NORTHEAST NOW (Assamese)

Author: কল্পজ্যোতি শইকীয়া, গুৱাহাটী

অসম

প্ৰতিবাদলৈ ভয়! ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষীয়ে আবদ্ধ কৰিছে টেট উত্তীৰ্ণ শিক্ষকক

টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰাৰ বাবে অসম চৰকাৰে কোনো ধৰণৰ কাৰ্পণ্য কৰা নাই। আজি ৰাজ্যৰ প্ৰায় কুৰি হাজাৰ টেট শিক্ষকে…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · March 24, 2022 10:09 am
অসম

প্ৰসংগ দীপৰ বিল : ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণক মূৰ্খ সজাব বিচাৰে নেকি গুৱাহাটী পৌৰ নিগমে?

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে দিয়া নিৰ্দেশনাক লৈ ল’ৰা-ধেমালি খেলে নেকি গুৱাহাটী পৌৰ নিগমে? ৰামচাৰ অঞ্চল হিচাপে পৰিচিত দ্বীপৰ বিল সদায় প্ৰদূষিত হৈ থকাটো…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · March 23, 2022 9:24 pm
অসম

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন সন্দৰ্ভত ৰাজ্যৰ নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰৰ সংবাদমেল

১৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন সন্দৰ্ভত আজি এক সংবাদ মেল সম্বোধন কৰে ৰাজ্যৰ নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰে। সংবাদমেলত আয়ুক্ত…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · March 23, 2022 1:25 pm
অসম

মহানগৰীত ভয়াৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন

আজি পুৱা মহানগৰীত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন ব্যক্তিৰ। মৃত ব্যক্তি জনৰ নাম দ্বিজেন বৈশ্য…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · March 23, 2022 12:56 pm
অসম

অৱশেষত গা লৰিল: কাছাৰ আৰু নগাঁও কাগজ কলৰ বাবে ৩৭৫ কোটি টকাৰ অনুমোদন ৰাজ্য চৰকাৰৰ

দীৰ্ঘদিনীয়া আন্দোলন আৰু কেইবাজনো কৰ্মচাৰীৰ মৃত্যুৰ পিছত কাছাৰ আৰু নগাঁও কাগজ কলৰ ক্ষেত্ৰত অৱশেষত শুভবুদ্ধিৰ উদয় হ’ল ৰাজ্য চৰকাৰৰ। আজি ৰাজ্যিক কেবিনেটে…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · March 23, 2022 11:59 am
অসম

অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী পদত মীৰা বৰঠাকুৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰক অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ নতুন সভানেত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে. চি বেনুগোপালে…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · March 23, 2022 7:18 am
অসম

তিনিচুকীয়াত ড্ৰাগছ, বাল্য বিবাহ আদিৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে কৰ্মশালা অনুষ্ঠিত

তিনিচুকীয়া আৰক্ষীৰ উদ্যোগত যোৱা ১৩ মাৰ্চৰ পৰা ২০ মার্চলৈ আঠদিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়া জিলাৰ লেখাপানী, বৰদুমচা, মাকোম,মাৰ্ঘেৰিটা,ডুমডুমা, ডিগবৈ আদিৰ ভিতৰুৱা অঞ্চল সমূহত ড্ৰাগছ,…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · March 21, 2022 7:03 pm
অসম

দানৱীয় পৰ্য্যায়লৈ কিয় গতি কৰিছে অসম আৰক্ষীৰ কৰ্ম-কাণ্ডই?

জন হিতাৰ্থে জন সেৱাৰ্থে অসম আৰক্ষী! কিন্তু ভুল….. দানৱীয় পৰ্য্যায়লৈ গতি কৰিছে নেকি অসম আৰক্ষীৰ কৰ্ম কাণ্ড? প্ৰথমে নগাঁওৰ কীৰ্তিকমল বৰাৰ নিৰ্বিচাৰ…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · March 19, 2022 9:28 pm
অসম

আৰক্ষী ৰাজ! মহানগৰীত যান-বাহন আৰক্ষীয়ে ৰাজপথতে মটৰ চাইকেল আৰোহীক প্ৰহাৰ কৰা দৃশ্য ভাইৰেল

গুৱাহাটী মহানগৰীত কৰ্তব্যৰত যান-বাহন আৰক্ষীয়ে এগৰাকী মটৰচাইকেল আৰোহীক কেমেৰাৰ সন্মুখতে আক্ৰমণ কৰা দৃশ্য ভাইৰেল হোৱাৰ পিছতেই কঠোৰ হ’ল আৰক্ষী প্ৰশাসন ৷ ৰাজপথত…

কল্পজোতি শইকীয়া, গুৱাহাটী · March 19, 2022 7:04 am
অসম

আহাৰৰ এদিন নাট আৰু কেলিগোপাল অংকীয়া ভাওনাই জীপাল কৰিলে বিশ্ববিদ্যালয়ৰ প্ৰাঙ্গণ

অসমীয়া নাটক আৰু ভাওনাক বিশুদ্ধ ৰূপত জগতসভালৈ লৈ যোৱাৰ প্ৰয়াসত ব্রতী এদল তৰুণ-তৰুণী। ইয়াৰ বাবেই “মুক্তি সাধকম্” নামেৰে এক বিশেষ অনুষ্ঠান অনুষ্ঠিত…

কল্পজোতি শইকীয়া, গুৱাহাটী · March 17, 2022 8:39 pm