Author: এন ই নাও নিউজ
অসমত স্থাপন কৰা হ’ব ১০০০ বিদেশী ন্যায়াধীকৰণ : উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই
ৰাজ্যখনত অবৈধ বিদেশী চিনাক্তকৰণৰ উদ্দেশ্যে ১০০০ খন বিদেশী ন্যায়াধীকৰণ স্থাপনৰ বাবে কেন্দ্ৰ আৰু অসম চৰকাৰে যৌথভাৱে উচ্চতম ন্যায়ালয়ত প্ৰস্তাৱ আগবঢ়াইছে। অসমৰ ডিটেনশ্যন…
ৰাজ্য প্রশাসনৰ কেইবাগৰাকীও প্ৰশাসনিক বিষয়াৰ পদোন্নতি তথা সালসলনি
ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও এচিএছ বিষয়াক বৃহস্পতিবাৰে জাৰি কৰা এক নিৰ্দেশনাৰ জৰিয়তে পদোন্নতি তথা ৰদবদল কৰা হৈছে। এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনা অনুসৰি…
ধৰ্ষণ কৰি চাৰিবছৰীয়া শিশুক হত্যাৰ গোচৰত হত্যাকাৰীক যাৱজ্জীবন সশ্ৰম কাৰাদণ্ড
গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্বীকৃতিকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে বৃহস্পতিবাৰে গোলাঘাট জিলাৰ বিশেষ ন্যায়াধীশ সত্যজিৎ খাউণ্ডৰ আদালতে এটা শিশু হত্যাকাৰীৰ বিৰুদ্ধে যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ডৰ…
আৰক্ষীৰ মূৰৰ কামোৰণি দুৰ্ধর্ষ চোৰ তথা হত্যাকাৰী আব্দুল কাদিৰক গ্ৰেপ্তাৰ
নগাঁও আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা দুৰ্ধর্ষ চোৰ তথা হত্যাকাৰী আব্দুল কাদিৰক যোৱা নিশা চামগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। যোৱাটো বৰ্ষৰ…
বৈৰী বন্ধু : অগপৰ আভ্যন্তৰীণ শীতল যুদ্ধৰ বিস্ফোৰণ সমাগত!
নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অগপ দলে গ্ৰহণ কৰা স্থিতি আৰু পৰৱৰ্তী পৰ্যায়ত লোকসভা নিৰ্বাচনত বিজেপিৰ সৈতে পুনৰ মিত্ৰজোঁটত আৱদ্ধ হৈ নিৰ্বাচনত অৱতীৰ্ণ…
আন্ত:ৰাষ্ট্ৰীয় খেলুৱৈলৈও এন আৰ চিত সন্দেহযুক্ত বিদেশীৰ জাননী
কাৰাটে খেলৰ জৰিয়তে দেশলৈ কেইবাটাও পদক কঢ়িয়াই আনি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা বৰপেটাৰ সুযোগ্য সন্তান নিচাদ আলীৰ নাগৰিকত্বক লৈও এন…
পশ্চিম বংগত হিমন্ত বিশ্ব শৰ্মাক তৃণমূল কংগ্ৰেছ কৰ্মীৰ ভয়ংকৰ আক্ৰমণ
পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা অসমৰ বিত্ত মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ড০ হিমন্ত বিশ্ব শৰ্মা আজি সন্ধিয়া তৃণমূল কংগ্ৰেছ কৰ্মীৰ…
এন আৰ চিত অন্তৰ্ভুক্তিৰ বাবে দাবী দাখিল নকৰা লোকসকলৰ সন্ধানত অসম চৰকাৰ
চৰকাৰৰ তথ্য অনুসৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাৰ পৰা নাম বাদ পৰাৰ পাছতো দাবী তথা আপত্তি দাখিল নকৰা ৩,৮০,০০০ লোকৰ সৱিশেষ বিচাৰি…
ৰঞ্জন গগৈক ক্লীনশ্বিট দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ : উচ্চতম ন্যায়ালয়ৰ বাহিৰত ১৪৪ ধাৰা জাৰি
যৌন নিৰ্যাতনৰ গোচৰত দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক আভ্যন্তৰীণ তদন্ত কমিটিয়ে ক্লীনশ্বিট দিয়াৰ এদিন পাছতেই উচ্চতম ন্যায়ালয়ৰ বাহিৰত মঙলবাৰে আৰক্ষীয়ে ১৪৪ ধাৰা…
যাত্ৰীৰ সুবিধাৰ বাবে কেইবাখনো ৰে’লত অতিৰিক্ত দবা সংযোগ ঘটাব উত্তৰ-পূব সীমান্ত ৰে’লৱেই
উত্তৰ-পূব সীমান্ত ৰে’লৱেই (এন এফ আৰ) অঞ্চলটোৰ ৰে’লযাত্ৰীসকলৰ বাবে ইয়াৰ দূৰণিবটীয়া আৰু যাত্ৰীবাহী ৰে’লসমূহত যাত্ৰীৰ বহন ক্ষমতা বৃদ্ধি কৰাৰ পদক্ষেপ হিচাপে স্থায়ীভাৱে…