Author: ৰূপা সৰকাৰ
CAAৰ বিধি প্ৰণয়নত বিলম্ব গৃহ মন্ত্ৰ্যালয়ৰ, সংসদীয় সমিতিয়ে উত্তৰ বিচাৰিব
লোক সভাৰ চাবঅৰ্ডিনেট লেজিছলেচন কমিটিয়ে নাগৰিকত্ব সংশোধন আইন ৰূপায়নৰ বিধি প্ৰণয়নত বিলম্ব হোৱা সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ পৰা অহা মাহৰ প্ৰথম ভাগতে…
উত্তৰ-পূব কয়লা ক্ষেত্ৰ বন্ধ হ’বলৈ দিয়া নহ’ব: ৰামেশ্বৰ তেলী
উত্তৰ-পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ অৰ্থনীতিৰ মেৰুদণ্ড। তিনিচুকীয়া জিলাৰ লগতে ৰাজ্যৰ বহু উদ্যোগ-প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোৰ পৰা উৎপাদিত কয়লাৰ ওপৰত নিৰ্ভৰশীল। এই জাতীয় উদ্যোগটো…
হেৰিটেজ জয়সাগৰ হোটেল ভাঙিবলৈ জাননী
শিৱসাগৰ জিলা প্ৰশাসনে জয়সাগৰ পুখুৰী পাৰত পোন্ধৰ বছৰ ধৰি অবৈধভাৱে চলি থকা হেৰিটেজ জয়সাগৰ নামৰ হোটেল ভাঙিবলৈ জাননী দিছে। ঐতিহ্যমণ্ডিত জয়সাগৰ পুখুৰীৰ…
অসমত নতুনকৈ ৯৭২ ক’ভিড পজিটিভ, সক্ৰিয় ৰোগী ৮৩২৫লৈ বৃদ্ধি
৯৭২গৰাকী ব্যক্তি অসমত বুধবাৰে ক’ভিড পজিটিভ চিনাক্ত হৈছে। ইয়াৰে ৩৫৪গৰাকী কামৰূপ মহানগৰৰ আৰু ৫১গৰাকী যোৰহাট জিলাৰ। এইসকল ব্যক্তিক ধৰি অসমত সক্ৰিয় ক’ভিড…
অসমত ক’ভিডত আৰু দুগৰাকীৰ মৃত্যু, মুঠ ৬৬লৈ বৃদ্ধি
দুগৰাকী ক’ভিড ৰোগীয়ে বুধবাৰে অসমত প্ৰাণ হেৰুৱাইছে আৰু ৰাজ্যত মুঠ মৃতকৰ সংখ্যা ৬৬লৈ বৃদ্ধি পাইছে। বুধবাৰে মৃত্যু হোৱা ব্যক্তি দুগৰাকী হৈছে যোৰহাটৰ…
ধন আত্মসাতৰ অভিযোগত জোনাইত সমবায় সমিতিৰ ফিল্ড এছিষ্টেণ্টক গ্ৰেপ্তাৰ
ধেমাজি আৰক্ষীয়ে ক্ৰেডিট মানি কেলেংকাৰিত জৰিত থকাৰ অভিযোগত অসম বহুমুখী সমবায় সমিতিৰ পলাতক ফিল্ড এছিষ্টেণ্ট দীপাঞ্জলি দলেক গ্ৰেপ্তাৰ কৰিছে। অসম বহুমুখী সমবায়…
৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিব। দেশৰ সকলো মুখ্য মন্ত্ৰীকো অনুষ্ঠানটোলৈ নিমন্ত্ৰণ কৰা হ’ব। শ্ৰী…
শিৱসাগৰত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বান সাহায্য বিতৰণ
বৃহত্তৰ অসমীয়া যুৱ মঞ্চই বুধবাৰে শিৱসাগৰত বানপীড়িত ৰাইজক সাহায্য বিতৰণ কৰে। শিৱসাগৰৰ বানমুখ অঞ্চলৰ কেইবাখনো গাঁৱৰ লগতে লংচাই দলংৰ সমীপত ৰাস্তাৰ কাষত…
টীয়কৰ গ্ৰামাঞ্চলত চিনাক্ত হৈছে ক’ভিড-১৯ পজিটিভ ৰোগী
টীয়কৰ গ্ৰামাঞ্চলত ক’ভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হোৱাটোৱে উদ্বেগৰ সৃষ্টি কৰিছে। উজনিৰ যোৰহাট জিলাত মঙলবাৰৰ দিনটোত ১৬৫গৰাকী লোক ক’ভিড১৯ পজিটিভ ধৰা পৰিছে। ইয়াৰে…
১৮ হাজাৰৰ সীমা অতিক্ৰম অসমত ক’ভিড আৰোগ্যৰ
৯৩৮গৰাকী নতুনকৈ ক’ভিড মুক্ত ব্যক্তিৰে সৈতে অসমত মুঠ আৰোগ্যৰ সংখ্যাই মঙলবাৰে ১৮ হাজাৰৰ সীমা অতিক্ৰম কৰিছে। অসমত এতিয়ালৈকে ১৮,০৩৩গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা…