Author: কল্পজ্যোতি শইকীয়া
মন্ত্ৰী হিমন্তক কটাক্ষ কৰি CIDৰ ৰোষত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা; সোধ-পোচৰ বাবে দিলে চমন
অতদিনে হিন্দুত্ব সুৰক্ষিত কৰাৰ নামত লম্ফ-জম্ফ কৰি অহা সত্যৰঞ্জন বৰা এইবাৰ শ’লঠেকত পৰা পৰিলক্ষিত হৈছে। বহুদিনে চৰম সাম্প্ৰদায়িক তথা মুছলমান বিৰোধী মন্তব্যৰে…
ক্ষুদ্ৰ সংবাদ গোষ্ঠীয়ে সঠিক বাতৰি পৰিবেশন কৰি আহিছে: ড০ লক্ষীনন্দন বৰা
ডিজিটেল পৰ্টেল আজিৰ খবৰৰ দ্বি বাৰ্ষিক বৰ্ষপূৰ্তি উপলক্ষ্যে দেওবাৰে দিছপুৰ প্ৰেছ ক্লাৱত আয়োজিত এক বঁটা প্ৰদান অনুষ্ঠানত ৰাজ্যৰ তিনিগৰাকী সাংবাদিকক ” সংবাদ…
২২মাৰ্চৰ চাহ বাগিচা বন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ
অহা ২২ মাৰ্চত চাহ বাগিচা বন্ধ কাৰ্যসূচী বাতিল কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই (আটছা)। চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ দাবীৰে…
৫ টা গেৰান্টিৰ উপৰিও কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত অসমবাসীলৈ আৰু কি কি গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি দিলে?
অসম প্ৰদেশ কংগ্ৰেছে ইতিমধ্যে দি অহা ৫ টা গেৰান্টিৰ উপৰিও আজি প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা প্ৰকাশ কৰে। প্ৰথম পৰ্য্যায়ৰ…
ৰাহুল গান্ধীয়ে মুকলি কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্বাচনী ইস্তাহাৰ
কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে আজি গুৱাহাটীস্থিত ৰাজীৱ ভৱনত আসন্ন অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰখন মুকলি কৰে। ইস্তাহাৰ মুকলি কৰি…
খোদ মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টাই ভংগ কৰিলে নিৰ্বাচনী আচৰণ বিধি! নিৰ্বাচনী আয়োগলৈ পত্ৰ লিখিলে কংগ্ৰেছে
খোদ মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে। এটা চৰকাৰী পদবীত অধিষ্ঠিত থাকি…
সমৰ্থকৰ চুনামী! জালুকবাৰীৰ পৰা পাণবজাৰলৈকে পথ বন্ধ কৰি হিমন্তই দাখিল কৰিলে মনোনয়ন
গুৱাহাটীৰ ৰাজপথত পৰিকল্পিতভাৱে বিজেপিৰ প্ৰতাপী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেখুৱালে নিজৰ শক্তি। হিমন্তই শক্তি প্ৰদৰ্শন কৰিলে ঠিকেই কিন্তু জালুকবাৰীৰ পৰা পাণবজাৰলৈকে…
অন্তঃকন্দলত জৰ্জিৰত ৰাজ্যিক বিজেপি! : সভাপতি ৰঞ্জিত দাসে বহিষ্কাৰ কৰিলে ১৫ গৰাকীকৈ নেতাক
অসম ৰাজ্যিক বিজেপিয়ে ১৫ গৰাকী নেতাক দলৰ প্ৰাখমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰিছে। বৃহস্পতিবাৰে ৰাজ্যিৰ বিজেপিৰ সাধাৰণ সম্পাদক ৰাজদীপ ৰয় স্বাক্ষৰিত এক…
অসম জাতীয় পৰিষদৰ ১৭ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ; দিছপুৰ আৰু পশ্চিম গুৱাহাটীত কোন হ’ব প্ৰাৰ্থী?
অসম জাতীয় পৰিষদে প্ৰকাশ কৰি উলিয়াইছে ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তৃতীয়খন আলিকা। বৰ্তমানলৈকে মুঠ ৮৫ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে…
অসম জাতীয় পৰিষদৰ ইস্তাহাৰ প্ৰকাশ, অসমবাসীলৈ কি কি দিলে প্ৰতিশ্ৰুতি?
অসম জাতীয় পৰিষদে আজি বিয়লিভাগত প্ৰকাশ কৰি উলিয়াই ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰ। দলটোৰ মুখ্য আহ্বায়ক ড০ কৃষ্ণগোপাল ভট্টাচাৰ্য্য আৰু বসন্ত ডেকাই…