Author: কল্পজ্যোতি শইকীয়া
জনপ্ৰিয় কন্ঠশিল্পী জুবলি বৰুৱা কোভিড পজিটিভ; সকলোকে সজাগ হ’বলৈ আহ্বান
ৰাজ্যৰ চাৰিওদিশে এতিয়া ক’ৰ’নাৰ ত্ৰাস। দৈনিক গড়ে দুহেজাৰতকৈ অধিক লোক আক্ৰান্ত হৈছে ক’ৰ’নাত। তেনে সময়তে জনপ্ৰিয় কন্ঠশিল্পী জুবলি বৰুৱা ক’ৰ’নাত আক্ৰান্ত হৈছে।…
বিশিষ্ট সাহিত্যিক ,সাংবাদিক হোমেন বৰগোঁহাঞি কোভিড পজিটিভ
ৰাজ্যৰ চাৰিওদিশে এতিয়া ক’ৰ’নাৰ ত্ৰাস। দৈনিক গড়ে দুহেজাৰতকৈ অধিক লোক আক্ৰান্ত হৈছে ক’ৰ’নাত। বিশিষ্ট কন্ঠশিল্পী ভিটালী দাসৰ লগতে বহু লোকে ইতিমধ্যে ক’ৰ’নাত…
লাখ-লাখ মানুহ লৈ ৰাজনৈতিক সভা পতাত ব্যস্ত থাকোতেই আহিছিল ভয়ংকৰ কোভিড বীজাণুৰ দ্বিতীয় লহৰ : প্ৰদ্যুত বৰদলৈ
ক’ৰ’নাসৃষ্ট পৰিৱেশৰ মাজতে শণিবাৰে এক ফেচবুক পোষ্টযোগে বহু কথাই ক’লে কংগ্ৰেছী সাংসদ প্ৰদ্যুত বৰদলৈয়ে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত কি বিজেপি, কি কংগ্ৰেছ বা…
ৰাইজ অসাৱধান হ’লে দিল্লীৰ দৰেই অক্সিজেনৰ নাটনি ঘটিব নেকি অসমৰ চিকিৎসালয়ত?
দেশত দৈনিক ৩ লাখৰো অধিক ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ লগতে দৈনিক গড়ে মৃত্যুক আকোৱালি লৈছে ২ হাজাৰ লোকে। তাৰ মাজতে প্ৰকাশ পাইছে দিল্লীৰ…
কামৰূপ মেট্ৰ’ৰ শিক্ষানুষ্ঠান বন্ধ সন্দৰ্ভত জিলা উপায়ুক্তক সিদ্ধান্ত গ্ৰহণৰ কৰ্তৃত্ব প্ৰদান শিক্ষা বিভাগৰ আয়ুক্ত সচিবৰ
কামৰূপ মহানগৰ জিলাৰ শিক্ষা প্ৰতিষ্ঠান বন্ধ সন্দৰ্ভত আজি অসম চৰকাৰৰ আয়ুক্ত সচিবে আজি এক বিশেষ নিৰ্দেশনা জাৰি কৰে। নিৰ্দেশনা অনুসৰি যিটো দিনত…
অসমলৈ আহিছে কোভিডৰ আন এক ভয়ংকৰ প্ৰজাতি ; কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
মহাৰাষ্ট্ৰৰ পৰা অসমত প্ৰৱেশ কৰিছেহি কোভিডৰ এক ভয়ংকৰ প্ৰজাতি। দুখন ৰাষ্ট্ৰৰ কোভিডৰ লক্ষণৰ সংমিশ্ৰণ হৈছে অৰ্থাৎ ডাব’ল মিউটেন্ট। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…
হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?
ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ৰ’নাৰ সংক্ৰমণ। দৈনিক ১৬০০ ৰো অধিক লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত। ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যত পুনৰ হ’ব…
কেনে আছে ‘দৰদী’ কন্ঠশিল্পী ভিতালী দাস? জানক শেহতীয়া খবৰ
একাংশ ৱেব পৰ্টেল আৰু টেলিভিছন চেনেলে ‘দৰদী’ কন্ঠশিল্পী ভিতালী দাসৰ মৃত্যুৰ ভুৱা বাতৰি প্ৰচাৰ কৰিছিল যদিও সেই বাতৰিৰ কোনো ভিত্তি নাই। অৱশ্যে,…
ভয়াবহ কোভিড পৰিস্থিতি! অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী কৰিলে একাংশ কটনিয়ানে
কটন বিশ্ববিদ্যালয়ৰ UG 1st semister ৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে আজি সংবাদমেল সম্বোধন কৰে। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহৰ বাহিৰত সংবাদমেল সম্বোধন কৰে…
ক’ৰ’নাৰ ভয়াৱহ সংক্ৰমণ : গুৱাহাটীত বন্ধ কৰা হ’ল বহুকেইখন বিদ্যালয়
সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ভয়ংকৰভাৱে বৃদ্ধি পাইছে ক’ৰ’নাৰ সংক্ৰমণ। তাৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীতো দৈনিক গড়ে ৩০০ গৰাকীলৈ বৃদ্ধি পাইছে ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ…