NORTHEAST NOW (Assamese)

Author: কল্পজ্যোতি শইকীয়া

অসম

অভাৱগ্ৰস্ত মানুহক হিতাধিকাৰী আঁচনিৰে বিজেপিয়ে সমৰ্থন আদায় কৰিলে : ড০ হীৰেন গোহাঁই

“নিৰ্বাচনৰ এবছৰ পূৰ্বৰ পৰা জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰাৰ উপৰি অভাৱগ্ৰস্ত মানুহক এটকীয়া চাউল, আটা, ম’বাইল ফোন তুলি দি বিজেপিয়ে ৰাইজৰ সমৰ্থন আদায়…

কল্পজ্যোতি শইকীয়া · May 28, 2019 9:31 pm
অসম

ৰাজ্যসভাৰ নিৰ্বাচন : “হিমন্ত-বিহীন” কংগ্ৰেছে সাহস নকৰিলে প্ৰাৰ্থী দিবলৈ; হিমন্তই জিকাই আছিল বিৰোধীৰ ভোট আনি

অসমত খালী হোৱা ৰাজ্যসভাৰ দুখন আসনৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল যদিও বিৰোধীক উৎসাহিত হোৱা দেখা নগ’ল। ফলত…

কল্পজ্যোতি শইকীয়া · May 28, 2019 6:41 pm
অসম

গ্ৰেপ্তাৰ গুৱাহাটী বিশ্ববিঃৰ প্ৰাঃ ছাত্ৰনেতা, ‘আইনা’ৰ প্ৰাঃ উঃ সম্পাদক ||গ্ৰেনে’দ বিস্ফোৰণ

গুৱাহাটীৰ শেহতীয়া গ্ৰেনে’দ বিস্ফোৰণত জৰিত থকাৰ অভিযোগত গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সংস্থাৰ প্ৰাক্তন সভাপতি তথা ‘আইনা’ আলোচনীৰ প্ৰাক্তন উপ সম্পাদক সঞ্জীৱ তালুকদাৰক…

কল্পজ্যোতি শইকীয়া · May 28, 2019 3:54 pm
অসম

ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কামাখ্যা প্ৰসাদ তাছা আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ

ৰাজ্যসভাৰ দুখন আসনৰ এখনত বিজেপিৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়োৱা যোৰহাট সমষ্টিৰ প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু দ্বিতীয়খন আসনৰ বাবে মিত্র দল অগপৰ…

কল্পজ্যোতি শইকীয়া · May 28, 2019 1:32 pm
অসম

ড্ৰাগছ ব্যৱসায়ত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ চলচ্চিত্ৰ অভিনেতা নিৰেন শৰ্মা

ড্ৰাগছ ব্যৱসায়ত জড়িত হোৱাৰ অভিযোগত অসমীয়া চলচ্চিত্ৰ অভিনেতা নিৰেন শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে। লতাশিল আৰক্ষীয়ে অভিনেতাজনৰ লগতে ড্ৰাগছ সহ   পাঁচজনক গ্ৰেপ্তাৰ কৰে…

কল্পজ্যোতি শইকীয়া · May 27, 2019 5:10 pm
অসম

বিজেপিয়ে ৰাজ্যসভাৰ এখন আসন এৰি দিব অগপক : প্ৰাৰ্থী হ’ব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ বৈশ্য

অহা ৭ জুনত হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনত অসম গণ পৰিষদক এখন আসন এৰি দিব বিজেপিয়ে। এই আসনখনত প্ৰতিদ্বন্দিতা কৰিব অসম গণ পৰিষদৰ প্ৰাক্তন…

কল্পজ্যোতি শইকীয়া · May 26, 2019 7:07 pm
অসম

ই ভি এমৰ সলনি নিৰ্বাচন আয়োগক পেপাৰ বেলট প্ৰৱৰ্তন কৰাৰ আহ্বান উপমন্যু হাজৰিকাৰ

‘মানুহে ভোট দিছে, ই ভি এমত অহা নাই, এইটো চিধা কথা।‘ সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত ২১,০০০ ভোট লাভ কৰি পৰাজিত হোৱা গুৱাহাটী…

কল্পজ্যোতি শইকীয়া · May 26, 2019 6:20 pm
Popular Stories

ছেট্টী আয়োগৰ সা-সুবিধাৰ পৰা বঞ্চিত ৰাজ্যৰ ন্যায়িক কৰ্মচাৰী; ২ জুলাইত কৰ্মবিৰতি

দেশৰ বিভিন্ন আদালতত কৰ্মৰত ন্যায়িক কৰ্মচাৰীসকলৰ সেৱাবিধিকে ধৰি দৰমহা আৰু বিভিন্ন সা-সুবিধাৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত ছেট্টী আয়োগ অনুমোদিত প্ৰস্তাৱসমূহ কাৰ্য্যকৰী…

কল্পজ্যোতি শইকীয়া · May 26, 2019 10:07 am
Popular Stories

‘মেধাসম্পন্ন’ ছাত্ৰ-ছাত্ৰীৰ সপোন ‘গৰিমামণ্ডিত’ কটন বিশ্ববিদ্যালয়ৰ ফলাফলে ম্লান কৰিছে ‘গৰিমা’!

সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ‘মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰী’ৰ স্বপ্ন ‘গৰিমামণ্ডিত’ কটন বিশ্ববিদ্যালয়ৰ ফলাফলে ম্লান কৰিছে নেকি বিশ্ববিদ্যালয়খনৰ গৰিমা? অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ চূড়ান্ত পৰীক্ষাত…

কল্পজ্যোতি শইকীয়া · May 25, 2019 9:20 pm
অসম

মহানগৰীৰ তিনিখন আগশাৰীৰ শিক্ষানুষ্ঠানৰ এজনো ছাত্ৰ-ছাত্ৰীয়ে লাভ নকৰিলে শীৰ্ষৰ দহৰ ভিতৰত স্থান

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত শাখাৰ কলা আৰু বিজ্ঞান শাখাৰ ফলাফলত এটা শাখাতো শীৰ্ষ দহটা ক্ৰমৰ ভিৰতৰ স্থান লাভ কৰিবলৈ সক্ষম নহ’ল…

কল্পজ্যোতি শইকীয়া · May 25, 2019 2:35 pm