Author: এন ই নাও নিউজ
চীনে ১৯৯৩, ১৯৯৬, ২০১৩ৰ তিনিখন চুক্তি ভংগ কৰিছে
চীনে লাডাখৰ গালৱানত সামৰিক কাৰ্য্যকলাপেৰে ১৯৯৩, ১৯৯৬ আৰু ২০১৩ৰ তিনিখন দ্বিপাক্ষিক চুক্তি ভংগ কৰিছে। যাৰ ফলত তিনিগৰাকীকৈ ভাৰতীয় সৈন্যই প্ৰাণ হেৰুৱাব লগা…
২৪০০ অতিক্ৰম অসমত ক’ভিড আৰোগ্যৰ
আৰু ১৮গৰাকী ব্যক্তিয়ে মঙলবাৰে অসমত ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে। ইয়াকে লৈ ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা মুঠ ব্যক্তি ২৪১১গৰাকীলৈ বৃদ্ধি পাইছে।…
২৩৯৩লৈ বৃদ্ধি অসমত ক’ভিড আৰোগ্য, নতুনকৈ মুকলি ১৮৮
১৮৮গৰাকী ব্যক্তিয়ে মঙলবাৰে অসমত ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে। ইয়াকে লৈ ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা মুঠ ব্যক্তি ২৩৯৩গৰাকীলৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ…
শিৱসাগৰৰ বিশিষ্ট সাংবাদিক, শিক্ষাবিদ, একালৰ ছাত্ৰ নেতা গুণ বৰুৱা আৰু নাই
শিৱসাগৰ সাংবাদিক জগতৰ পিতৃস্বৰূপ গুণ বৰুৱাৰ মঙলবাৰে পৰলোকপ্ৰাপ্তি হয়। আজি দিনৰ প্ৰায় ১১.৪৩ বজাত শিৱসাগৰ মেলাচকৰৰ নিজা বাসগৃহত ৮০ বছৰ বয়সত মৃত্যু…
অৰুণাচল প্ৰদেশত তিনি আলফা (স্বাঃ) সদস্যক আটক
৬নং আছাম ৰাইফলছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ সীমামূৰীয়া অঞ্চলৰ অৰুণাচলত প্ৰদেশত তিনি আলফা সদস্য আটক কৰিছে৷ আটক আলফাকেইজন ক্ৰমে পেঙেৰী টকৌপথাৰ গাঁৱৰ স্বয়ম্ভু…
চাৰি হাজাৰ অতিক্ৰম অসমত ক’ভিড আক্ৰান্তৰ
১০৬গৰাকী নতুন ক’ভিড-১৯ পজিটিভ ব্যক্তিক লৈ অসমত মুঠ আক্ৰান্তৰ সংখ্যাই দেওবাৰে চাৰি হাজাৰৰ সীমা অতিক্ৰম কৰিছে। অসমত এই পৰ্য্যন্ত চিনাক্ত মুঠ ক’ভিড…
চাৰি হাজাৰৰ দিশে অসমত ক’ভিড আক্ৰান্ত
১৮২গৰাকী নতুন ক’ভিড-১৯ পজিটিভ ব্যক্তিৰ সৈতে অসমত শনিবাৰে মুঠ আক্ৰান্ত ৩৯০০লৈ বৃদ্ধি পাইছে। শনিবাৰৰ দিনটোত চিনাক্ত হৈছে মুঠ ২০৭গৰাকী ক’ভিড-১৯ পজিটিভ ব্যক্তি।…
বাঘজানলৈ দেওবাৰে সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী প্ৰধান
অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে দেওবাৰে বাঘজানৰ ঘটনাস্থলী পৰিদৰ্শন কৰিব। ইতিমধ্যে গুৱাহাটীত উপস্থিত হোৱা…
ওঠৰশ অতিক্ৰম অসমত ক’ভিড আৰোগ্যৰ
আৰু ২১গৰাকী ব্যক্তিয়ে শনিবাৰে অসমত ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে। এইসকলক ধৰি অসমত মুঠ আৰোগ্য ব্যক্তি ১৮০৫লৈ বৃদ্ধি পাইছে। এইসকলৰ মাজত আছে…
১৮০০ৰ দিশে অসমত ক’ভিড আৰোগ্য, আৰু ২০০জনক চিকিৎসালয়ৰ পৰা মুকলি
আৰু ২০০গৰাকী ব্যক্তিয়ে শনিবাৰে অসমত ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে। এইসকলক ধৰি অসমত মুঠ আৰোগ্য ব্যক্তি ১৭৮৪লৈ বৃদ্ধি পাইছে। অসমৰ বিভিন্ন অসামৰিক,…