Author: ফাৰহানা আহমেদ
উন্নত, ধুব পৰা “অসমী মাস্ক” তৈয়াৰ লখিমপুৰৰ ৫০০ মহিলাৰ
ক’ভিড-১৯ মহামাৰীৰ প্ৰত্যাহ্বানৰ মুখত লখিমপুৰ জিলাত গাঁৱৰ ৫০০ মহিলাই দিনে-নিশাই তৈয়াৰ কৰিছে “অসমী” মাস্ক। নীলা ৰঙৰ কপাহী কাপোৰেৰে তৈয়াৰ কৰা এই অসমী…
লকডাউন: দুখীয়াক লৈ ৰাজনীতি নকৰি মানৱীয় দৃষ্টিৰে সহায় কৰক, প্ৰমীলাৰাণী ব্ৰহ্মৰ মন্তব্য
লকডাউনৰ সময়ত খাদ্য সংকটত ভোগা দুখীয়া লোকসকলক লৈ ৰাজনীতি নকৰি তেওঁলোক সহায় কৰিবলৈ সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই আহ্বান জনাইছে। বাক্সা জিলাৰ…
শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকলৈ পঞ্চাশ ইউনিট তেজ ৰেচকিউৰ
লকডাউনৰ মাজতে শিৱসাগৰৰ অন্যতম সমাজসেৱী অনুষ্ঠান ৰেছকিউ-এ শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকলৈ পঞ্চাশ ইউনিট তেজ আগবঢ়াইছে। ৰেছকিউৰ ৰক্তদানৰ মহৎ কাৰ্য্য অত্যন্ত জৰুৰী…
পুৰণিগুদামত তাবলিঘি জামাতৰ স্থান নাই, স্থানীয় ইছলামী সংগঠনৰ সিদ্ধান্ত
নগাওঁ জিলাৰ পুৰণিগুদামৰ অন্যতম পুৰণি ধৰ্মীয় সংগঠন অঞ্জুমান-ই-ইছলামীয়াই তাবলিঘি জামাতক অঞ্চলটোত অনিৰ্দিষ্টকালৰ বাবে নিষেধ কৰিছে। “পুৰণিগুদামৰ অঞ্জুমান-ই-ইছলামীয়াৰ অন্তৰ্ভুক্ত কোনো ব্যক্তি তবলিঘি জামাতত…
ৰাইজৰ বৰঙনিৰে আগবাঢ়িছে অসম আৰোগ্য নিধি
অসম আৰোগ্য নিধিলৈ বিভিন্ন ব্যক্তি, অনুষ্ঠানৰ বৰঙনি অব্যাহত আছে। কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰোগ্য নিধিলৈ দান-বৰঙনি…
দেশৰ ২৩ ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চললৈ ক’ভিড-১৯ বিয়পালে নিজামুদ্দিনৰ জামাতে
নিজামুদ্দিনৰ জামাতে অসমকে ধৰি দেশৰ ২৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ ক’ভিড-১৯ বিয়পালে। ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে শনিবাৰে এই তথ্য…
অসমত আৰু এজন ক’ভিড-১৯ মুক্ত, মুঠ আৰোগ্য ১২লৈ বৃদ্ধি
আৰু এজন ব্যক্তি শনিবাৰে অসমত ক’ভিড-১৯ মুক্ত হৈছে। ৰাজ্যত এই ৰোগৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা ১২ গৰাকীলৈ বৃদ্ধি পাইছে। চাজিবুৰ ৰহমান…
এয়াৰ ইণ্ডিয়াৰ বিমানৰ বুকিং আৰম্ভ
এয়াৰ ইণ্ডিয়াই শনিবাৰৰ পৰা ইয়াৰ নিৰ্বাচিত বিমানৰ বুকিং আৰম্ভ কৰিছে। ঘৰুৱা বিমানসমূহত ৪ মে’ আৰু আন্তঃৰাষ্ট্ৰীয় বিমানসমূহ ১ জুনৰ পৰা বুকিং দিয়া…
কিছুদিনলৈ গাহৰি মাংস নাখাব
আপুনি যদি গাহৰি মাংস খাই ভাল পায়, তেন্তে এতিয়াৰে পৰা কিছুদিনলৈ এই মাংসবিধ বৰ্জন কৰক। অসমৰ সকলো জিলাতে এতিয়ালৈকে ধৰা পৰা নাই…
অসমত ক’ভিড-১৯ পৰীক্ষাগাৰ ছটালৈ বৃদ্ধি
অসমত ক’ভিড-১৯ পৰীক্ষাগাৰ ছটালৈ বৃদ্ধি পাইছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পৰীক্ষাগাৰলৈ এই সন্দৰ্ভত শুকুৰবাৰে স্বীকৃতি আগবঢ়াইছে। স্বাস্থ্য…