NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ

অসম

সোণৰ দাম হ্ৰাস, প্ৰতি ১০ গ্ৰামত ৫০০০ টকালৈকে কমিছে মূল্য

ঘৰুৱা বজাৰত সোণৰ দাম হ্ৰাস পাই আছে। ১০ গ্ৰামত ৪৪,৫০০ টকাৰ পৰা সোণৰ মূল্য প্ৰায় ৫,০০০ টকা হ্ৰাস হৈছে। ৰূপৰ দামো এম…

এন ই নাও নিউজ · March 17, 2020 7:32 pm
অসম

কিয় ৰাজ্য সভালৈ মনোনয়ন গ্ৰহণ কৰিলে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে?

ৰাষ্ট্ৰপতিয়ে ৰাজ্য সভাৰ সদস্যপদৰ বাবে কৰা মনোনয়ন দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে গ্ৰহণ কৰিছে। প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে কিয় এই সিদ্ধান্ত গ্ৰহণ…

এন ই নাও নিউজ · March 17, 2020 6:39 pm
অসম

সম্পূৰ্ণ ভাৰতীয় সাজত অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ গ্লেন মেক্সৱেল

অষ্ট্ৰেলিয়াৰ অল-ৰাউণ্ডাৰ গ্লেন মেক্সৱেলক শেহতীয়াকৈ সম্পূৰ্ণ ভাৰতীয় সাজত দেখা গ’ল। দীৰ্ঘদিনৰ সংগিনী বিনি ৰামনৰ সৈতে মেলব’ৰ্নত শেহতীয়াকৈ ক্ৰিকেটাৰজনৰ বিবাহৰ বাগদান অনুষ্ঠান সম্পন্ন…

এন ই নাও নিউজ · March 17, 2020 5:23 pm
অসম

শিৱসাগৰত ভুৱা প্ৰচাৰ, যুৱকৰ শৰীৰত ধৰা পৰা নাই ক’ৰনাভাইৰাছ

সমগ্ৰ বিশ্বতে সন্ত্ৰাস সৃষ্টি কৰা ক’ৰনাভাইৰাছৰ এক ভুৱা প্ৰচাৰে শিৱসাগৰত আতংকৰ সৃষ্টি কৰিছিল। ছবছৰ ধৰি চেন্নাইত কৰ্মৰত শিৱসাগৰৰ নাওজান মেচ গাঁৱৰ এজন যুৱক ক’ৰনাভাইৰাছত…

পাৰ্শ্বজ্যোতি গগৈ · March 15, 2020 7:54 pm
অসম

কৰ’নাভাইৰাছক লৈ ভয় নাখাব: ডাঃ ৰমেন তালুকদাৰ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰে ক’ৰনা ভাইৰাছক লৈ জনসাধাৰণক আতংকিত নহ’বলৈ আহ্বান জনাইছে। “জনসাধাৰণলৈ অনুৰোধ যাতে এইক্ষেত্ৰত ভীতিগ্ৰস্ত…

দীপজ্যোতি শৰ্মা · March 15, 2020 5:23 pm
অসম

কৰ’নাভাইৰাছ: অসমৰ সকলো শিক্ষানুষ্ঠানলৈ জৰুৰী নিৰ্দেশ শিক্ষা বিভাগৰ

অসমৰ শিক্ষা বিভাগে কৰ’নাভাইৰাছৰ বিৰুদ্ধে সুৰক্ষামূলক ব্যৱস্থাৰ অংশৰূপে ৰাজ্যৰ সমূহ শিক্ষানুষ্ঠানলৈ শনিবাৰে জৰুৰী নিৰ্দেশ জাৰি কৰিছে। শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াৰ…

এন ই নাও নিউজ · March 14, 2020 10:48 pm
অসম

কৰ’নাভাইৰাছৰ বিৰুদ্ধে ফেচবুকে আগবঢ়াব ২০ মিলিয়ন মাৰ্কিন ডলাৰ সাহায্য

ফেচবুকে কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজলৈ ২০ মিলিয়ন মাৰ্কিন ডলাৰ (প্ৰায় ১৪৮ কোটি টকা) সাহায্য আগবঢ়াব। বৰ্তমানলৈকে বিশ্বজুৰি ৫৬০৪ গৰাকী লোকৰ প্ৰাণ লোৱা কৰ‘নাভাইৰাছৰ…

এন ই নাও নিউজ · March 14, 2020 9:37 pm
অসম

দেশজুৰি দালাল, প্ৰাইভেট এজেণ্ট মুক্ত হ’ব ৰেল টিকেট

ৰেল মন্ত্ৰ্যালয়ে যাত্ৰীৰ টিকেটক দেশজুৰি দালাল, প্ৰাইভেট এজেণ্ট মুক্ত কৰাৰ পদক্ষেপ হাতত লৈছে। ক’লা বজাৰত টিকেট বিক্ৰী কৰা ৫,৩০০জন দালালক যোৱা এবছৰ…

এন ই নাও নিউজ · March 14, 2020 8:38 pm
অসম

বন্ধাকবিৰ উপকাৰিতা

ৰসায়নিক সাৰ আৰু কীটনাশক আদিয়ে বন্ধাকবিৰ বদনাম কৰিছে যদিও চিনাকী পাচলিবিধৰ আছে বহু উপকাৰিতা। বন্ধাকবি Brassica genus প্ৰজাতিৰ পাচলি। ব্ৰকলি, ফুলকবি, পালেং…

এন ই নাও নিউজ · March 14, 2020 7:29 pm
অসম

সংক্ৰমণৰ পৰা সুৰক্ষা দিব পৰা আপোনাৰ পাকঘৰতে থকা পাঁচবিধ মছলা

আপোনাৰ পাকঘৰতে থকা কিছুমান মছলাই আপোনাক সংক্ৰমণৰ পৰা সুৰক্ষা দিব পাৰে। এণ্টি-বেক্টেৰিয়েল আৰু এণ্টি-ইনফ্লেমেটৰি গুণ থকা এই মছলাবোৰে বিভিন্ন ৰোগক আঁতৰ কৰি…

এন ই নাও নিউজ · March 14, 2020 6:21 pm