Author: কল্পজ্যোতি শইকীয়া
সাংবাদিক অৰ্ণৱ গোস্বামীৰ বাসগৃহৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ড
মহানগৰীৰ লালগণেশত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত অঞ্চলজুৰি চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হয়। ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক, সাংবাদিক অৰ্ণৱ গোস্বামীৰ…
গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্যৰ যোগান : এসপ্তাহৰ বাবে তলা ওলমাই দিয়া হ’ল পানবজাৰৰ বিখ্যাত ৰেৱতী চাট হাউছত
গুৱাহাটী মহানগৰীৰ পানবজাৰত থকা সকলোৰে পৰিচিত ৰেৱতী চাট হাউছখন কালি নিশা খাদ্য সুৰক্ষা বিভাগে জাননী জাৰি কৰি তলা ওলমাই দিয়ে। পানবজাৰৰ বিখ্যাত…
কংগ্ৰেছত অন্তঃকন্দল; দলীয় অনুশাসনহীনতাৰ কথা অকপটে স্বীকাৰ দেবব্ৰত শইকীয়াৰ
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ সৈতে সংঘাতত লিপ্ত হৈ হাজো সমষ্টিত কংগ্ৰেছৰ গুৰি ধৰোতা দুলু আহমেদ নিলম্বিত হোৱাৰ পাছত তথা…
শিলাদিত্যই এন আৰ চিৰ বিৰোধিতা কৰাতকৈ আত্মহত্যা কৰা বাঙালীৰ পৰিয়ালৰ বুজ লওক : বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যন
বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যনে আজি এখন সংবাদমেলত অসমৰ বাঙালীসকলে “ডি ভোটাৰ আৰু আপত্তি-অভিযোগ”ৰ অগ্নিপৰীক্ষাৰ সন্মুখীন হ’ব লগীয়া হৈছে বুলি কয়। এই প্ৰক্ৰিয়াত…
এন আৰ চিৰ স্পৰ্শকাতৰ তথ্য ৰাজহুৱা; চৰকাৰৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিব দেৱব্ৰত শইকীয়া
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ নকৰা পৰ্য্যন্ত ইয়াৰ গুৰুত্বপূৰ্ণ তথ্য কাকো নিদিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ থকাৰ পিছতো খোদ ৰাজ্য চৰকাৰেই সেই…
গুৱাহাটীতে ৰবট খাদ্য পৰিচাৰিকা! অসমীয়া সাজত ৰাইজৰ সেৱালৈ সুন্দৰী “পাল্কী”
গুৱাহাটীতে এইবাৰ আৰম্ভ হৈছে ৰবটৰদ্বাৰা খাদ্য পৰিৱেশন। মহানগৰীৰ উৰুকা ৰেষ্টুৰেণ্টে বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰিছে এই অসম বাদ ভাৰততে উচ্চাকাংক্ষীৰূপে বিবেচিত হ’ব পৰা…
প্ৰতীক হাজেলাক প্ৰত্যাহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অসমৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক প্ৰত্যাহ্বান জনাইছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে। ‘প্ৰতীক হাজেলাক আমি প্ৰত্যাহ্বান জনাইছো, কোন তাৰিখে…
৩৫৯,৪৫,৭০,০০০ টকা চাহ শ্ৰমিকৰ বেংকত জমা হ’ল; কিন্তু মুঠ একাউণ্টৰ তথ্য সংগ্ৰহ কৰি আছে অসম চৰকাৰে
অসমৰ চাহ বাগিচাৰ শ্ৰমিকক ’১৭-১৮ আৰু ’১৮-১৯ বৰ্ষত ৰাজ্য চৰকাৰে “বেংকযোগে” আদায় দিছে মুঠ ৩৫৯,৪৫,৭০,০০০ টকা। কিন্তু, অসমৰ কিমান চাহ শ্ৰমিকৰ বেংক…
আহি আছে অমিত শ্বাহ, কেবাখনো ৰেইলত আহিছে বানসাহায্য, চলিছে সদস্যভৰ্তি-উপ নিৰ্বাচনী প্ৰস্তুতি
বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বুধবাৰে এক সংবাদমেলত দলৰ উপ নিৰ্বাচনী কুছকাৱাজ, সদস্যভৰ্তি, বান সাহায্য, অমিত শ্বাহৰ অসম ভ্ৰমণ, তিনি তালাক আদি…
ৰকিবুল হুছেইনৰ বিৰুদ্ধে দিচপুৰ থানাত এজাহাৰ কে এচ য়ু পিৰ
কৃষক শ্ৰমিক উন্নয়ন পৰিষদে প্ৰাক্তন কংগ্রেছী মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে গুৱাহাটীৰ দিচপুৰ থানাত বুধবাৰে এজাহাৰ দাখিল কৰিছে। প্ৰাক্তন বন মন্ত্ৰী হুছেইন গঁড়…