Author: কল্পজ্যোতি শইকীয়া
মিত্ৰতাত মেলিব নেকি ফাঁট! সমষ্টি মিলোৱা অংকত মহা আউল অগপ-বিজেপিৰ
২০২১ ৰ নিৰ্বাচনলৈ মাজত মাথোঁ এটা মাহ। এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই কোনো এটা দলৰে ৰাজনৈতিক সমীকৰণ। কি মিত্ৰজোঁট, কি মহাজোঁট আসনৰ…
ক’ত হেৰাল গো-মাতাৰ ৰক্ষক? গুৱাহাটীৰ জাৱৰৰ দ’মৰ মাজত হাজাৰ হাজাৰ গৰুৰ এই দুৰৱস্থা কিয়?
একাংশৰ বিশ্বাস গো-মাতাৰ দেশ হিচাপে গণ্য কৰা হয় ভাৰতবৰ্ষক। গো-মাতা অৰ্থ্যাৎ গৰুক পুজা কৰি নিজকে স্বয়ম্ভু গো-মাতা সেৱক হিচাপে পৰিচয় দিব বিচাৰে…
অৱসৰপ্ৰাপ্ত IAS বিষয়া ৰাজীৱ কুমাৰ বৰাক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ নিযুক্তি
অৱসৰপ্ৰাপ্ত IAS বিষয়া ৰাজীৱ কুমাৰ বৰাক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ পদত নতুনকৈ নিযুক্তি দিছে ৰাজ্য চৰকাৰে। আজি ৰাজ্যপালে এক অধিসূচনা যোগে অসম…
ব্ৰহ্মপুত্ৰ খনন, এক্সপ্ৰেছ হাইৱেৰ নিৰ্মাণ আছিল বিজেপিৰ এটা বৃহৎ ফাঁকি! : কেন্দ্ৰীয় মন্ত্ৰীৰ উত্তৰত ওলাল গোমৰ ফাঁক
ব্ৰহ্মপুত্ৰ খনন হ’ব তথা দুয়োপাৰে নিৰ্মাণ হ’ব এক্সপ্ৰেছ হাইৱে। ভাবিলেই ভাললগা দুটাকৈ বিষয়। কিন্তু সেয়া যেন আছিল বিজেপি চৰকাৰৰ এক বৃহৎ ফাঁকি।…
নিৰ্বাচনী চমক! : অসমীয়া ভাষাত মেডিকেল কলেজৰ পাঠ্যক্রম কেনেকৈ সম্ভৱ?
ৰাজ্যত মাতৃভাষাত হ’ব মেডিকেল কলেজ। অৰ্থ্যাৎ মাতৃভাষাতে অধ্যয়ন কৰিব পাৰিব চিকিৎসা বিজ্ঞানৰ ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে। ঢেকিয়াজুলিত অসমমালা আঁচনি শুভাৰম্ভ কৰি ভাষণ প্ৰসংগত দেশৰ…
অসমে মুখ্যমন্ত্ৰী ৰূপে লাভ কৰিব নৰেন্দ্ৰ মোদীক! : কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
অসমে মুখ্যমন্ত্ৰী ৰূপে পাব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক! আমি এই কথা কোৱা নাই। মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত আওপকীয়াকৈ…
চাহ বাগিচাৰ উন্নয়নৰ বাবে অধিক দৃঢ়তাৰে কাম কৰি যাম: নিৰ্মলা সীতাৰমন
খানাপাৰাত অনুষ্ঠিত হোৱা ধন পুৰস্কাৰ মেলাত দূৰ দূৰণিৰ চাহ বাগিচাৰ পৰা অহা শ্ৰমিকসকলক বিনম্ৰভাৱে নমস্কাৰ জনায় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। বিত্তমন্ত্ৰী সীতাৰমনে…
ধন পুৰস্কাৰ মেলা আঁচনিৰ অনুষ্ঠানত উপস্থিত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ
খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত উপস্থিত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ। ধন পুৰস্কাৰ মেলা আঁচনিৰ অধীনত তৃতীয় কিস্তিত ৩০০০ টকাকৈ প্ৰদান…
মাহেকত দুই-তিনিবাৰকৈ প্ৰধান মন্ত্ৰীকে ধৰি বিজেপিৰ কেন্দ্ৰীয় নেতাৰ অসমলৈ সোঁত বৈছে কিয়?
বহাগ আহে আৰু বহাগ যায়। বহাগৰ আগমণৰ লগে লগে কুলিৰ মিঠা মাত শুনিবলৈ পোৱা যায়। প্ৰতি ৫ বছৰৰ মূৰে মূৰে নিৰ্বাচন আহে…
‘২১ত নতুন আঞ্চলিক ৰাজনৈতিক শক্তিয়ে ভোট বিভাজনেই কৰিব নে চৰকাৰ গঠন কৰিব পাৰিব?
২০২১ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো দুটা মাহ। এই সময়ছোৱাত শাসকীয় বিজেপিৰ লগতে বিভিন্ন ৰাজনৈতিক দলে ৰাজনৈতিক কুচ কাৱাজ আৰম্ভ কৰিছে। তাৰ লগে…