Author: কল্পজ্যোতি শইকীয়া
যোগদান নকৰোতেই ‘অগপৰ প্ৰাৰ্থী’ বুলি অডিঅ’ ক্লিপেৰে ব্যাপক প্ৰচাৰ মণিমাধৱ মহন্তৰ
যোৱা ১৪ মাৰ্চৰ দিনা সক্ৰিয় ৰাজনীতিত নমাৰ উদ্দেশ্যে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি পদৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছিল মন্ত্ৰী কেশৱ মহন্তৰ ভায়েক…
লোকসভা নিৰ্বাচনলৈ সাজু টোগাড়িয়াৰ ‘হিন্দুস্থান নিৰ্মাণ দল’; ৩টা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা; ১৪টাতে প্ৰাৰ্থী দি ভোট ফালিব বিজেপিৰ
নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে স্বদেশী হ’ব লগীয়া হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ বিৰোধিতা কৰি এইবাৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ গোড়া হিন্দুত্ববাদী…
নাগৰিকত্ব সংশোধনী বিধেয়কৰ ইচ্ছ্যুৰে ৰাজ্যত আবিৰ্ভাৱ হৈছে নতুন দল ‘হিন্দুস্তান কংগ্ৰেছ’
ৰাজ্যত লোকসভা নিৰ্বাচনৰ গৰম বতাহ বলি থকাৰ সময়ছোৱাত ৰাজ্যত বিভিন্ন প্ৰতিশ্ৰুতি লৈ আবিৰ্ভাৱ হৈছে নতুন নতুন ৰাজনৈতিক দলৰ। তাৰ সমান্তৰালকৈ নতুন নতুন…
বিজেপিৰ অৱস্থা এতিয়া থৰক-বৰক : উপমন্যু হাজৰিকা
“বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্যত শাসনত থকা এটা শক্তিশালী শাসকীয় দল নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমত থৰক-বৰক হৈছে”, বিজেপিক ইংগিত কৰি আজি এই মন্তব্য…
আনুষ্ঠানিক ঘোষণাহে বাকী : তেজপুৰ, নগাৱঁক বাদ দি বিজেপিৰ প্ৰাৰ্থী তালিকা চূড়ান্ত
প্ৰাথিত্ব প্ৰয়াসীৰ পৰম উৎকণ্ঠাৰ অন্ত পেলাই বিজেপিয়ে অসমৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱা ১০টা সমষ্টিৰ ৮টাৰে প্ৰাৰ্থী চূড়ান্ত কৰিছে। তেজপুৰ আৰু নগাওঁ সমষ্টিৰ প্ৰাৰ্থী…
বিজেপিয়ে এৰিলেও নেৰে বৰঠাকুৰে : বিকল্পৰ অভাৱত বিজেপিকে সমৰ্থন মীৰাৰ
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অসমীয়া জাতিক বচাবলৈ গৈ দলৰ পৰা বহিস্কৃত হ’বলগীয়া হৈছিল মীৰা বৰঠাকুৰ। কিন্তু তেতিয়াই বৰঠাকুৰে তেওঁৰ বহিস্কাৰ সহজভাৱে…
কাহিলীপাৰাস্থিত উচ্চ শিক্ষা সঞ্চালকালয় ঘেৰাও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ
অসমৰ প্ৰাদেশীকৃত মহাবিদ্যালয়সমূহৰ অস্থায়ী আৰু অমঞ্জুৰিকৃত শিক্ষকৰ পদত কৰ্মৰত শিক্ষক-কৰ্মচাৰীক অহা ৩১ মাৰ্চৰ ভিতৰত নিলম্বন তথা পুনৰ নিযুক্তি বন্ধ কৰিবৰ বাবে ৰাজ্য…
বঙহৰ যুঁজৰ সাক্ষী হ’ল আমবাৰীৰ অগপৰ মুখ্য কাৰ্য্যালয়
বিজেপি আৰু অগপৰ মিত্ৰতাক সাধাৰণভাৱে ল’ব পৰা নাই অগপৰ তৃণমূল কৰ্মীসকলে। আজি অগপৰ আমবাৰীস্থিত মুখ্য কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিফলন ঘটিল মিত্ৰতা বিৰোধী অগপৰ…
অগপ নেতৃত্বৰ দমনমূলক নীতি : মিত্ৰতাৰ বিৰোধিতা কৰা সতীৰ্থক নিলম্বন
বিজেপিৰে পুনৰ মিত্ৰতাৰ বিৰুদ্ধে দলৰ মজিয়াত দেখা দিয়া বিদ্ৰোহৰ অগনিক নিৰ্বাপণ কৰিবলৈ অগপ নেতৃত্বই দমনমূলক নীতিৰ আশ্ৰয় লোৱা দেখা গৈছে । দলটোৰ…
বিজেপিৰ ৰাজ্যিক মুখপাত্ৰৰ ভূমিকাত অৱতীৰ্ণ অগপৰ সভাপতি অতুল বৰা!
পুনৰ মিলনৰ মাজেৰে লাভ কৰা ‘মিত্ৰ’ বিজেপিৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি পুৱাই বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত উপস্থিত হৈ যৌথ সংবাদমেল সম্বোধন কৰা অগপৰ সভাপতি…