NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ

অসম

কৰ’না ৰোগীৰ মৃতদেহৰ পৰা সংক্ৰমণৰ প্ৰথমটো ঘটনা থাইলেণ্ডত

কৰ’না ৰোগীৰ মৃতদেহৰ পৰা কৰ’নাভাইৰাছ সংক্ৰমণৰ প্ৰথমটো ঘটনা থাইলেণ্ডত নিশ্চিত কৰা হৈছে। বাতৰি মতে, এটা মৃতদেহৰ পৰা এগৰাকী স্বাস্থ্য কৰ্মীলৈ কৰ’নাভাইৰাছ বিয়পিছিল।…

এন ই নাও নিউজ · April 14, 2020 10:02 pm
অসম

জেঠৰ পৰা কমিব কৰ’না মহামাৰী, সফল হ’ব প্ৰধান মন্ত্ৰী মোদী

জেঠৰ পৰা দেশত কৰ’না মহামাৰীৰ প্ৰভাৱ হ্ৰাস পাব। কৰ’নাবিৰোধী যুঁজত সফল হ’ব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। অসমীয়া নৱবৰ্ষৰ প্ৰথমদিনা বৰপেটা সত্ৰৰ বৰ্ষফল…

পুলেন্দ্ৰ দাস · April 14, 2020 7:28 pm
অসম

ৰাজহুৱা স্থানত পিকোৱা, ধূমপানৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ অধীনত ব্যৱস্থা

ৰাজহুৱা স্থানত পিকোৱা, ধূমপান কৰা ব্যক্তিৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰই নিৰ্দেশ দিছে। ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজৰ মাজতে কেন্দ্ৰীয়…

এন ই নাও নিউজ · April 13, 2020 11:11 pm
অসম

মেঘালয়ৰ প্ৰথমজন ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত, এজন চিকিৎসক

এজন চিকিৎসক মেঘালয়ৰ প্ৰথম ক’ভিড-১৯ আক্ৰান্তৰূপে সোমবাৰে চিনাক্ত হৈছে। ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী এ এল হেকে এই তথ্য সদৰী কৰিছে।…

এন ই নাও নিউজ · April 13, 2020 10:38 pm
অসম

অসমীয়া নৱবৰ্ষত অসমবাসীলৈ এক বিশেষ অনুৰোধ মুখ্য মন্ত্ৰী সোণোৱালৰ

ৰঙালী বিহুৰ শুভেছা জনাই অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে অসমবাসীক জনাইছে এক বিশেষ অনুৰোধ। অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত মঙলবাৰে সন্ধিয়া ৬…

এন ই নাও নিউজ · April 13, 2020 7:40 pm
অসম

কৰ’নাভাইৰাছ: মুকলি হ’ব অসমৰ ডিটেনচন কেম্পৰ ৬০% বন্দী বিদেশী

ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে কৰ’নাভাইৰাছৰ পৰিপ্ৰেক্ষিতত ডিটেনচন কেম্পত দুবছৰতকৈ অধিক কাল বন্দী থকা বিদেশীক মুকলিৰ নিৰ্দেশ দিছে, বাতৰিত প্ৰকাশ। বাতৰিটোত কোৱা হৈছে যে…

এন ই নাও নিউজ · April 13, 2020 5:48 pm
অসম

নাগালেণ্ডৰ প্ৰথমজন ক’ভিড-১৯ ৰোগী চিনাক্ত

নাগালেণ্ডৰ প্ৰথমজন ক’ভিড-১৯ পজিটিভ ৰোগী দেওবাৰে চিনাক্ত হৈছে। বৰ্তমান তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে। ডিমাপুৰৰ এখন ব্যক্তিগত…

এন ই নাও নিউজ · April 12, 2020 11:17 pm
অসম

ভাৰতত ক’ভিড-১৯ আক্ৰান্ত ৮৪৪৭ গৰাকীলৈ বৃদ্ধি; মৃত ২৭৩, আৰোগ্য ৭৬৪

ভাৰতত দেওবাৰলৈকে ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা ৮,৪৪৭ গৰাকীলৈ বৃদ্ধি পাইছে। ৭৬৪ গৰাকী আৰোগ্য হৈছে, মৃত্যু হৈছে ২৭৩জনৰ। যোৱা ২৪ ঘণ্টাত দেশত ৯০৯গৰাকী নতুন…

এন ই নাও নিউজ · April 12, 2020 11:08 pm
অসম

আতংকৰ কাৰণ নাই; ভাৰতত সাজু আছে ১.০৫ লাখ বিচনা, ৬০১ ক’ভিড-১৯ চিকিৎসালয়

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে দেওবাৰে কয় যে ক’ভিড-১৯ক লৈ দেশবাসী আতংকিত হোৱাৰ কাৰণ নাই আৰু চৰকাৰৰ হাতত চিকিৎসাৰ বাবে পৰ্য্যাপ্ত সম্পদ…

এন ই নাও নিউজ · April 12, 2020 10:09 pm
অসম

দেশত ক’ভিড-১৯ আক্ৰান্ত ৭৫২৯গৰাকীলৈ বৃদ্ধি, আৰোগ্য ৬৫২

ভাৰতত ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা শনিবাৰে ৭৫২৯জনলৈ বৃদ্ধি পাইছে। বৰ্তমান দেশত সক্ৰিয় ৰোগী আছে ৬৬৩৪গৰাকী। দেশত ক’ভিড-১৯ত আক্ৰান্ত হৈ ২৪২গৰাকী লোকৰ এইপৰ্য্যন্ত মৃত্যু…

এন ই নাও নিউজ · April 11, 2020 11:11 pm