NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ

অসম

ডেৰশ সাংবাদিকক সাহায্য বিতৰণ দিছপুৰ প্ৰেছ ক্লাব, জাফাৰ

লকডাউনত অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ সংগ্ৰহত নানা সমস্যাৰ সন্মুখীন হোৱা গুৱাহাটীত কৰ্মৰত ডেৰশ সাংবাদিকক দিচপুৰ প্ৰেছ ক্লাবে সাহায্য প্ৰদান কৰে। দিছপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত জাফাৰ ভেটাপাৰাস্থিত…

এন ই নাও নিউজ · May 2, 2020 10:56 pm
অসম

নলবাৰীত ছাত্ৰনেতা ভৱজিতৰ মহানুভৱতা: আৰ্তজনক বিতৰণ স্ব-উৎপাদিত শাক-পাচলি

সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য ভৱজিৎ বেজবৰুৱাই লকডাউনৰ মাজতে আৰ্তজনক সহায়ৰ বাবে লৈছে শলাগ ল’বলগীয়া পদক্ষেপ। ছাত্ৰ নেতাগৰাকীয়ে কৃষি পামত…

এন ই নাও নিউজ · May 2, 2020 10:31 pm
অসম

দুৰ্ভিক্ষ, মহামাৰী, বহু মানুহৰ মৃত্যুৰ সাক্ষী এইজন ককাই এইবাৰ দেখিলে লকডাউন

হাৰাধন সাহা নামৰ পশ্চিম বংগৰ ১১০ বছৰীয়া বৃদ্ধজনে নিজৰ সুদীৰ্ঘ জীৱনত মহামাৰীৰ পৰা আৰম্ভ কৰি দুৰ্ভিক্ষলৈকে অসংখ্য ঘটনা আৰু মানুহৰ মৃত্যুৰ সাক্ষী…

এন ই নাও নিউজ · May 2, 2020 9:59 pm
অসম

কৰ’না যোদ্ধালৈ চেলুট: GMCH, MMCHত হ’ব আকাশী পুষ্পবৰ্ষণ

ভাৰতীয় সেনা বাহিনীসমূহে ৩ মে’ত দেশজুৰি কৰ’না যোদ্ধাসকললৈ শ্ৰদ্ধা প্ৰদৰ্শন কৰিব। গুৱাহাটীতো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেল আৰু মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলতো…

এন ই নাও নিউজ · May 2, 2020 6:55 pm
অসম

ক’ভিড-১৯ত সৰ্বাধিক ক্ষতিগ্ৰস্ত মহাৰাষ্ট্ৰৰ ৮৩ শতাংশ ৰোগীৰ নাছিল লক্ষণ

ক’ভিড-১৯ত দেশৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত মহাৰাষ্ট্ৰৰ ৮৩ শতাংশ ৰোগীৰে কোনো লক্ষণ নাছিল। মহাৰাষ্ট্ৰৰ স্বাস্থ্য মন্ত্ৰী ৰাজেশ টপেই কয় যে ৰাজ্যখনত মহামাৰীবিধত মৃত্যুৰ হাৰ…

এন ই নাও নিউজ · May 2, 2020 5:19 pm
অসম

দেশৰ ভিন্ন ৰাজ্যত আবদ্ধ লোকৰ যাতায়াতৰ বাবে মুকলি বিশেষ ৰেল

লকডাউনৰ বাবে দেশৰ বিভিন্ন ঠাইত আবদ্ধ লোকসকলৰ যাতায়াতৰ বাবে শুকুৰবাৰৰ পৰা ৰেল মন্ত্ৰ্যালয়ে বিশেষ যাত্ৰীবাহী ৰেল মুকলি কৰিছে। এই ৰেলসমূহ সংশ্লিষ্ট ৰাজ্য…

এন ই নাও নিউজ · May 1, 2020 8:47 pm
অসম

দুসপ্তাহলৈ বৃদ্ধি দেশজোৰা লকডাউন

কেন্দ্ৰই কৰ’নাভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চলিত লকডাউন ৪ মে’ৰ পিছত পুনৰ দুসপ্তাহলৈ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে শুকুৰবাৰে এই সন্দৰ্ভত জাননী জাৰি…

এন ই নাও নিউজ · May 1, 2020 6:54 pm
অসম

বাক্সাৰ গুৱাবাৰীত বনৰীয়া হাতীৰ তাণ্ডৱ, কৃষকৰ ঘৰ ভাঙি লণ্ডভণ্ড

ক’ভিড-১৯ৰ আতংকৰ মাজতে বাক্সা জিলাৰ গুৱাবাৰীত বৃ্হস্পতিবাৰে নিশা বনৰীয়া হাতীয়ে তাণ্ডৱ চলায়। ভূতৰ ওপৰত দানহৰ দৰে লকডাউনৰ মাজতে গুৱাবাৰী অঞ্চলৰ ২নং ডোঙাৰগাঁৱত বন্যহস্তীৰ…

দীপক কুমাৰ পাঠক · May 1, 2020 5:19 pm
অসম

মুকেশ আম্বানিয়ে ত্যাগ কৰিলে সম্পূৰ্ণ দৰমহা, ৫০%লৈকে কৰ্তন শীৰ্ষ বিষয়াৰ

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ হাইড্ৰ’কাৰ্বন ডিভিজনে কৰ’নাভাইৰাছৰ বাবে সৃষ্টি হোৱা সংকটৰ পৰিপ্ৰেক্ষিতত শীৰ্ষ বিষয়াসকলৰ দৰমহা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ মুৰব্বী মুকেশ আম্বানিয়ে…

এন ই নাও নিউজ · April 30, 2020 9:03 pm
অসম

চীনক এৰি ভাৰতলৈ আহিব খুজিছে আমেৰিকাৰ ১০০টাকৈ কোম্পানি

এশটাকৈ আমেৰিকান কোম্পানিয়ে চীন এৰি ভাৰতলৈ আহিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। ক’ভিড-১৯ মহামাৰীৰ পিছতে এই কোম্পানিসমূহে চীন এৰাৰ বাবে যো-জা চলাইছে। ফিনান্সিয়েল এক্সপ্ৰেছৰ…

এন ই নাও নিউজ · April 30, 2020 5:56 pm