Author: কল্পজ্যোতি শইকীয়া
মহানগৰীৰ কালাপাহাৰত চাঞ্চল্যকৰ ডকাইতি; অস্ত্ৰধাৰী ডকাইতৰ দলে দিন দুপৰতে লুটিলে জুৱেলাৰী
মহানগৰীৰ কালাপাহাৰত সংঘটিত হোৱা এক চাঞ্চল্যকৰ ডকাইতি কাণ্ডই আতংকিত কৰি তুলিছে অঞ্চলটোৰ জনসাধাৰণক। দিন দুপৰতে অহা এটা অস্ত্ৰধাৰী ডকাইতৰ দলে কালাপাহাৰস্থিত এম.…
এন আৰ চিৰ পুনৰীক্ষণ : প্ৰতীক হাজেলাক সকীয়নি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰৰ
উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো মইমতালিৰে পৰিচালনা কৰিছে বুলি অভিযোগ তুলি ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক আজি…
আৰক্ষীৰ পোছাকত কালিমা সানিলে ডকাইতৰূপী আৰক্ষীয়ে
ৰক্ষকেই যেতিয়া হৈ পৰে ভক্ষক তেতিয়া সাধাৰণ ৰাইজে ন্যায়ৰ আশা কৰিব কাৰ পৰা? মহানগৰীত আজি দিচপুৰ আৰক্ষীৰ জালত পৰিল ডকাইত ৰূপী তিনিজন…
ফটোগ্ৰাফাৰ, কেমেৰাপাৰ্ছন লগত লৈ বছৰৰ এটা দিনত খেতি কৰিবলৈ যোৱা বুলি সমালোচিত হৈছে কিয় অখিল গগৈ?
ৰাজ্য বান বিধ্বস্ত হোৱাৰ সময়ত কিমান দূৰ যুক্তিসংগত ভূঁই ৰোৱা উৎসৱ? অসমৰ চহা কৃষকক উপকৃত কৰিব নে ভূঁই ৰোৱা উৎসৱে? ফটোগ্ৰাফাৰ, কেমেৰাপার্ছন…
বান, এন আৰ চি হ’ব প্ৰধান বিষয়; বিধান সভা অধিৱেশনলৈ টঙালি শাসক-বিৰোধীৰ
সমগ্ৰ অসমজুৰি হোৱা বান আৰু সংবেদনশীল এন আৰ চি হ’ব শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব লগা অসম বিধান সভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ প্ৰধান বিষয়।…
অচিনাকি ফোন নম্বৰৰ পৰা আচাৰ্য পংকজ পাঠকক হত্যাৰ ভাবুকি
মহানগৰীৰ সোণাপুৰৰ আচাৰ্য পংকজ পাঠকক হত্যাৰ ভাবুকি দিছে কোনো দুৰ্বৃত্তই। ফোন যোগে হত্যাৰ ভাবুকি প্ৰদান কৰিছে পাঠকক। ঘটনা সন্দৰ্ভত পংকজ পাঠকে নৰ্থ…
প্রতীক হাজেলাৰ স্থিতি সন্দেহজনক: বিজেপি
অসমৰ এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ স্থিতি সন্দেহজনক বুলিছে বিজেপিয়ে। বুধবাৰে ৰাজ্যিক কাৰ্য্যালয়ত এন আৰ চি সম্পৰ্কীয় এক বৈঠকত সিদ্ধান্ত…
বানাক্ৰান্তৰ কাষত ক্ৰিয়েশ্ব্যন মোছন পিকচাৰ : মালৈবাৰী আৰু ক্ষেত্ৰীৰ বন্যাৰ্তক সাহায্য
‘মানুহে মানুহৰ বাবে যদিহে অকণো নাভাৱে’ এই মহান উক্তি আগত ৰাখি মহানগৰীৰ দাঁতিকাষৰীয়া অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ কাষত মঙলবাৰে অৰ্থাৎ ২৩ জুলাইত থিয়…
₹১০ লাখলৈকে পাওক এজোপা অগৰুত; ছিংগাপ’ৰৰ পৰা ক্ৰেতা আপোনাৰ ঘৰলৈকে আহিব
অসমৰ অগৰু খেতিয়কৰ বাবে সুখবৰ। এতিয়া কম দামত অগৰু বেচাৰ কথা নাই, ₹১০ লাখলৈকে আপুনি পাব পাৰে এজোপা অগৰুত। ছিংগাপ’ৰৰ পৰা মানুহ…
বান সহায্য সংগ্ৰহৰ নামত জোৰ-জুলুম কৰা সকলৰ বিৰুদ্ধে কঠোৰ মহানগৰ প্ৰশাসন; প্ৰয়োজনত ল’ব আইনী ব্যৱস্থা
কামৰূপ মহানগৰ প্ৰশাসন কঠোৰ হৈছে বান সাহায্য সংগ্ৰহৰ ক্ষেত্ৰত। এতিয়াৰ পৰা বান সাহায্যৰ নামত ৰাইজক কোনেও জোৰ-জুলুম কৰিব নোৱাৰিব। সংবাদ মাধ্যমলৈ বুধবাৰে…