Author: পংকজ কুমাৰ দেব
বিভিন্ন প্ৰতিশ্ৰুতিৰে আজি ডিমা হাচাও বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ
১৯ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া দ্বাদশ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি দলীয় নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে…
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ১১ ঘন্টীয়া ডিমা হাছাও বন্ধ শান্তিপূৰ্ণ
আছু, নেছ’কে ধৰি ৩০ টা সংগঠনে আহ্বান জনোৱা ১১ ঘন্টীয়া উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সম্পূৰ্ণ প্ৰভাৱ অসমৰ পাহাৰীয়া ডিমা হাছাও জিলাত পৰিলক্ষিত হৈছে। আজি…
পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনৰ চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ; মনোনয়ন উঠাই ল’লে অগপৰ বাবুল জহৰীয়ে
আজি প্ৰকাশ পালে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ চূড়ান্ত প্ৰাৰ্থী তালিকা। ১৪০গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১১ গৰাকী প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন…
পৃথক স্বায়ত্ত শাসিত ৰাজ্য গঠনৰ প্ৰতিশ্ৰুতিৰে ডিমা হাচাও কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি দলীয় ইস্তাহাৰ প্ৰকাশ কৰে ডিমা হাচাও কংগ্ৰেছে। হাফলং ৰাজীৱ ভৱনত…
উঃ কাছাৰ পাঃ স্বাঃ পৰিষদৰ নিৰ্বাচন : লাংটিঙত বিজেপিৰ টিকট বঞ্চিত নেতাৰ অগপলৈ সমৰ্থন
অহা ১৯ তাৰিখে অনুষ্ঠিত হ’ব লগীয়া উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পাৰ্বত্য জিলাখনত বাঢ়িছে ৰাজনৈতিক দলবোৰৰ তৎপৰতা। ইয়াৰ মাজতে প্ৰাৰ্থিত্বকেন্দ্ৰিক…
বিজেপি এৰি কংগ্ৰেছত যোগদান প্ৰাক্তন ডি এইচ্ছ ডি প্ৰধান দিলীপ নুনিচাৰ
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপি দলত ক্ৰমাৎ বৃদ্ধি পাইছে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত। প্ৰাৰ্থিত্বকেন্দ্ৰিক…
জাতিংগাৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল বিজেপিৰ সংগ এৰা ফ্লেমিঙৰ
দ্বাদশ সংখ্যক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ বাবে আজি শতাধিক সমৰ্থক লৈ সহকাৰী ৰিটাৰ্নিঙ বিষয়াৰ ওচৰত নিজৰ মনোনয়ন দাখিল…
ডিমা হাচাও বিজেপিত খহনীয়া : পদত্যাগ কৰিলে পৰিষদৰ সদস্য ফ্লেমিঙ ৰূপছিয়ে
শাসক দল বিজেপিৰ সংগ এৰিলে জাতিঙ্গা পৰিষদীয় সমষ্টিৰ সদস্য তথা পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা বিভাগৰ ইএম ফ্লেমিঙ ৰূপছিয়ে। আজি ৰাতিপুৱা বিজেপিৰ ডিমা…
আৰক্ষীৰ সৈতে সংঘৰ্ষত ডিমাছা নেশ্যনেল আৰ্মিৰ কেডাৰ নিহত
মাইবাঙত থানাৰ অন্তৰ্গত মতিব্ৰা গাঁৱত যোৱা নিশা আৰক্ষীৰ এটা দলৰ সৈতে উগ্ৰপন্থী সংগঠন ডিমাছা নেশ্যনেল আৰ্মিৰ মাজত গুলীয়াগুলী সংঘটিত হয়। সংঘৰ্ষৰ সময়ত…
হাফলঙত অখণ্ড মণ্ডলীৰ সৰ্বভাৰতীয় মহোৎসৱ
অখণ্ড মণ্ডলীৰ সৰ্বভাৰতীয় পৰ্য্যায়ৰ মহোৎসৱক কেন্দ্ৰ কৰি উদুলি-মুদুলি শৈল চহৰ হাফলং। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হেজাৰ হেজাৰ ভক্ত প্ৰাণ ৰাইজ গোট খোৱাৰ…