NORTHEAST NOW (Assamese)

Author: কল্পজ্যোতি শইকীয়া

অসম

মোদী, সোণোৱাল, ৰামদেৱক ‘বৰলা’ আখ্যাৰে অপমানৰ অভিযোগত ৰিপুন বৰাৰ বিৰুদ্ধে বশিষ্ঠ থানাত এজনৰ এজাহাৰ

২৪ নৱেম্বৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই পঞ্চায়ত নিৰ্বাচনৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰধান মন্ত্ৰী মোদী আৰু ৰাজ্যখনৰ মুখ্য মন্ত্ৰী…

কল্পজ্যোতি শইকীয়া · November 25, 2018 5:36 pm
অসম

অসম গণ পৰিষদৰ নেতৃত্বই অসম চুক্তিৰে ১ কোটি অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব দিছিল : হিমন্ত

“অন্য জাতীয় দল-সংগঠনসমূহে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিলেও অসম গণ পৰিষদৰ ৰাজপথত চিঞৰি বিধেয়কৰ বিৰোধিতা কৰাৰ  নৈতিক অধিকাৰ নাই।” অগপৰ নেতৃত্বক কটাক্ষ…

কল্পজ্যোতি শইকীয়া · November 25, 2018 4:02 pm
অসম

এইবাৰ সাংবাদিকক বিৰোধীৰ এজেণ্ট সজালে অসম বিজেপিয়ে

পঞ্চায়ত নিৰ্বাচন যিমানেই সমাগত, সিমানেই যেন থৰকাছুটি হেৰুৱাই পেলাইছে ৰাজ্যিক বিজেপিয়ে। সেয়েহে হিতাহিত জ্ঞান হেৰুৱাই প্ৰশ্ন সোধা সাংবাদিককে আক্ৰমণৰ লক্ষ্য কৰি ল’লে…

কল্পজ্যোতি শইকীয়া · November 24, 2018 9:15 pm
অসম

ধলা কাণ্ডই আইন-শৃংখলাৰ অৱনতি হোৱাটো নুসূচায়, বিজেপিৰ দিনত এনে ঘটনা কমিছে : বিজন মহাজন

“ধলা কাণ্ডৰ ঘটনাই আইন-শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি হোৱাটো নুসূচায়।” বিজেপিৰ ৰাজ্যিক কাৰ্য্যায়লত আজি এই দাবী কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ তথা জ্যেষ্ঠ অধিবক্তা বিজন…

কল্পজ্যোতি শইকীয়া · November 24, 2018 8:20 pm
অসম

চানমাৰি আৰক্ষীৰ জালত ৰেইলৱেত কৰ্মৰত মালিগাঁৱৰ প্ৰৱঞ্চক

মালিগাঁৱৰ উত্তৰ-পূব ৰেইলৱেত কৰ্মৰত এজন প্ৰৱঞ্চকক আজি আদালতে জেইললৈ প্ৰেৰণ কৰে। চানমাৰি আৰক্ষীয়ে এজন ভুক্তভোগীৰ গোচৰৰ ভিত্তিত পাৰ্থ সেন নামৰ প্ৰৱঞ্চকজনক কালি…

কল্পজ্যোতি শইকীয়া · November 23, 2018 10:39 pm
অসম

প্ৰাক্তন প্ৰেমিকাৰ অশ্লীল ফটো আৰু ফ’ন নম্বৰ ফেইচবুকত আপল’ড কৰি ৰঙাঘৰৰ আলহী হ’ল যুৱক

ছ’চিয়েল মেডিয়া ফেইচবুকত এগৰাকী যুৱতীৰ ফটো আৰু ফ’ন নম্বৰ ৰাজহুৱা কৰি ৰঙাঘৰৰ আলহী হ’ল দুলীয়াজানৰ ৰোহিত শৰ্মা নামৰ এজন যুৱক। যুৱতীগৰাকীৰ অভিযোগৰ…

কল্পজ্যোতি শইকীয়া · November 23, 2018 6:33 pm
অসম

ভৰিৰ তলৰ মাটি হেৰুৱাইছে নেকি কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে?

১৯৯৯ চনৰে পৰা ৪ বাৰকৈ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱা কেন্দ্ৰীয় ৰাজ্যিক ৰে’ল মন্ত্ৰী ৰাজেন গোহাঁইয়ে যৌন…

কল্পজ্যোতি শইকীয়া · November 23, 2018 12:26 pm
অসম

মোদীৰ নাৰী সবলীকৰণ!পঞ্চায়তত মহিলা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ দাবী ৰাজ্যিক বিজেপিৰ

সমাগত পঞ্চায়ত নিৰ্বাচন। তাক লৈ বিভিন্ন ৰাজনৈতিক দলে নিজৰ প্ৰাৰ্থীসকলক জয়ী কৰাবৰ বাবে কুচ-কাৱাজ অৱ্যাহত ৰখাৰ সমান্তৰালকৈ ৰাজ্যিক বিজেপিয়েও ৰচনা কৰিছে নানা…

কল্পজ্যোতি শইকীয়া · November 22, 2018 9:38 pm
অসম

সৰ্বানন্দ সোণোৱাল ক’মাত আছে, হিমন্ত বিশ্বই চৰকাৰ চলাইছে : দুৰ্নীতি বিৰোধী যুৱ শক্তি

‘’সৰ্বানন্দ সোণোৱাল ক’মাত আছে, হিমন্ত বিশ্বই চৰকাৰ চলাইছে,‘- আজি দিচপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি এই মন্তব্য কৰে দুৰ্নীতি বিৰোধী যুৱ…

কল্পজ্যোতি শইকীয়া · November 22, 2018 8:03 pm
অসম

কংগ্ৰেছৰ ৰত্নাকৰ বিজেপিত গৈ হ’ল বাল্মিকী : তৰুণ গগৈ

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে তেওঁৰ একালৰ নয়নৰ মণি হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ যোৱাৰ পাছতে ৰত্নাকৰৰ পৰা বাল্মিকী হৈ পৰা বুলি মন্তব্য…

কল্পজ্যোতি শইকীয়া · November 22, 2018 6:52 pm