Author: পৰেশ মালাকাৰ
মুখ্যমন্ত্ৰীৰ এইবোৰ কি কাণ্ড? সস্তীয়া নাচ-বাগেৰে মানুহৰ মন মুহিব বিচাৰিছে!
সাধাৰণ নিৰ্বাচন আৰম্ভ হৈছে। ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হৈ গ’ল। এতিয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ তুংগত। নিৰ্বাচনী প্ৰচাৰত কোনবোৰ বিষয়ে…
আমি আৰু কিমান কৰিম?
আমি পৰাতকৈ অলপ বেছিয়ে কৰিছোঁ নেকি? যোৱা ২২ এপ্ৰিলৰ দিনা আমি নগাঁও আৰু মৈৰাবাৰীলৈ গৈছিলোঁ ‘ভাৰত জোড়ো অভিযান’ আৰু ‘অসম নাগৰিক সমাজ’ৰ…
গৌৰৱ আৰু লুৰীণৰ মিলন ভাৰতীয় সংবিধানৰ যুক্তৰাষ্ট্ৰীয় মূল্যবোধৰ পৰাকাষ্ঠা!
কাইলৈ আন ঠাইৰ লগতে উজনীৰ দুটা সংসদীয় সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব। সেই সমষ্টি দুটা হৈছে যোৰহাট আৰু ডিব্ৰুগড়। এই সমষ্টি দুটাৰ বৈশিষ্ট্য…
ধ্ৰুৱ ৰাথীৰ পৰা কি শিকিবলগীয়া আছে আমাৰ সাংবাদিক সকলে ?
ধ্ৰুৱ ৰাথীৰ বয়স কিমান? মাত্ৰ ২৯ বছৰ। এতিয়া ধ্ৰুৱ ৰাথীৰ কথা মানুহৰ মুখে মুখে। অযুত/নিযুত মানুহে তেওঁৰ ভিডিঅ’বোৰ চায়।ধ্ৰুৱ যেন এতিয়া ভাৰতীয়…
ভয় আৰু গণতন্ত্ৰ : পৰেশ মালাকাৰ
যোৱা ২৮ মাৰ্চৰ ‘The Indian Express’ত আশুতোষ ৱাৰ্ষ্ণেইৰ ‘Fear and democracy’ নামেৰে এটা প্ৰবন্ধ প্ৰকাশ পাইছিল। আশুতোষ ৱাৰ্ষ্ণেই আমেৰিকাৰ ‘Brown University’ৰ সমাজ…
আইনৰ শাসন আৰু গণতন্ত্ৰৰ বাবে কিয় গণতান্ত্ৰিক অনুষ্ঠান/ প্ৰতিষ্ঠানবোৰ স্বতন্ত্ৰ হৈ থাকিব লাগে?
নিৰ্বাচনমুখী দেশৰ ৰাজনৈতিক পৰিস্থিতি ক্ৰমাত অধিক ঘনীভূত হৈ আহিছে। শেহতীয়া ঘটনা প্ৰবাহে কি ইংগিত দিয়ে? বিজেপিয়ে বিচৰা ধৰণে যেন ঘটনাবোৰ ঘটা নাই।…
চৰকাৰৰ জনবিৰোধী নীতিৰ সমালোচনা কৰিলেই অজুহাত উলিয়াই হাৰাশাস্তি চলাই নেকি স্বতন্ত্ৰ সাংবাদিকক?
নিৰ্ভীক আৰু স্বতন্ত্ৰ সাংবাদিকৰ ঘৰে ঘৰে অভিযান দিল্লী আৰক্ষীৰ, বাদ নপৰিল ৰাজনৈতিক ব্যংগকাৰ, সামাজিক কৰ্মীও। এই সম্পৰ্কে নৰ্থইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ…
এটি সুগন্ধী পুৱা, চন্দনৰ জীপাল স্মৃতি
চন্দন মহন্ত ঢুকোৱা খবৰটোৱে মোক আচৰিত কৰা নাই, দুখ দিছে। দুদুলমণি আৰু মই অঞ্জনাক মাত এষাৰ লগাই আহোঁ বুলি কালি আই আই…
উচ্চতম ন্যায়ালয়ৰ যুক্তিসংগত ৰায়ৰ বাবে অধিক জিলিকি উঠিব নেকি ৰাহুল গান্ধী?
ৰাহুল গান্ধীক তেওঁলোকে সংসদৰ পৰা কেনেকৈ বহিষ্কাৰ কৰিছিল আপোনালোক সকলোৱে জানে।ৰাহুল গান্ধীক সংসদৰ পৰা বহিষ্কাৰ কৰা আৰু তেওঁ পুনৰ সংসদৰ সদস্য হোৱা…
হায়, অসমীয়া জাতীয়তাবাদ!
অসমীয়া পৰিচয়ৰ কথা বাদ দি অসমীয়া জাতীয়তাবাদৰ কথা ক’ব নোৱাৰি। অসমীয়া পৰিচয়ৰ লগত অসমৰ ইতিহাসো জড়িত। কিন্তু, যেতিয়া সমসাময়িক ৰাজনীতিৰ বিষয়ে আলোচনা…