Author: কল্পজ্যোতি শইকীয়া
অসমীয়া জাতিক ভাল পোৱাসকলে বিজেপিক ভোট দিবলৈ নিশ্চয়কৈ কুণ্ঠাবোধ কৰিব : অখিল গগৈ
আজি বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ “সংকল্প পত্ৰ” প্ৰকাশ পোৱাৰ পাছতে অখিল গগৈয়ে নিজৰ বাসগৃহত এখন সংবাদমেল দি কয় যে দেশ আৰু অসমীয়া জাতিক ভাল…
বিজেপিৰ লিগেল চেলৰ বিৰুদ্ধে গোচৰ তৰিব উপমন্যু হাজৰিকাই
‘’মোৰ বিৰুদ্ধে মিছা তথ্য দি গোচৰ তৰি বিজেপিৰ লিগেল চেলে নিজকে হাঁহিয়াতৰ পাত্ৰ কৰিছে। ভুৱা তথ্য দি ৰাইজক আভুঁৱা ভৰাটো ভাৰতীয় জনতা…
বিহুতলীত অসমীয়া ভাষা প্ৰয়োগ কৰাৰ আহ্বান সাহিত্য সভা আৰু বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিৰ
বিহুতলীসমূহত প্ৰয়োগ কৰক অসমীয়া ভাষা। মঞ্চত অধিক প্ৰাধান্য দিয়ক লোকসংগীতক। নিশা ১ বজাৰ ভিতৰত সাংস্কৃতিক অনুষ্ঠান সমূহ সমাপ্ত কৰক। আজি অসম সাহিত্য…
গুৱাহাটীৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডক মুকলি সমৰ্থন ঐক্য সেনা অসমৰ
গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডলৈ মুকলি সমৰ্থ জনাইছে ঐক্য সেনা অসম নামৰ জাতীয় সংগঠটোৱে। আজি সংগঠনটোৰ সাধাৰণ সম্পাদক চহিদুল…
আলফাৰ সংগ্ৰামৰ ৪০টা বছৰ : কেৱল আমোলা পৰ্য্যায়তহে আলোচনা চলিছে; নিৰাশ আলফা নেতা
উত্তাপহীনভাৱে আজি পাৰ হ’ল সংযুক্ত মুক্তি বাহিনী, অসমৰ ৪০সংখ্যক প্ৰতিষ্ঠা দিৱস। ১৯৭৯ চনৰ আজিৰ দিনটোতে কেইবাজনো জাতীয়তাবাদী নেতাই ৰংঘৰৰ বাকৰিত সূচনা কৰিছিল…
কাইলৈৰ পৰা তিনিওজন অগপৰ প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰচাৰ চলাব দলটোৰ ক্ষুব্ধ একাংশ নেতা-কৰ্মীয়ে
অসম গণ পৰিষদ দলটোক পুনৰ বলিষ্ঠ আঞ্চলিকতাবাদৰ প্ৰতিভূ কৰি তুলিবলৈ আজি ৫টাকৈ সিদ্ধান্ত গ্ৰহণ কৰে দলটোৰ একাংশ নেতা-কৰ্মীয়ে। দলটোৰ তথ্য বিভাগৰ প্ৰাক্তন…
কংগ্রেছ-এআইয়ুডিএফৰ পৰা টকা লোৱাৰ অভিযোগ অস্বীকাৰ : পুনৰ বিজেপিক ভোট নিদিবলৈ আহ্বান অখিল গগৈৰ
কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ পৰা টকা লোৱাৰ অভিযোগ অস্বীকাৰ কৰিছে কৃষক নেতা অখিল গগৈয়ে। দেওবাৰে নিজ বাসগৃহত সংবাদমেল অনুষ্ঠিত…
পুৱাৰ এজাক বৰষুণৰ ফলতেই কৃত্ৰিম বানপানীত বুৰ গ’ল মহানগৰীৰ খানাপাৰা-ন মাইল
দেওবাৰে পুৱাই অহা এজাক বৰষুণত বুৰ গ’ল মহানগৰীৰ খানাপাৰা আৰু ন মাইল অঞ্চল। আজিৰ এই কৃত্ৰিম বানপানীৰ ফলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো…
বগীবিল দলঙক লৈ প্ৰকাশ পালে ‘হেৰুৱা স্মৃতি’ শীৰ্ষক বিহুগীত
ৰাজ্যত লোকসভা নিৰ্বাচনী বতাহ বলিছে যদিও ইয়াৰ সমান্তৰালভাৱে বাপতিসাহোন ৰঙালী বিহুক আদৰিবলৈও পূৰ্ণ প্ৰস্তুতি চলাইছে অসমবাসী ৰাইজে। বিহুৰ বতৰত সকলো শিল্পীয়ে ভিন্ন…
ধৰ্ষণমুক্ত ভাৰত গঢ়াৰ লক্ষ্যেৰে সকলো সাংসদ প্ৰাৰ্থীলৈ স্মাৰকপত্ৰ দিব ‘গ’ল্ড’-এ
শিশু ও মহিলাৰ ওপৰত চলি থকা নিৰ্য্যাতন নাইকিয়া কৰাৰ উদ্দেশ্যে অহা ৯ এপ্ৰিলত গ্ল’ৱেল অৰগেনাইজেশ্যন ফৰ লাইফ ডেভেলপমেন্টে চমুকৈ গ’ল্ড আৰু নোবেল…