Author: কল্পজ্যোতি শইকীয়া
“Vedio”গুৱাহাটীৰ বাক্ৰাপাৰাত অগ্নিকাণ্ডত জাহ গ’ল দুটা পৰিয়ালৰ ১০ টাকৈ বাসগৃহ
আজি সন্ধিয়া প্ৰায় ৭ মান বজাত গুৱাহাটীৰ বশিষ্ঠৰ বাক্ৰাপাৰাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বাক্ৰাপাৰা সত্যবালা পথত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত…
অগপৰ স্বৰূপ নীলা শিয়াল, জাতীয়তাবাদী চোলাৰ চিলাই খুলি গৈছে অগপৰ : মুমিনুল আৱাল
‘অগপৰ স্বৰূপ নীলা শিয়াল, জাতীয়তাবাদী চোলাৰ চিলাই খুলি গৈছে অগপৰ।‘ অসম গণ পৰিষদৰ দলটোক এইদৰে কটাক্ষ কৰিছে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱালে।…
কুম্ভকৰ্ণ নিদ্ৰাত স্বাস্থ্য মন্ত্ৰী : চলিত মাহতে ৰাজ্যত সৰ্বমুঠ ১৫৯ টা নৱজাতকৰ মৃত্যু
কুম্ভকৰ্ণ নিদ্ৰাত আছে কংগ্ৰেছৰ শাসন কালৰে পৰা স্বাস্থ্য বিভাগৰ দায়িত্বত থকা ‘দক্ষ’ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। তেওঁৰে কাৰ্য্যকালত চলিত মাহত যোৰহাট…
এটেন্সন শিক্ষা মন্ত্ৰী! আগন্তুক মেট্ৰিকৰ উত্তৰ বহী নিৰীক্ষণ নকৰে ঠিকাভিত্তিক শিক্ষকে
আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত পৰীক্ষাৰ্থীৰ উত্তৰ বহী নিৰীক্ষণ কৰাৰ পৰা বিৰত থাকিব ৰাজ্যৰ শিক্ষাখণ্ডৰ অন্তৰ্গত সকলো ঠিকাভিত্তিক নিযুক্তিপ্ৰাপ্ত শিক্ষকে। নৰ্থ-ইষ্ট নাওৰ সৈতে…
মেঘদূত ভৱনৰ ছাদৰ ওপৰৰ পৰা পৰি এজন লোকৰ ৰহস্যজনক মৃত্যু
গুৱাহাটী মহানগৰীৰ পানবজাৰস্থিত মেঘদূত ভৱনৰ ছাদৰ ওপৰৰ পৰা পৰি আজি এজন লোকৰ ৰহস্যজনক মৃত্যু হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে…
এইবাৰ বিদ্যালয়ত উৰিল আলফা স্বাধীনৰ পতাকা; সোধা-পোছাৰ বাবে দুজনক আটক
আলফা স্বাধীনলৈ সক্ৰিয়তা আৰু প্ৰাণ পুনৰ ঘূৰি আহিছে বুলি খোদ অসম আৰক্ষীৰ সূত্ৰই কৰা দাবীৰ সত্যতা বিভিন্ন পৰিস্থিতিয়ে প্ৰমাণ কৰি অহাটো অসমৰ…
আৰু কিমান অপমান লাগে অগপক?
“কিমান পৰ্য্যায়লৈকে অপমান সহ্য কৰি বিজেপিৰ সৈতে মিত্ৰতাত থাকিব অসম গণ পৰিষদ? বিজেপিৰ নেতৃবৃন্দৰ তীব্ৰ বাক্যবাণ কৰাৰ পাছতো কেতকুটেই নকৰা অগপক লৈ…
প্ৰফুল্ল কুমাৰ মহন্তৰ দুটা কাৰ্য্যকাল সন্ত্ৰাসবাদ প্ৰসাৰ-প্ৰচাৰ আৰু গুপ্তহত্যাৰহে ইতিহাস : মুমিনুল আৱাল
“প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল মহন্তৰ প্ৰথম কাৰ্য্যকালত সন্ত্ৰাসবাদী সংগঠনৰ প্ৰসাৰ আৰু প্ৰচাৰৰ কথা ইতিহাসত লিপিবদ্ধ থাকিব। দ্বিতীয় কাৰ্য্যকালটো গুপ্তহত্যাৰ কথা লিপিবদ্ধ থাকিব।”…
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দায়িত্ব ল’ব লাগিব মুখ্য মন্ত্ৰী সোণোৱালে : পলাশ চাংমাই
নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিলৰ দাবীত গুৱাহাটীত আজি ৭০ টা জনগোষ্ঠীয় সংগঠনে প্ৰতিবাদ সাৱ্যস্ত কৰিছে। সংগঠনকেইটাই গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত এক অৱস্থান…
পৰেশ বৰুৱা ‘ঘূৰি’ আহিলে ‘বাতিল’ কৰিম নাগৰিকত্ব বিধেয়ক, মন্তব্য হিমন্ত বিশ্বৰ
‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰি দিম, পৰেশ বৰুৱা ঘূৰি আহক।‘ দেওবাৰে সংবাদমেলত পৰেশ বৰুৱাৰ প্ৰতি এই প্ৰত্যাহ্বান দক্ষ মন্ত্ৰী ড০ হিমন্ত বিশ্ব…