NORTHEAST NOW (Assamese)

Author: কল্পজ্যোতি শইকীয়া

অসম

কুইন ওজা-ভাগ্য কলিতা-আশা বৰাৰ বিৰুদ্ধে গোচৰ, মাটি কিনা-বেচাত জালিয়াতিৰ অভিযোগ

চৰকাৰী মাটি জালিয়াতিৰে নামজাৰি কৰি কিনা-বেচা কৰাৰ অভিযোগেৰে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজা আৰু ব্যৱসায়ী ভাগ্য কলিতা আৰু আশা বৰাৰ…

কল্পজ্যোতি শইকীয়া · April 24, 2019 6:44 pm
অসম

ৰাজেন গোহাঁইৰ গোচৰ যৌন কেলেংকাৰিৰ বাতৰি প্ৰচাৰ কৰা চেনেলৰ বিৰুদ্ধে ||Video||

গোচৰীয়াৰ সৈতে বুজাবুজি কৰি যৌন কেলেংকাৰিৰ গোচৰৰ পৰা মুক্তি পালেও ইতিমধ্যে ৰাজনৈতিক কেৰিয়াৰত অপূৰণীয় ক্ষতিৰ সন্মুখীন হোৱা ৰে’ল ৰাজ্যিক মন্ত্ৰী তথা নগাওঁ…

কল্পজ্যোতি শইকীয়া · April 24, 2019 2:27 pm
Popular Stories

শৰীৰত কৰ্কট ৰোগৰ যন্ত্ৰণা লৈও ভোট দিবলৈ ওলাই আহিল বছিৰ আলী

ৰাজ্যত আজি অন্ত পৰিল ১৭তম সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ। আজি অনুষ্ঠিত ভোটগ্ৰহণত গুৱাহাটী মহানগৰীৰ এটা বিশেষ ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিল…

কল্পজ্যোতি শইকীয়া · April 23, 2019 8:49 pm
Popular Stories

পৰিয়ালসহ ভোটদান কৰি উৎফুল্লিত ৰাজ্যৰ দুই ‘হাৰ্ট থ্ৰ’ব’

ৰাজ্যত আজি অনুষ্ঠিত তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণত গুৱাহাটী লোকসভা সমষ্টিত আনৰ লগতে ভোটাধিকাৰ সাব্যস্ত কৰিলে অসমৰ দুই জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ আৰু অংগৰাগ…

কল্পজ্যোতি শইকীয়া · April 23, 2019 7:18 pm
অসম

গুৱাহাটীত ভোটাধিকাৰ সাব্যস্ত প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিং আৰু পত্নী গুৰচৰণ কৌৰৰ

ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আজি দিল্লীৰ পৰা গুৱাহাটী পায়হি অসমৰ দুজন বিশিষ্ট ভোটাৰ- প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিং আৰু তেওঁৰ পত্নী গুৰচৰণ কৌৰ।…

কল্পজ্যোতি শইকীয়া · April 23, 2019 4:33 pm
অসম

ই ভি এমত বিসংগতি থকাৰ গুৰুতৰ অভিযোগ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাৰ

ই ভি এম প্ৰক্ৰিয়াত বিসংগতি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাই। মহানগৰীৰ ১৫৫ নং  লাচিত নগৰ…

কল্পজ্যোতি শইকীয়া · April 23, 2019 1:37 pm
অসম

অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ ভোটদান : প্ৰাৰ্থীসকললৈ ভাল কাম কৰাৰ বাবে অনুৰোধ অভিনেত্ৰীগৰাকীৰ

ৰাজ্যত আজি অনুষ্ঠিত হৈ থকা তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণত গুৱাহাটী লোকসভা সমষ্টিত ভোটদান কৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই। দিঘলীয়া শাৰী পাতি ১২৬…

কল্পজ্যোতি শইকীয়া · April 23, 2019 9:44 am
অসম

বিপুল ভোটত জয়ী হ’ম : ভোটদান কৰি এই মন্তব্য গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ

আজি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণৰ বাবে ৰাজ্যৰ চাৰিটা সমষ্টিৰ ৰাইজে নিজৰ নিজৰ পচন্দৰ প্ৰাৰ্থীক ভোট দিবলৈ কেন্দ্ৰ সমূহলৈ ওলাই অহা পৰিলক্ষিত…

কল্পজ্যোতি শইকীয়া · April 23, 2019 8:10 am
অসম

গুৱাহাটীৰ অ-কংগ্ৰেছী ভোটাৰেও বুজি পাইছে সাংসদ হোৱাৰ যোগ্যতা ববিতা শৰ্মাৰ আছে : তৰুণ গগৈ

“গুৱাহাটীৰ অ-কংগ্ৰেছীয়েও এইটো উপলব্ধি কৰিছে যে সাংসদ হোৱাৰ যোগ্যতা ববিতা শৰ্মাৰ আছে”, লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলোৱাৰ সময়ত…

কল্পজ্যোতি শইকীয়া · April 21, 2019 6:57 pm
অসম

অট’ৰিক্সা চলাওঁ আমি দুয়ো ভাই : মহানগৰীৰ ৰাজপথত অট’চালকৰ ৰূপত উপমন্যু হাজৰিকা

ৰাজ্যৰ তৃতীয় পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ কাইলৈ অন্তিম দিন, সেয়েহে প্ৰাৰ্থীসকলৰ প্ৰচাৰ তুংগত উঠিছে। ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ প্ৰয়োগ কৰিছে ন-ন কৌশল।…

কল্পজ্যোতি শইকীয়া · April 20, 2019 10:27 pm