Author: কল্পজ্যোতি শইকীয়া
শাসক-বিৰোধী সকলোৰে নিমিলা অংক! কাক দিব কাক নিদিব দোধোৰ-মোধোৰ অৱস্থা
কালিৰে পৰা অত্যাধিক পৰিমাণে গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। সকলো প্ৰধান ৰাজনৈতিক দলৰ মাজত টিকটকেন্দ্ৰিক সংঘাত তুংগত উঠিছে। কি শাসকীয় বিজেপি, কি…
ৰাইজৰ দলৰ কোনে ক’ৰ পৰা লাভ কৰিব টিকট? নৰ্থ ইষ্ট নাওৰ হাতত প্ৰায় চূড়ান্ত তালিকা
২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাথো ২৩ দিন। অহা ৯ মাৰ্চত মনোনয়ন দাখিলৰ অন্তিম দিন। কিন্তু এতিয়াও আসন বুজা-বুজিৰ…
কংগ্ৰেছ মহাজোঁটত AIUDF নাথাকিলে ৰাইজৰ দলৰ সমৰ্থন পাব মহাজোঁটে
কংগ্ৰেছ মহাজোঁটৰ পৰা এ আই ইউ ডি এফক আঁতৰালে ৰাইজৰ দলে মহাজোঁটক সমৰ্থন আগবঢ়াব বুলি কাৰাগাৰৰ পৰা প্ৰেৰণ কৰা এক চিঠিত উল্লেখ…
আসন বুজাবুজিক লৈ অগপ-বিজেপিৰ মিলা নাই অংক! : আধাতে বৈঠক এৰিলে অগপ নেতৃত্বই
অগপ বিজেপিৰ আসন বুজা বুজিক লৈ আজি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ চৰকাৰী আবাস গৃহত অনুষ্ঠিত হয় ৰুদ্ধদাৰ বৈঠক। বৈঠকত উপস্থিত থাকে…
বিজেপিৰ গুণ্ডাবাহিনীৰ আক্ৰমণৰ পাছতে অজাপ সভাপতি লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া
দেওবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈসহ প্ৰাক্তন মন্ত্ৰী তথা অজাপৰ নেতা পুলকেশ বৰুৱাক শাসনাধিষ্ঠ বিজেপি দলৰ কৰ্মী তথা সদস্যই আক্ৰমণ কৰাৰ…
‘বিজেপিক মইহে জীয়াই ৰাখিছিলো অসমত, এতিয়া কেনেকৈ জীয়াই থাকিব?’; হাগ্ৰামা মহিলাৰী
গুৱাহাটীৰ হোটেল চিগনেটত একেখন মঞ্চতে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰে কংগ্ৰেছ মহাজোঁটে আজি এক সংবাদমেল সম্বোধন কৰে। উক্ত সংবাদমেলত হাগ্ৰামা মহিলাৰীয়ে বিজেপিক সমালোচনা…
কংগ্ৰেছ-এআইয়ুডিএফৰ মিত্ৰজোঁটৰ হৈ অসমত নিৰ্বাচন খেলিব আৰজেডি-এ : চাহ-বাগিচা, হিন্দীভাষী ভোটাৰক লক্ষ্য!
যোৱা ২৬ ফেব্ৰুৱাৰিত নিৰ্বাচন আয়োগে অসমসহ পাঁচ ৰাজ্যৰ ২০২১ৰ বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰিছে। নিৰ্বাচন আয়োগৰ ঘোষণা অনুসৰি অসমত তিনিটা পৰ্যায়ত নিৰ্বাচন…
অসমত বিজেপিক ৰুধিবলৈ RJD ৰ মন্ত্ৰণা লৈছে মহাজোঁটে, গুৱাহাটীত উপস্থিত লালু পুত্ৰ তেজস্বী যাদৱ
কেন্দ্ৰীয় নিৰ্বাচন আয়োগে কালি তিনিটা পৰ্যায়ত অসমত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সময়তে যোৱা নিশা গুৱাহাটীত আহি উপস্থিত হয় বিহাৰৰ RJD ৰ নেতা…
দুৰন্ত হিমা! অসম আৰক্ষীত আনুষ্ঠানিকভাৱে যোগদান ধিং এক্সপ্ৰেছৰ
উপ-আৰক্ষী অধীক্ষক হিচাপে আজি অসম আৰক্ষীত আনুষ্ঠানিকভাৱে যোগদান কৰে ধিং এক্সপ্ৰেছ হিমা দাসে। সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আৰক্ষী…
২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে
২০১৬ চনৰ পৰা ২০২১ লৈকে অত্যাৱশ্যকীয় সামগ্ৰী যেনে চাউল, দাইল, সৰিয়হৰ তেল, পিয়াজ, আলু চেনি, আটা তথা নিৰ্মাণ সামগ্ৰী বালি চিমেন্ট, পাথৰ,…