Author: কল্পজ্যোতি শইকীয়া
““কেব”তকৈয়ো ভাবিব লগীয়া কথা বহুত আছে, প্ৰতিবাদেই সমাধান নহয়”, অসম ছাত্ৰ পৰিষদৰ সভাপতি
নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কৌশলী স্থিতি লৈ অহা অগপ নেতৃত্বৰ বিৰুদ্ধে ক্ষুব্ধ হোৱা একাংশ কটনিয়ানে অগপৰ মুখ্য কাৰ্য্যালয় ঘেৰাও কৰি তিনি মন্ত্ৰীৰ প্ৰতিকৃতি…
অগপৰ মুখ্য কাৰ্য্যালয় ঘেৰাও কটনিয়ানৰ; আঞ্চলিক দলটোৰ বৰঘৰতে আহি চৰম সকীয়নি
নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কৌশলী স্থিতি লৈ অহা অগপ নেতৃত্বৰ বিৰুদ্ধে ক্ষুব্ধ হোৱা একাংশ কটনিয়ানে আজি আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয় ঘেৰা কৰে।…
CAB সম্পৰ্কত অমিত শ্বাহৰে আলোচনা অগপৰ; গৃহ মন্ত্ৰীৰ সন্মুখত কি আহ্বান জনালে অগপ নেতৃত্বই?
ৰাজ্যৰ অন্যান্য দল সংগঠনৰ সমান্তৰালকৈ আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে অগপ নেতৃত্বই। অগপ সভাপতি অতুল বৰাৰ নেতৃত্বত যোৱা দলটোত…
মুখ্য মন্ত্ৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে “শূন্য সহনশীলতাৰ নীতি” আৰক্ষীতো আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ
ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক হিচাপে আজি দায়িত্ব গ্ৰহণ কৰিয়ে মুখ্য মন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে আৰক্ষী বিষয়া ভাস্কৰজ্যোতি মহন্ত। কেৱল প্ৰশংসাত পঞ্চমুখেই নহয়,…
এ চি এছ বিষয়া বাবুলাল শৰ্মাক এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক নিযুক্তি
নিযুক্তিৰ পিছতে বিতৰ্ক সৃষ্টি হোৱাৰ পিছত এতিয়ালৈকে নতুন দায়িত্বত যোগদান নকৰা এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাৰ ঠাইত ৰাজ্যিক সমন্বয়ক হিচাপে…
মূল সমস্যাৰ পৰা দেশবাসীৰ দৃষ্টি আঁতৰাবলৈ চৰকাৰে NRC আৰু CAB-ক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে : জয়ৰাম ৰমেশ
দেশৰ মূল সমস্যা অৰ্থনৈতিক বিপৰ্য্যয়ৰ পৰা দেশবাসীৰ মনোযোগ আঁতৰাই ৰাখিবলৈ কেন্দ্ৰৰ বিজেপি চৰকাৰখনে এন আৰ চি আৰু “কেব”ক মূল অস্ত্ৰ হিচাপে ব্যৱহাৰ…
উমানন্দ ঘাটত উদ্ধাৰ হিন্দুৰ দেৱ-দেৱীৰ বৃহৎ সংখ্যক মূৰ্তি; পানীত ভাঁহি উঠিল ভগৱানৰ মূৰ্তি
মহানগৰীৰ উজান বজাৰৰ উমানন্দ ঘাটত আজি বৃহৎ সংখ্যক ভগৱানৰ মূৰ্তি উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি দুপৰীয়া প্ৰায় ১ বজাত এজন লোকে…
আনুষ্ঠানিকভাৱে চাকৰি জীৱনৰ পৰা বিদায় জনোৱা হ’ল আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক
কাহিলিপাৰাস্থিত অসম আৰক্ষীৰ চতুৰ্থ APBN কাৰ্যালয়ত এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত বিদায় সম্বৰ্দ্ধনা জনোৱা হ’ল কূলধৰ শইকীয়াক। বিদায় পেৰেড অনুষ্ঠানত ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক…
শংকৰদেৱ থিয়েটাৰত এণ্টি-ক্লাইমেক্স
অসমৰ ভ্ৰাম্যমাণ নাট্যদল শংকৰদেৱ থিয়েটাৰ নিজেই নাটকত পৰিণত হৈছে, অন্ততঃ কলা-কুশলীসকলৰ ভাষ্যমতে। অভিযোগমতে, কলা-কুশলীসকলক এবছৰীয়া চুক্তিত লৈ প্ৰযোজক মানস কলিতাই তিনি মাহতে…
৮ বছৰ পাছত কাইলৈৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানাত দেখা পাব জিৰাফ
মহানগৰীৰ জাপৰিগোগ অঞ্চলত অৱস্থিত অসম ৰাজ্যিক চিৰিয়াখানালৈ পাটনাৰ সঞ্জয় গান্ধী বায়’লজিকেল চিৰিয়াখানাৰ পৰা অনা হৈছে এজনী মাইকী জিৰাফ। ইতিমধ্যে জিৰাফটোৱে অসমত প্ৰৱেশ কৰা…