NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

Popular Stories

“সাপো মৰক, লাঠিও নাভাঙক”: জুবিন গাৰ্গৰ গোচৰত চৰকাৰৰ ভূমিকাক লৈ ৰিপুণ বৰাৰ তীব্ৰ সমালোচনা

অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত অটল আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী। প্ৰাণৰ শিল্পীগৰাকীৰ হত্যাকাণ্ডৰ গোচৰত এছআইটিয়ে যি চাৰ্জশ্বিট দাখিল…

এন ই নাও নিউজ, গুৱাহাটী · December 13, 2025 8:38 pm
Popular Stories

অসুস্থ প্ৰবীণ কণ্ঠশিল্পী সমৰ হাজৰিকা, ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন

অসমৰ আন এগৰাকী প্ৰবীণ তথা বিশিষ্ট কণ্ঠশিল্পী সমৰ হাজৰিকা অসুস্থ হৈ পৰিছে। গুৰুতৰ অসুস্থতাৰ বাবে শিল্পীগৰাকীক সোমবাৰে গুৱাহাটীস্থিত এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়…

মাধুৰ্য ফুকন · December 10, 2025 1:04 pm
Popular Stories

ৰাজস্থান উচ্চ ন্যায়ালয়ৰ গুৰুত্ব পূৰ্ণ ৰায়: বিবাহৰ বয়স নহ’লেও লিভ ইনত থাকিব পাৰে প্ৰাপ্তবয়স্কই

 ৰাজস্থান উচ্চ ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ ৰায়ত স্পষ্ট কৰি দিছে যে দুজন প্ৰাপ্তবয়স্ক লোকৰ বিবাহযোগ্য বয়স নহ’লেও, তেওঁলোকে স্ব-ইচ্ছাৰে একেলগে বসবাস কৰিব পাৰে…

এন ই নাও নিউজ, গুৱাহাটী · December 5, 2025 2:14 pm
Popular Stories

 বিশ্ব শক্তি উত্তোলন চেম্পিয়নশ্বিপলৈ অসমৰ কেইবাগৰাকী খেলুৱৈৰ যোগ্যতা অৰ্জন

কিৰ্গিস্তানত অনুষ্ঠিত হ’বলগীয়া বিশ্ব শক্তি উত্তোলন আৰু ইনক্লাইন বেঞ্চ প্ৰেছ চেম্পিয়নশ্বিপ ২০২৬ (WSLF)-লৈ অসমৰ কেইবাগৰাকী খেলুৱৈয়ে যোগ্যতা অৰ্জন কৰিছে। ছিকিমৰ পালজোৰ ষ্টেডিয়ামত…

এন ই নাও নিউজ, গুৱাহাটী · November 26, 2025 2:31 pm
Popular Stories

চৰকাৰৰ দ্বাৰা অৱহেলিত পি এণ্ড আৰ ডিৰ ঠিকাভিত্তিক কৰ্মচাৰী: ৰাজ্যজুৰি ক্ষোভৰ জুই

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ (P&RD)ৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি চৰকাৰৰ অৱহেলাৰ বলি হৈ অহাৰ অভিযোগ উত্থাপন কৰিছে। এই ঠিকাভিত্তিক…

এন ই নাও নিউজ, গুৱাহাটী · November 19, 2025 12:42 pm
Popular Stories

ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্সৰ আমেৰিকা ভ্ৰমণ! পুনৰ চৰ্চাত সাংবাদিক জামাল খাশ্বোগীৰ হত্যাকাণ্ড

মঙলবাৰে ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানৰ আমেৰিকা ভ্ৰমণৰ সময়ত সাংবাদিক জামাল খাশ্বোগীৰ হত্যা কাণ্ডৰ বিষয়টো পুনৰ চৰ্চালৈ আহিছে। সাংবাদিকসকলে এই…

এন ই নাও নিউজ, গুৱাহাটী · November 19, 2025 8:41 am
অসম

গ্ৰেট নিকোবৰ উন্নয়ন প্ৰকল্প: বিকাশ নে বিনাশ?

উন্নয়ন মানে কি? উন্নয়নৰ কোনো নিৰ্দিষ্ট ধাৰণা আছে নে? উন্নয়নে সদায় বলিদান বিচাৰে নেকি? নে উন্নয়নৰ সংজ্ঞা কেৱল বিশাল আন্তঃগাঁথনি নিৰ্মাণৰ মাজতে…

মাধুৰ্য ফুকন · November 18, 2025 2:23 pm
Popular Stories

অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ: নতুন বৰ্ষত কিমান দিন থাকিব  বন্ধ?

অসম চৰকাৰে অৱশেষত ২০২৬ বৰ্ষৰ বাবে চৰকাৰী বন্ধৰ তালিকা মুকলি কৰিছে। এই তালিকা অনুসৰি, নতুন বৰ্ষত বিভিন্ন ৰাষ্ট্ৰীয় উৎসৱ, ধৰ্মীয় অনুষ্ঠান আৰু…

এন ই নাও নিউজ, গুৱাহাটী · November 18, 2025 1:11 pm
Uncategorized

দৰাবিল গো-চৰণীয়া পথাৰ সুৰক্ষাৰ দাবীত বিশাল জনসভা: লজিষ্টিক পাৰ্ক বাতিলৰ প্ৰস্তাৱ

দেওবাৰে কামৰূপৰ ৰামপুৰৰ দৰাবিলৰ বাকৰিত ‘দৰাবিল গো-চৰণীয়া পথাৰ সুৰক্ষা সমিতি’ৰ উদ্যোগত এখনি বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। দৰাবিলৰ চৌপাশৰ ৰাইজকে ধৰি…

এন ই নাও নিউজ, গুৱাহাটী · November 17, 2025 9:14 pm
Popular Stories

প্ৰাকৃতিক দুৰ্যোগৰ কৱলত ভাৰত: ১৯৯৫ চনৰ পৰা ৮০,০০০ লোকৰ মৃত্যু আৰু ১৭০ বিলিয়ন ডলাৰৰ ক্ষতি

এক নতুন প্ৰতিবেদন অনুসৰি, ১৯৯৫ চনৰ পৰা ভাৰতত জলবায়ু পৰিৱৰ্তনৰ ফলস্বৰূপে হোৱা প্ৰাকৃতিক দুৰ্যোগত ৮০,০০০ (আশী হাজাৰতকৈও) অধিক লোকৰ মৃত্যু হৈছে। এই…

এন ই নাও নিউজ, গুৱাহাটী · November 12, 2025 8:37 am