Author: এন ই নাও নিউজ
চীনত “কালী” উপাসনা
বেইজিঙত ভাৰতীয় ৰাষ্ট্ৰদূত ৱিক্ৰম মিশ্ৰিয়ে মঙলবাৰে চীনত হিন্দু শৈলীৰ মূৰ্তি থকা কেইখনমান উপাসনাথলী দৰ্শন কৰিছে। ৰাষ্ট্ৰদূতজনে এই দৰ্শনক #ChennaiConnectক আগবঢ়াই নিয়াৰ পদক্ষেপ…
ব্ৰু প্ৰত্যাৱৰ্তনৰ চলিত প্ৰচেষ্টাই অন্তিম
মিজোৰাম চৰকাৰে সিদ্ধান্ত লৈছে যে ত্ৰিপুৰাত থকা ব্ৰুসকলক ঘূৰাই অনাৰ ক্ষেত্ৰত চলিত প্ৰত্যাৱৰ্তন প্ৰক্ৰিয়াই অন্তিম প্ৰচেষ্টা হ’ব, চৰকাৰী সূত্ৰত প্ৰকাশ। উত্তৰ ত্ৰিপুৰাৰ…
অসম চৰকাৰৰ সহায়ে নতুন জীৱন দিছে জটিল ৰোগত ভোগা ৩০টি শিশুক
অসম চৰকাৰৰ সাহায্যৰে যোৱা তিনি বছৰত নতুন জীৱন পাইছে জটিল ৰোগত আক্ৰান্ত ৩০টি শিশুৱে, শনিবাৰে গুৱাহাটীত এই তথ্য প্ৰকাশ কৰিছে বেংগালুৰুৰ নাৰায়না…
শনিবাৰ, পুৱা ১০:৩০; কাউণ্টডাউন আৰম্ভ ৰায়দানৰ ||ৰাম মন্দিৰ-বাবৰি মছজিদ
ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে শনিবাৰে পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ কৰিব সংবেদনশীল অযোধ্যাৰ ৰাম জনমভূমি-বাবৰি মছজিদ বিবাদৰ ৰায়দান। সৰ্বোচ্চ আদালতখনৰ অতিৰিক্ত পঞ্জীয়ক (লিষ্টিং)এ শুকুৰবাৰে…
প্ৰা. প্ৰধান মন্ত্ৰী সিঙৰ পিছত গান্ধী পৰিয়ালৰ এছ পি জি নিৰাপত্তা কৰ্তন, কংগ্ৰেছৰ গৰিহণা
ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙৰ পিছত কংগ্ৰেছ শীৰ্ষ নেতৃত্ব ছোনিয়া, ৰাহুল আৰু প্ৰিয়ংকা গান্ধীৰ এছ পি জি নিৰাপত্তা কেন্দ্ৰই শুকুৰবাৰে বাতিল…
গুৱাহাটীৰ সকলো আধাৰ সেৱা কেন্দ্ৰৰ ঠিকনা, নতুনো মুকলি কৰা হৈছে
আধাৰ কৰ্তৃপক্ষ UIDAIএ গুৱাহাটীত এটা নতুন কেন্দ্ৰ মুকলি কৰিছে। সোমৰ পৰা শনিবাৰলৈকে পুৱা ৯ বজাৰ পৰা আবেলি ৫.৩০ বজালৈকে এই সেৱা কেন্দ্ৰটো…
চিন্তা নাই, সব সিদ্ধান্ত হ’ব অসমৰ স্বাৰ্থত ||নাগা আলোচনা-কাগজকল-এন আৰ এল
অসমৰ মানুহক উৎকণ্ঠিত কৰি ৰখা বুলি চৰ্চিত “নাগা আলোচনা-কাগজকল-NRL”-এই সকলো বিষয়ৰে সিদ্ধান্ত হ’ব ৰাজ্যৰ স্বাৰ্থত, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে এই নিশ্চিতি…
ছেক্সত মজা নোপোৱা হৈছে ভাৰতীয়ই! সমাধান লৈ হাজিৰ Durex
লণ্ডনমূলীয় বহুজাতিক কোম্পানি দিয়ৰেক্সে কৈছে তেওঁলোকৰ সমীক্ষামতে ভাৰতীয় মানুহে বোলে ছেক্সত আনন্দ নোপোৱা হৈছে। দিয়ৰেক্সৰমতে, ৭৪% ভাৰতীয়ই বোলে বিচনাত কিবা এক নতুন…
অসমীয়া কে**ৰ পাল্লাত হেভি মেটেল লে’জেণ্ড মাৰ্টি! Viral Video
হেভি মেটেল লে’জেন্দ মাৰ্টি ফ্ৰাইদমেন চলিত NH7 Weekender 2019ত বহুল ব্যৱহৃত অসমীয়া শব্দ কে*ৰ পাল্লাত পৰিছে। চ’চিয়েল মিদিয়াতো কে*-ভিদিঅ’ ভাইৰেল হৈ পৰিছে।…
পাছবুকত ষ্টেম্প মৰা আৰম্ভ, বেংকত সৰ্বোচ্চ ১ লাখ টকাৰহে গেৰাণ্টি
একোটা ভাৰতীয় বেংক দেউলীয়া হ’লে তাৰ একোজন গ্ৰাহকে মুঠ জমাৰ ১লাখ টকালৈকেহে ঘূৰাই পোৱাৰ গেৰাণ্টি আছে। আৰু এইচ দি এফ চি বেংকে…