Author: এন ই নাও নিউজ, গুৱাহাটী
ইটালীৰ প্ৰধানমন্ত্ৰীক ক’লে পুটিনে-এতিয়াই নহয় যুদ্ধবিৰতি
ৰাছিয়া এতিয়াই যুদ্ধবিৰতিৰ বাবে সাজু নহয়।ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ’ দ্ৰাঘিৰ সৈতে হোৱা টেলিফোনিক বৰ্তালাপত এই কথা জনাইছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। বৃহস্পতিবাৰে…
যুদ্ধৰ আঁৰৰ খবৰ: ইউক্ৰেইনত যুদ্ধত অৱতীৰ্ণ হৈ মৃত্যুক সাৱটিলে চলচ্চিত্ৰ তাৰকা আৰু গ’স্তোমেলৰ মেয়ৰে
ইউক্ৰেইনৰ ৰাজধানী কীয়েভৰ গ’স্তোমেল চহৰৰ মেয়ৰ ৬১ বছৰীয়া ইউৰি ইলিচ প্ৰিলিপকো আৰু চলচ্চিত্ৰ তাৰকা ৩৩বছৰীয়া পাছা লি গুলীবিদ্ধ হৈ নিহত হয়। সোমবাৰে…
মাতাল অৱস্থাত গাড়ী চলাই খুন্দিয়ালে আনৰ গাড়ীত! গ্ৰেপ্তাৰৰ সন্মুখীন প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি
মাতাল অৱস্থাত গাড়ী চলাই আন গাড়ীত খুন্দিওৱাৰ বাবে গ্ৰেপ্তাৰৰ সন্মুখীন হ’ল প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ, শচীন তালুকদাৰৰ এসময়ৰ অভিন্ন বন্ধু বিনোদ কাম্বলি। বাতৰি…
টীয়কত ভয়ংকৰ পথদুৰ্ঘটনা, গুৰুতৰভাৱে আহত এজন
টীয়কৰ ষ্টেট বেংক অৱ ইণ্ডিয়া তিনিআলিত আজি সন্ধিয়া প্ৰায় ৭ বজাত এক ভয়ংকৰ পথদুৰ্ঘটনা সংঘটিত হৈছেl যোৰহাট অভিমুখে আহি থকা AS-04-AA-7867 নম্বৰৰ…
‘নৰ্থইষ্ট নাও’ৰ সাংবাদিক দুলাল মিশ্ৰলৈ ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ ‘ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা’
দেশৰ অন্যতম সংবাদসেৱী সংস্থা ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নে আজি অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সহযোগত গুৱাহাটীত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত ‘নৰ্থইষ্ট নাও’ৰ জ্যেষ্ঠ সাংবাদিক…
চিপাহীখোলাত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা অধিৱেশনৰ মূল পতাকা উত্তোলন
যোৰহাট জিলাৰ টীয়কৰ চিপাহীখোলা গজপুৰীয়াৰ কৰ্মযোগী মুখ্যেশ্বৰ শইকীয়া সমন্বয় ক্ষেত্ৰত আৰম্ভ হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা সমিতিৰ ৬৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ…
মেজিৰ জুইয়ে নাশ কৰক অসূয়া-অপ্ৰীতি; মাঘ বিহুৰ বুঢ়া মেজি জ্বলাই সকলোৱে ৰক্ষা কৰিলে পৰম্পৰা
আজি মাঘ বিহু বা ভোগালী বিহু। সমগ্ৰ অসমৰ লগতে টীয়কৰ কাকজান বামকুকুৰাচোৱা গাঁৱতো দেখা গ’ল মাঘ বিহু উদযাপনৰ পৰম্পৰাগত দৃশ্য। গাঁৱৰ বয়োজেষ্ঠ…
কৰ্ম সংস্কৃতিৰ নমুনা! তামুলপুৰৰ এটি বিশেষ কাৰ্যালয়ত দিনৰ ১১ বজালৈ অনুপস্থিত বিষয়া-কৰ্মচাৰী
তামুলপুৰ খণ্ড প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয়ত দিনৰ ১১ বজালৈ উপস্থিত নাই কোনো বিষয়া-কৰ্মচাৰী। আজি তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে আকস্মিকভাৱে পৰিদৰ্শন কৰে তামুলপুৰ…
নগাঁৱৰ জুৰীয়াত ১০বছৰীয়া নাবালিকাক নৃশংস হত্যা
সোমবাৰে নিশা নগাঁৱৰ জুৰীয়াত এগৰাকী ১০বছৰীয়া নাবালিকাক হত্যাৰ ঘটনা ঘটিছে। মৃত নাবালিকাগৰাকীক ছুমায়া আখতাৰ বুলি চিনাক্ত কৰা হৈছে। নাবালিকাগৰাকীৰ মৃতদেহটো তেওঁলোকৰ পাকঘৰত…
ড্ৰাগছ বিৰোধী অভিযানত মাৰ্ঘেৰিটাত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ
তিনিচুকীয়া আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত মৰ্ঘেৰিটাৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী সূত্ৰই কয় যে অসম-অৰুণাচল সীমান্তৰ এটা বাসগৃহত…