Author:
‘আদানীময় ভাৰত’! এইবাৰ জয়পুৰ বিমান বন্দৰ আদানীৰ হাতলৈ
দেশৰ সকলো ৰাজহুৱা সম্পদ পুঁজিপতিৰ হাতত এটা এটাকৈ তুলি দিয়াৰ পাছত মোদী চৰকাৰে এইবাৰ বিক্ৰী কৰিলে জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ ক্ৰমাৎ প্ৰধান…
এইবাৰ খেৰী ঘটনাৰ ন্যায় বিচাৰিলে বিজেপি সাংসদে, ক’লে, “দায়বদ্ধতা থাকিব লাগিব”
উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত কৃষক হত্যাৰ ঘটনাৰ ন্যায় বিচাৰিলে এজন বিজেপি সাংসদে। বিজেপি সাংসদ বৰুণ গান্ধীয়ে বৃহস্পতিবাৰে “কৃষকসকলৰ নিৰীহ তেজৰ প্ৰতি…
উৱেফা চেম্পিয়নচ্ লীগ: আজাক্স,এটলেটিকো মাদ্ৰিদ,দৰ্টমুণ্ড,পিএছজি,লিভাৰপুলৰ জয়; অঘটনৰ স্বীকাৰ ৰিয়েল মাদ্ৰিদ; পইণ্ট ভগালে ইণ্টাৰে
উৱেফা চেম্পিয়নচ্ লীগত আজি জয়ৰ মুখ দেখিছে ফুটবল ক্লাৱ আজাক্স, এটলেটিকো মাদ্ৰিদ, বৰুছিয়া দৰ্টমুণ্ড, পিএছজি আৰু লিভাৰপুলে। আজি আজাক্স বনাম বেচিক্টাচৰ খেলখনত…
গুৱাহাটীত স্থাপন হ’ব মচলা পৰীক্ষাগাৰ কেন্দ্ৰ
মচলাৰ উচ্চ পৰীক্ষাৰ বাবে গুৱাহাটীত পৰীক্ষাগাৰ স্থাপন কৰিব অসম চৰকাৰে। ইতিমধ্যে ৰাজ্য চৰকাৰে পৰীক্ষাগাৰৰ বাবে ভূমি আৱণ্টন কৰাৰ সিদ্ধান্ত লৈছে। অসমৰ মুখ্যমন্ত্ৰী…
প্ৰধান মন্ত্ৰীৰ ঘনিষ্ঠ আদানীৰ মালিকানাধীন মুন্দ্ৰা বন্দৰত উদ্ধাৰ হ’ল ৩ টন ড্ৰাগছ
গুজৰাটৰ মুন্দ্ৰা বন্দৰত প্ৰায় ৩০০০ কিলোগ্ৰাম হিৰ’ইন জব্দ কৰিছে ডাইৰেক্টৰেট অৱ ৰেভিনিউ ইন্টলিজেঞ্চে। জব্দকৃত ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ২১,০০০ কোটি টকা…