NORTHEAST NOW (Assamese)

Author: পার্শ্বজোতি গগৈ

অসম

শিৱসাগৰত দুৰ্বৃত্তই তাণ্ডৱ চলাই চূৰ্ণ-বিচূৰ্ণ কৰিলে বিদ্যালয়ৰ আচবাব, কিতাপ পত্ৰ

শিৱসাগৰৰ এখন বিদ্যালয়ত শুকুৰবাৰে নিশা দুৰ্বৃত্তই অভাৱনীয়ভাৱে তাণ্ডৱ চলায়। শিৱসাগৰ চহৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ আঁতৰৰ শুকানপুখুৰী অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে থকা…

পার্শ্বজোতি গগৈ · May 11, 2019 1:54 pm
অসম

অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দ মহম্মদৰ দেহাৱসান

অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দ মহম্মদৰ আজি পুৱা ৪ বজাত গুৱাহাটীৰ নেমকেয়াৰ হাস্পাতালত পৰলোকপ্ৰাপ্তি ঘটে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পাছত…

এন ই নাও নিউজ · May 11, 2019 12:24 pm
অসম

চিকিৎসক,পৰিচালকক আক্ৰমণ কৰা ডিকম চাহ বাগিচাৰ ১৭জন শ্ৰমিকক গ্ৰেপ্তাৰ

ডিব্ৰুগড়ৰ সমীপৰ ডিকম চাহ বাগিচাৰ ১৭ জন শ্ৰমিকক আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰিছে। অলপতে হৈ যোৱা ধুমুহা ঢেৰেকনিৰ সময়ত বাগিচাত পাত তুলি থকা…

অভিক চক্ৰৱৰ্তী · May 11, 2019 11:27 am
অসম

এন আৰ চি সন্দর্ভত অমিত শ্বাহৰ মন্তব্যৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে অসম আন্দোলন সংগ্ৰামী মঞ্চ। পশ্চিমবংগৰ এখন ৰাজহুৱা সভাত অমিত শ্বাহে এন আৰ…

এন ই নাও নিউজ · May 11, 2019 10:39 am
অসম

কিয় গ্ৰেপ্তাৰ হ’ল শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক বৈশ্য?

শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ অধীক্ষক অধীক্ষক অনিন্দ্য সুন্দৰ বৈশ্যক যোৱা শুকুৰবাৰে গ্ৰেপ্তাৰ কৰাৰ পাছত দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।…

অপৰ্ণা লস্কৰ · May 11, 2019 8:58 am
অসম

ৰংমন’ৰ উদ্যোগত শিৱসাগৰ নাট্যমন্দিৰত ‘বিহু গ’লে বিনাবা কাক’

শিৱসাগৰৰ অন্যতম সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান ‘ৰংমন’ৰ উদ্যোগত শিৱসাগৰ নাট্যমন্দিৰত ‘বিহু গ’লে বিনাবা কাক’ শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হৈ যায়। পতাকা আৰু বিহুৱান…

পার্শ্বজোতি গগৈ · May 11, 2019 6:29 am
অসম

আছাম চায়েন্স এণ্ড টেকন’লজি য়ুনিভাৰ্ছিটিৰ ‘চি ই ই ২০১৯’পৰীক্ষাৰ ফলাফল ঘোষণা

আছাম চায়েন্স এণ্ড টেকন’লজি য়ুনিভাৰ্ছিটিয়ে (এএছটিয়ু) ২০১৯ বৰ্ষৰ সাধাৰণ প্ৰৱেশ পৰীক্ষাৰ (ক’মন এন্ট্ৰেন্স এগজ্যামিনেশ্যন) ফলাফল শুকুৰবাৰে ঘোষণা কৰিছে। প্ৰতিবছৰে ৰাজ্যিক পৰ্যায়ৰ ইঞ্জিনিয়াৰিং…

এন ই নাও নিউজ · May 10, 2019 1:26 pm
অসম

আই চি এছ চি পৰীক্ষাত সাফল্যৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াইছে যোৰহাটৰ তুষিতাই

আই চি এছ চি পৰীক্ষাত (দ্বাদশ শ্ৰেণী) সৰ্বভাৰতীয় পৰ্যায়ত প্ৰদৰ্শন কৰা সফলতাৰে তুষিতা মালপানীয়ে পৰিয়ালৰ লগতে যোৰহাটবাসী তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।…

স্মিতা ভট্টাচাৰ্য · May 10, 2019 12:24 pm
অসম

নামনি সোৱণশিৰি বান্ধ : বিশেষজ্ঞ সমিতি সম্পৰ্কীয় গোচৰ নিষ্পত্তি কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

নামনি সোৱণশিৰি নদীবান্ধক লৈ ইতিমধ্যে গঠিত সকলো বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন আৰু পৰামৰ্শাৱলী চালি-জাৰি চোৱাৰ বাবে গঠন কৰা তিনিজনীয়া বিশেষজ্ঞ সমিতিৰ নিৰপেক্ষতাক প্ৰত্যাহ্বান…

এন ই নাও নিউজ · May 10, 2019 11:15 am
অসম

অসম চুক্তিৰ আধাৰত চিনাক্ত বিদেশীক বহিষ্কাৰৰ দাবী আছুৰ

বাংলাদেশ আৰু ভাৰত চৰকাৰৰ মাজত অবৈধ বিদেশী বহিষ্কাৰৰ বাবে দ্বিপাক্ষিক চুক্তি সম্পাদন কৰাৰ দাবী তুলিছে আছুৱে। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত বিদেশী সংক্ৰান্তীয় গোচৰৰ…

এন ই নাও নিউজ · May 10, 2019 10:04 am