৰক্ষীয়ে তালাচী চলায়। আৰক্ষীৰ সূত্ৰই…
বন্ধৰ সৰ্বাত্মক প্ৰভাৱ : সমগ্ৰ ৰাজ্যতে বন্ধ তেল ডিপো; স্তব্ধ জনজীৱন
উত্তৰ-পূব ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰুদ্ধে মঙলবাৰে আহ্বান জনোৱা ১১ ঘন্টীয়া বন্ধৰ প্ৰভাৱ সমগ্ৰ অসমতে সৰ্বাত্মক ৰূপত পৰাৰ বাতৰি পোৱা গৈছে।…
জাতি ৰক্ষাৰ স্বাৰ্থত আকৌ শৰাইঘাটলৈ গ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী
জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আকৌ এবাৰ শৰাইঘাটলৈ গ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী। জাতি ৰক্ষাৰ স্বাৰ্থত হাতে হাতে জোঁৰ…
সভালৈ মাতি সাংবাদিকক অপমান বিজেপিৰ; সভাগৃহৰ পৰা উলিয়াই দিলে সাংবাদিকক
বিজেপিৰ ৰাজহুৱা সভাত নিষিদ্ধ সংবাদ মাধ্যম। সভালৈ মাতি অপমান সাংবাদিকক। বন্তি প্ৰজ্বলন, মাতৃ বন্দনা, আৰু সম্বৰ্ধনা অনুষ্ঠানৰ পাছতে সভা গৃহৰ পৰা উলিয়াই…
আন্দোলন কৰিলে জাতিৰ স্বাৰ্থ সুৰক্ষিত নহয়, আন্দোলনকাৰীয়ে সৃষ্টি কৰিছে অশান্তি : সোণোৱাল
সদৌ অসম ছাত্ৰ সন্থাৰ সক্ৰিয় কৰ্মী হিচাপে ছাত্ৰাৱস্থাৰ পৰা বিদেশী সমস্যাকে ধৰি অসমৰ অন্যান্য জলন্ত সমস্যাৰ বিৰুদ্ধে ৰাজপথত আন্দোলন কৰি মুখ্য মন্ত্ৰীৰ…
কলিয়াবৰত অঃ জাঃ যুঃ ছাঃ পঃৰ পিছত মুখ্য মন্ত্ৰীক গুৱাহাটীতো ক’লা পতাকা প্ৰদৰ্শন আছুৰ
“কেব” সন্দৰ্ভত নিমাতী কইনা হৈ কেন্দ্ৰৰ স্থিতিক সমৰ্থন কৰি অহা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আজি আছুৱে ক’লা পতাকা প্ৰদৰ্শন কৰে। বিয়লি ৫…