Author: কল্পজ্যোতি শইকীয়া
Mira Borthakur , ‘গো সুৰক্ষাতকৈ নাৰী সুৰক্ষাত গুৰুত্ব দিয়ক চৰকাৰে’ : মীৰা বৰঠাকুৰ
Mira Borthakur , ‘গো সুৰক্ষাতকৈ নাৰী সুৰক্ষাত গুৰুত্ব দিয়ক চৰকাৰে’ৰাজীৱ ভৱনত কংগ্ৰেছৰ মুখপাত্ৰ মীৰা বৰঠাকুৰে সংবাদমেল সম্বোধন কৰি এইদৰে কয়। Mira Borthakur…
কোভিড প্ৰট’কলৰ দোহাই দি ৰাজ্যৰ ৬ জিলাত অনুষ্ঠিত কৰা নহ’ল টেট; মুখ্যমন্ত্ৰীৰ উদ্ভট যুক্তি
সংখ্যালঘু অধ্যুষিত ৬ জিলাত নাই টেট পৰীক্ষা কেন্দ্ৰ।ধুবুৰী, মানকাছাৰ, গোৱালপাৰা, কৰিমগঞ্জ, বৰপেটা আৰু হাইলাকান্দিত নাই টেট পৰীক্ষা কেন্দ্ৰ। এই জিলাকেইখনত অতি ৰহস্যজনকভাৱে…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালালক সকীয়নী দিয়ে, কিন্তু তেওঁ নিজে জাতিৰ দালালী কৰিছে : উপমন্যু হাজৰিকা
‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমবাসীক পৰামৰ্শ দিয়ে যে অসম খন পিছ পৰাৰ মূল কাৰণ হল অসমবাসীয়ে নিজৰ কামটো আনে কৰিব বুলি বহি…
অসমত আজিলৈকে ২ কোটি পালি ক’ভিড প্ৰতিষেধক প্ৰদান
ক’ভিড প্ৰতিষেধকৰে ৰাজ্যবাসীক ক’ভিড সুৰক্ষা কবচ প্ৰদানৰ দিশত ৰাজ্য চৰকাৰে অব্যাহত ৰখা অভিযানে আজি এক উল্লেখনীয় সফলতা লাভ কৰিবলৈ সক্ষম হয় বুলি…
নিৰ্বাচনৰ পূৰ্বে দিয়া জনজাতিকৰণ আৰু ১২৫ কোটিৰ ললিপপ নিগিলে চুতীয়া জনগোষ্ঠীয়ে : নৱেম্বৰৰ পৰা আন্দোলন ঘোষণা
চুতীয়া জনগোষ্ঠী উন্নয়নৰ বাবে নিৰ্বাচনৰ প্ৰাকক্ষগত ৰাজ্য চৰকাৰে ঘোষণা কৰা ১২৫ কোটি টকা আজি পর্যন্ত মুকলি কৰি নিদিয়াত তথা জনজাতিকৰণৰ মৰ্যদা প্ৰদান…
বাম্পাৰ অফাৰ! বৈদ্যুতিক বাহন ক্ৰয় কৰিলে ৰাজ্য চৰকাৰে দিব বিশেষ ৰেহাই
বৈদ্যুতিক বাহন ক্ৰয় কৰিলে ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগে দিব বিশেষ ৰেহাই। পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ আৰু জীৱাশ্ম ইন্ধন চালিত বাহন বাতিলকৰণৰ লক্ষ্যৰে অসম…
মুখ্যমন্ত্ৰীৰ সমষ্টিত উন্নয়নৰ জয় জয়কাৰ; মাজুলীৰ দলংখন কিমানদিনত সম্পূৰ্ণ কৰি দেখুৱাব?
সততে কোৱা হয় ‘অসমে এগৰাকী দক্ষ-প্ৰতাপী তথা প্ৰভাৱশালী মুখ্যমন্ত্ৰী লাভ কৰিলে’। Majuli : এনেদৰে কোৱাটোও স্বাভাৱিক। কিয়নো ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী…
নিমাতীৰ ফেৰী দুৰ্ঘটনাত মৃত্যু মাজুলী ৰঙাচাহী কলেজৰ সহকাৰী অধ্যাপিকা, গুৱাহাটীৰ পৰিমিতা দাসৰ
নিমাতীৰ ফেৰী দুৰ্ঘটনাত মাজুলী ৰঙাচাহী কলেজৰ সহকাৰী অধ্যাপিকা, গুৱাহাটী কাহিলীপাৰাৰ পৰিমিতা দাসৰ মৃত্যু৷ শিক্ষানুষ্ঠান খোলাৰ পিছত কলেজত যোগদাৰ বাবে গৈ আছিল পৰিমিতা৷…
নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ তদন্তৰ দাবী প্ৰদেশ কংগ্ৰেছৰ; কাইলৈ ঘটনাস্থলীলৈ কংগ্ৰেছৰ সঁজাতি দল
যোৰহাটৰ নিমাতীঘাটত হোৱা নাও দুৰ্ঘটনাৰ এক উচিত তদন্ত বিচাৰিছে প্ৰদেশ কংগ্ৰেছে । এই দুৰ্ঘটনাৰ ফলত সৃষ্ট পৰিস্থিতিৰ চাক্ষুস বুজ ল’বলৈ অসম প্ৰদেশ…
সলনি হ’ব কামৰূপ মেট্ৰো জিলা উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তৰ কাৰ্য্যালয়ৰ ঠিকনা; মুখ্যমন্ত্ৰীৰ ভূমি পৰিদৰ্শন
শীঘ্ৰেই সলনি হ’ব পাণবজাৰৰ কাছাৰীঘাটস্থিত কামৰূপ মেট্ৰো জিলা উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তৰ কাৰ্য্যালয়ৰ ঠিকনা। খানাপাৰাস্থিত জৈৱিক উৎপাদন প্ৰতিষ্ঠান পশুপালন আৰু পশু চিকিৎসা…