NORTHEAST NOW (Assamese)

Author: কল্পজ্যোতি শইকীয়া, গুৱাহাটী

অসম

বিদ্যালয়ৰ পঞ্চম মহলাৰ পৰা জাঁপ,মহানগৰীৰ মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰীৰ মৃত্যু

মহানগৰীৰ কাহিলিপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰীৰ মৃত্যু। ছাত্ৰী গৰাকীৰ নাম জিনজিৰী দেউৰী। অষ্টম শ্ৰেণীত অধ্যয়নৰত  আছিল ছাত্ৰীগৰাকী। শুকুৰবাৰে দিনৰ প্ৰায় ১১:৩০ বজাত…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · December 26, 2021 3:24 pm
অসম

কিয় অসমৰ “বিশেষ” বাতৰি কাকতত নিষিদ্ধ হ’ল বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেণ গোহাঁই?

এখন আগশাৰীৰ দৈনিক বাতৰি কাকত আৰু অপ্ৰকাশিত এটা বিশেষ লেখা। লেখাৰ নাম ‘বিধানসভাৰ আলেখ লেখ’। লেখাটো আছিল বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ। য’ত…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · December 25, 2021 9:41 pm
অসম

বিধানসভাৰ অধিৱেশনৰ মাজতে হঠাতে অসুস্থ বিধায়ক ফনী তালুকদাৰ; হাস্পাতালত ভৰ্তি

অসম বিধানসভাৰ অধিবেশন চলি থকাৰ মাজতে আজি হঠাতে অসুস্থ হৈ পৰে ভবানীপুৰ সমষ্টিৰ বিজেপি বিধায়ক ফনী তালুকদাৰ। লোকসভা অধ্যক্ষ ওম বিৰলাৰ সৈতে…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · December 24, 2021 2:05 pm
অসম

Akhil Gogoi protest নিবনুৱাক চৰকাৰৰ অপমান! চাকৰি মেলাৰ বিৰুদ্ধে বিধানসভাৰ চৌহদত অখিল গগৈৰ অভিনৱ প্ৰতিবাদ

Akhil Gogoi protest চৰকাৰৰ ব্যৰ্থ চাকৰি মেলাৰ বিৰুদ্ধে বিধানসভাৰ চৌহদত আজি বিধায়ক অখিল গগৈয়ে এক অভিনৱ প্ৰতিবাদ সাৱ্যস্ত কৰে। এটা বিশেষ টি…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · December 24, 2021 12:48 pm
অসম

ভূমি কেলেংকাৰী : মুখ্যমন্ত্ৰীৰ চাতুৰ্য্যতা; মূল বিষয় তল পেলাবলৈ কি কৰিলে মুখ্যমন্ত্ৰীয়ে?

শাসক-বিৰোধীৰ বাকযুদ্ধত উত্তাল বিধানসভাৰ মজিয়া। তেনেতে চতুৰ মুখ্যমন্ত্ৰীৰ এক চাতুৰ্যতা। ইচ্ছু ডাইভাৰ্টটো যেন তেওঁৰ বাবে হাতেৰে টিলিকি বজোৱা লেখীয়া কথা। মূল কাহিনী…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · December 20, 2021 8:47 pm
অসম

Breaking মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী প্ৰসংগকলৈ উত্তপ্ত বিধানসভা; দহ মিনিটৰ বাবে স্থগিত সদন

Breaking আজিৰে পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে সদন উত্তাল কৰি তোলাৰ সময়ত স্থগিত ৰাখিব লগা হৈছে সদন।…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · December 20, 2021 11:09 am
অসম

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ভূমি কেলেংকাৰী নতুন দিল্লী পোৱালেগৈ কংগ্ৰেছে

“বি জে পি চৰকাৰৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুর্নীতি সম্পৰ্কত কৈছিল- না খাউংগা, না খানে দুংগা, অর্থাৎ নিজেও নাখাওঁ আৰু আনকো খাবলৈ…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · December 19, 2021 7:52 pm
অসম

এইবাৰ ইৰাণী গ্ৰুপৰ সদস্যক এনকাউন্টাৰ দিশপুৰ আৰক্ষীৰ

এইবাৰ ইৰাণী গ্ৰুপৰ সদস্যক এনকাউন্টাৰ দিশপুৰ আৰক্ষীৰ। দুৰ্ধৰ্ষ ইৰাণী গ্ৰুপৰ সদস্য অমৰ গোৱালা গুলিবিদ্ধ হৈছে। ইৰাণী গ্রুপৰ সদস্যজনে পলাবলৈ লওতেই ভৰিত গুলিয়ালে…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · December 18, 2021 1:53 pm
অসম

নিযুক্তিৰ নামত প্ৰতিবন্ধীক প্ৰতাৰণা: স্বাস্থ্য সেৱা সঞ্চালকক স্মাৰকপত্ৰ প্ৰদান

সকলো স্তৰৰ লোকৰ উন্নয়নৰ শ্ল’গানেৰে শাসনলৈ অহা ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ খনে নিযুক্তিৰ নামত প্ৰতিবন্ধী লোকক প্ৰতাৰণাৰ অভিযোগ উত্থাপন…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · December 15, 2021 6:04 pm
অসম

প্ৰেম প্ৰত্যাখ্যান : মহানগৰীত যুৱতীক হত্যা কৰিলে প্ৰেমিকে

গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ঘটনা অনুসৰি প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে প্ৰেমিকাক হত্যা কৰে প্ৰেমিকে। মাতৃৰ সন্মুখতেই গাড়ীৰ পৰা…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · December 15, 2021 5:52 pm