Author: কল্পজ্যোতি শইকীয়া
১০টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ পেনেল লৈ অসম বিজেপিৰ নেতৃত্ব দিল্লীলৈ; কাইলৈ প্ৰকাশ পাব চূড়ান্ত তালিকা
আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ ১০টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰি উলিয়াইছে ৰাজ্যিক বিজেপিয়ে। উক্ত প্ৰাৰ্থী তালিকা লৈ আজি সন্ধিয়া ৫…
অগপৰ নেতৃত্বক আগত ৰাখি হিমন্তৰ ঘোষণা : নিৰ্বাচনৰ পাছতেই অনা হ’ব নাগৰিকত্ব বিধেয়ক
নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি বিজেপিৰে মিত্ৰতা ছেদ কৰা অগপই যোৱা ১২ মাৰ্চত পুনৰ মিত্ৰতালৈ ঘূৰি অহাৰ পাছতে আজি দুয়োটা দলৰ নেতৃত্বই…
পুনৰ মিলন পৰ্ব; কাইলৈ বিজেপি কাৰ্যালয়ত চাহ খাবলৈ যাব অগপ নেতৃত্ব
আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি পুনৰ মিত্ৰতালৈ অহাৰ পিছত আজি পোন প্ৰথমবাৰৰ বাবে অসম গণ পৰিষদ আৰু ৰাজ্যিক বিজেপিৰ নেতৃত্ব একেলগে বৈঠকত মিলিত…
ক্ষমতাৰ মোহ নে ৰাজনীতিৰ নিচা : কঁকাল দাঙিব নোৱাৰিলেও নিৰ্বাচনী ৰণলৈ মন বিজয়াৰ
লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বৰ্ষীয়ান ৰাজনৈতিক নেত্ৰী বিজয়া চক্ৰৱৰ্তী। বয়সে চাৰি কুৰিৰ দেওনা গৰকিলেও বা অন্যৰ সহায় নোলোৱাকৈ চলা-ফুৰা কৰিব নোৱাৰিলেও…
কংগ্ৰেছৰ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ’ব সাংসদ কলিতা!
লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে অসমৰ ১৪ টা সমষ্টিৰ ভিতৰত বিশেষভাৱে গুৰুত্বপূৰ্ণ গুৱাহাটী লোকসভা সমষ্টিৰ আসনখনৰ পৰা নিজ দলৰ প্ৰাৰ্থী জিকাই…
অগপৰ তিনি মন্ত্ৰীয়ে ক্ষমতাৰ খকত বদনকো চেৰ পেলাই অসমীয়া জাতিক প্ৰতাৰণা কৰিলে : তৰুণ গগৈ
অসম গণ পৰিষদৰ তিনিজন মন্ত্ৰী ক্ৰমে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে বিজেপিৰ সৈতে পুনৰ মিত্ৰতা স্থাপন কৰাৰ পাছতেই মন্ত্ৰিত্বৰ পদ…
বিজেপিৰে পুনৰ মিত্ৰতা : অগপৰ পৰা উত্তৰ বিচাৰিলে আছুৰ নেতৃত্বই
বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বিজেপিৰ সংগ ত্যাগ কৰি আজি পুনৰ মন্ত্ৰিত্বৰ দায়িত্ব হাঁহি মুখেৰে গ্ৰহণ কৰা অগপৰ পৰা উত্তৰ বিচাৰিলে দলৰ জন্মদাতা…
আছু-কংগ্ৰেছ নেতাৰ লগতে অভিনেতা পুত্ৰৰো বিজেপিত যোগদান
বুধবাৰে বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত অনুষ্ঠিত হয় এক যোগদান অনুষ্ঠান। য’ত আছুৰ প্ৰাক্তন নেতা আৰু কংগ্ৰেছৰ প্ৰাক্তন নেতাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। মুঠ…
বিজেপিৰে পুনৰ মিত্ৰতা : পূৰ্বে সম্ভাষণ জনোৱা নেতাই এইবাৰ ধিক্কাৰ দিলে অগপক
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিজেপিৰ সৈতে মিত্ৰতা ত্যাগ কৰি অসমবাসী ৰাইজ তথা বিধেয়ক বিৰোধী আন্দোলন কৰা জাতীয় দল-সংগঠনৰ হিয়াৰ আপোন হৈ…
বিজেপিৰে মিত্ৰতা অগপ দলৰ নীতি আদৰ্শৰ ভেটি উছন কৰা সিদ্ধান্ত : ড০ হীৰেণ গোহাঁই
“অগপই বিশ্বাসঘাতকতা পাহৰি বিজেপিৰ সৈতে মিত্ৰতা কৰিছে।” গুৱাহাটী প্ৰেছ ক্লাৱত বুধবাৰে এক সংবাদমেলত এই মন্তব্য কৰে বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেণ গোহাঁইয়ে। তদুপৰি,…