Author: এন ই নাও নিউজ
কৰ’নাভাইৰাছ: টাটা ট্ৰাষ্টে আগবঢ়াব ৫০০ কোটি টকা
টাটা ট্ৰাষ্টে কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে ৫০০ কোটি টকা আগবঢ়াব। COVID19ক কঠিনতম প্ৰত্যাহ্বান বুলি উল্লেখ কৰি টাটা ট্ৰাষ্টৰ সঞ্চালক ৰতন টাটাই কয়…
দেশত কৰ’নাভাইৰাছ আক্ৰান্ত ৮৭৩লৈ বৃদ্ধি, সৰ্বাধিক মহাৰাষ্ট্ৰত
দেশত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যা ৮৭৩লৈ বৃদ্ধি পাইছে। চিনাক্ত ৰোগীসকলৰ ভিতৰত আছে ৪৭ গৰাকী বিদেশী নাগৰিক। কৰ’নাভাইৰাছত আক্ৰান্ত হৈ ১৯ গৰাকী লোক মৃত্যুমুখত…
কৰ’নাভাইৰাছ: পিছুৱাই দিয়া হৈছে NEET পৰীক্ষা
কৰ’নাভাইৰাছে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে NEET UG (National Eligibility cum Entrance Test-Under Graduate) পৰীক্ষা পিছুৱাই দিয়া হৈছে। পূৰ্বৰ সূচীমতে ৩ মে’ত অনুষ্ঠিত…
গেলামালৰ দোকান, ফাৰ্মাচিৰ বাহিৰে অসমত সকলো বজাৰ বন্ধৰ নিৰ্দেশ
লকডাউনৰ মাজত অসমত গেলামালৰ দোকান আৰু ফাৰ্মাচিৰ বাহিৰে সকলো বজাৰ বন্ধ ৰখাৰ বাবে অসমৰ মুখ্য সচিবে শুকুৰবাৰে নিৰ্দেশ দিছে। এই নিৰ্দেশ তৎকালে…
দেশত কৰ’নাভাইৰাছ আক্ৰান্ত ৭২৪লৈ বৃদ্ধি, সৰ্বাধিক কেৰালাত
দেশত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যা ৭২৪লৈ বৃদ্ধি পাইছে। চিনাক্ত ৰোগীসকলৰ ভিতৰত আছে ৪৭ গৰাকী বিদেশী নাগৰিক। কৰ’নাভাইৰাছত আক্ৰান্ত হৈ ১৭ গৰাকী লোক মৃত্যুমুখত…
লকডাউন: বয়সস্থ ব্যক্তিৰ বাবে হেল্পলাইন নম্বৰ মুকলি শিৱসাগৰ আৰক্ষীৰ, অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান
লকডাউনৰ সময়ত শিৱসাগৰ আৰক্ষীয়ে গ্ৰহণ কৰিছে বহুকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ। যিসকল বয়োজ্যেষ্ঠ লোক ঘৰত অকলে থাকে আৰু তেওঁলোকৰ ল’ৰা-ছোৱালী বাহিৰত বাস কৰে তেনে…
COVID 19ৰ সময়ত মৃত্যু— ব্যাপক ক্ষয়ক্ষতিৰ মোকাবিলাৰ বাবে সাজুনে ভাৰত?
মৃত্যু অপৰিহাৰ্য্য, সেইদৰেই অপৰিহাৰ্য্য মাৰাত্মক COVID-19 ভাইৰাছৰ ব্যাপ্তি। প্ৰতিদিনাই মৃত্যুৰ সংখা বৃদ্ধি, বিশ্বজুৰি দেশসমূহত সম্পূৰ্ণ লকডাউন আৰু বিশেষজ্ঞসকলে নিৰাময়ৰ উপায় বিচাৰি থকাৰ…
চিকিৎসক, স্বাস্থ্য কৰ্মীক আগতীয়াকৈ চাৰিমাহৰ দৰমহা দিব ওড়িছা চৰকাৰে
ওড়িছা চৰকাৰে কৰ’নাভাইৰাছৰ বিৰুদ্ধে পদক্ষেপৰ মাজতে ৰাজ্যখনৰ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলক আগতীয়াকৈ চাৰিমাহৰ দৰমহা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্য মন্ত্ৰী নৱীন পাটনায়কে…
কামৰূপ মহানগৰ জিলাত দোকান খোলাৰ সময় বান্ধি দিলে প্ৰশাসনে
লকডাউনৰ মাজত কামৰূপ মহানগৰ জিলাত দোকান খোলা ৰখাৰ বাবে সময় নিৰ্ধাৰণ কৰি দিছে প্ৰশাসনে। ২৬ মাৰ্চৰ পৰা তৎকালে কাৰ্য্যকৰী হোৱাকৈ এই নিৰ্দেশনা…
শাক-পাচলি, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম নিয়ন্ত্ৰণত ৰাখিবলৈ মুখ্য মন্ত্ৰী সোণোৱালৰ আহ্বান
কৰ’নাভাইৰাছৰ পৰিপ্ৰেক্ষিতত ঘোষণা কৰা লকডাউনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ দাম নিয়ন্ত্ৰণত ৰাখিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্যৱসায়ীসকলক আহ্বান জনাইছে। কামৰূপ চেম্বাৰ্ছ অৱ কমাৰ্চ…