Author: পংকজ কুমাৰ দেব
দেৱদূতৰূপী চিকিৎসকৰ স্পৰ্শত হাফলঙত চলন্ত ৰে’লতে পৃথিৱীৰ বুকুলৈ এটি কন্যা
জননী সুৰক্ষা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অন্যতম উদ্দেশ্য। কিন্তু স্বাস্থ্য কেন্দ্ৰত চিকিৎসকহীনতাৰ দৰে গুৰুতৰ ব্যৱস্থাগত ত্ৰুটিয়ে শুকুৰবাৰে ৰে’লতে প্ৰসৱ কৰিব লগা পৰিস্থিতিলৈ ঠেলি…
পৰিবেশ সংৰক্ষণৰ অনন্য প্ৰয়াস সাংবাদিকৰ; ছাত্ৰ-ছাত্ৰীৰ মাজত গছপুলি বিতৰণ
পৰিবেশ সংৰক্ষণৰ ওপৰত সজাগতা বৃদ্ধিৰ লগতে সেউজীয়া পৰিবেশ গঢ়ি তোলাৰ উদ্দেশ্যেৰে হাফলং প্ৰেছ ক্লাবে আৰম্ভ কৰা গছপুলি বিতৰণ কাৰ্যসূচীৰ অংশ স্বৰূপে বুধবাৰে…
‘ফেনি’ক লৈ সতৰ্কতা ডিমা হাচাও প্ৰশাসনৰ,গধুৰ যানবাহন চলাচলত নিষেধাজ্ঞা
উৰিষ্যাৰ পুৰীৰে প্ৰৱেশ কৰা ঘূৰ্ণী বতাহ ফেনিয়ে দেশজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে। প্ৰতি ঘণ্টাত ১৮০ পৰা ২০০ গতিবেগত অহা ধুমুহা,বতাহ বৰষুণে বাংলাদেশ হৈ…
লাঙটিংত পথৰ পৰা সৰি পৰিল লোহা ভৰ্তি ট্ৰাক, থিতাতে নিহত দুজন
শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিডৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণৰ কাম মাইবাঙলৈ সম্পন্ন হোৱাৰ পাছত লাহে লাহে দুৰ্ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। বিশেষকৈ মাইবাঙ মহকুমাৰ লাঙটিং…
ডিমা হাচাওত ইষ্ট-ৱেষ্ট কৰিডৰ নিৰ্মাণৰ নামত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ
সীমাহীন দুৰ্নীতিৰ বিচৰণ ক্ষেত্ৰ হৈ পৰিছে শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট ৱেষ্ট কৰিডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। কোটি কোটি টকা ব্যয় কৰাৰ পাছতো এতিয়াও ঘাইপথটোৰ…
ডিমা হাচাওত শান্তিপূৰ্ণ ভোটদান : হাফলঙত পাঁচবজালৈ মতদান ৬৫ শতাংশ
ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে আজি ৩ নম্বৰ ডিফু সংসদীয় সমষ্টিতো দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ শান্তিপূৰ্ণ ভাবে অনুষ্ঠিত হৈ যায়। পাহাৰীয়া জিলাখনৰ…
জাতিংগা-হাৰাংগাজাও পথ নিৰ্মাণক লৈ হাফলঙৰ উপায়ুক্তৰ কাৰ্য্যালয়ত ৰুদ্ধদ্বাৰ বৈঠক
কংগ্ৰেছ চৰকাৰৰ দিনত লোৱা কেইবাটাও বৃহৎ প্ৰকল্প সম্পূৰ্ণ কৰা বুলি দাবী কৰি সেইবোৰৰ কৃতিত্ব হস্তগত কৰা মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে নিজৰ চৰকাৰৰ…
পুনৰ কংগ্ৰেছলৈ উভতিল হাফলঙৰ প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰ
লোকসভা নিৰ্বাচনৰ প্ৰাক্ মুহুৰ্তত পুনৰ কংগ্ৰেছ দলত যোগদান কৰিলে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন পাৰিষদ তথা হাফলঙৰ প্ৰাক্তন বিধায়ক সমৰজিত…
হাৰাংগাজাওৰ পৰা য়ু টি এল এৰ তিনিগৰাকী কেডাৰক আটক
ডিমা হাচাও আৰক্ষীয়ে হাৰাংগাজাওৰ পৰা য়ুনাইটেড ট্ৰাইবাল লেবাৰেছন ফ্ৰণ্ট চমুকৈ (য়ুটিএলএ)ৰ তিনিগৰাকী কেডাৰক আটক কৰে। আটকাধীন উগ্ৰপন্থী সদস্যসকলৰ পৰা আৰক্ষীয়ে .৩২ পিস্তল,…
মুখ্য মন্ত্ৰীৰ আশ্বাসত ডিমাহাচাওৰ অনিৰ্দিষ্টকালীন ৰে’ল অৱৰোধ প্ৰত্যাহাৰ
পাহাৰীয়া ডিমা হাচাও জিলাত ইণ্ডিজেনাছ ষ্টুডেণ্ট ফ’ৰাম আৰু ইণ্ডিজেনাছ অ’মেন ফ’ৰামে আহ্বান জনোৱা অনিৰ্দিষ্টকালীন ৰে’ল অৱৰোধ আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ আশ্বাস…