Author: এন ই নাও নিউজ
অসমত আৰু সাত ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৩৩০লৈ বৃদ্ধি
আৰু সাতগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বৃহস্পতিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৩৩০লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— ডিব্ৰুগড়ৰ লখন গোৱালা…
অসম দক্ষতা বিশ্ববিদ্যালয় বিধেয়ক ২০২০ বিধান সভাত পাছ
অসম বিধান সভাই বৃহস্পতিবাৰে অসম দক্ষতা বিশ্ববিদ্যালয় বিধেয়ক ২০২০ পাছ কৰিছে। দৰং জিলাৰ মঙলদৈত এই দক্ষতা বিশ্ববিদ্যালয়খন স্থাপন কৰা হ’ব। “আজি অসম…
নগাঁও জিলাৰ চাৰি শতাধিক শিক্ষক-কৰ্মচাৰী ক’ভিড পজিটিভ
চাৰি শতাধিক শিক্ষক-কৰ্মচাৰী নগাওঁ জিলাত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে আৰু শিক্ষক সমাজক আতংকিত কৰি তুলিছে। জিলাখনৰ একাংশ শিক্ষকে পৰীক্ষা কৰিব পাৰিলে যদিও…
মাৰ্ঘেৰিটাত ৰাইজে আটক কৰিলে ড্ৰাগছ সৰবৰাহকাৰী, জেললৈ প্ৰেৰণ
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন অঞ্চলত জীৱন নাশক মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যাহত থকাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে উলুপৰ এজন কুখ্যাত…
অসমত নতুনকৈ ক’ভিড আক্ৰান্ত ৩৫৫৫, আৰোগ্য ১৮৩৪
৩৫৫৫গৰাকী ব্যক্তি অসমত বুধবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে ১৮৩৪গৰাকীয়ে আৰোগ্য লাভ কৰি চিকিৎসালয় এৰিছে। টেষ্টৰ তুলনাত পজিটিভৰ হাৰ ৭.৪৪ শতাংশলৈ বৃদ্ধি…
অসমত আৰু আঠ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৩২৩লৈ বৃদ্ধি
আৰু আঠগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বুধবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৩২৩লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— ডিব্ৰুগড়ৰ শকুন্তলা সেন…
লখিমপুৰত এছ পিকে ধৰি ১০০ আৰক্ষীৰ লোক ক’ভিড পজিটিভ
আৰক্ষী অধীক্ষক ৰাজবীৰকে ধৰি লখিমপুৰত আৰক্ষীৰ ১০০গৰাকী লোক যোৱা ২৪ ঘণ্টাত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। জিলা স্বাস্থ্য বিভাগে জনোৱা মতে মঙলবাৰৰ দিনটোত…
অসমত ২৬৮৪ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৭.২৪%
২৬৮৪গৰাকী ব্যক্তি অসমত মঙলবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৭.২৪ শতাংশ। যোৱা ২৪ ঘণ্টাত ৩৭,০৬৬টা ক’ভিড টেষ্টত এইসকল…
অসমত আৰু নগৰাকী ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৩১৫লৈ বৃদ্ধি
আৰু নগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, মঙলবাৰলৈকে মৃতকৰ সংখ্যা ৩১৫লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— যোৰহাটৰ বুলীন্দ্ৰ নাথ বৰা…
চামগুৰিত ধোঁৱাচাঙত সামাজিক ব্যৱধান
নগাওঁ জিলাৰ চামগুৰিত সামাজিক ব্যৱধানৰ সকলো নিয়ম যেন এতিয়া ধোঁৱাচাঙত উঠিছে৷ ‘অৰুণোদয়’ আচঁনিৰ বাবে প্ৰমাণপত্ৰ সংগ্ৰহৰ নামত কভিড১৯ৰ স্বাস্থ্য বিধিৰ সকলো নিয়মক…