Author: ৰিনয় বসুমতাৰী
কোকৰাঝাৰত আৰক্ষী-সেনাৰ যৌথ অভিযানত আটক সাতজন দুৰ্ধৰ্ষ কে এল অ’ সদস্য
অসম আৰক্ষী আৰু সেনাৰ এটা যৌথ অভিযানকাৰী দলে বৃহস্পতিবাৰে নিশা কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন(কে এল অ’)ৰ সাতজন দুৰ্ধৰ্ষ সদস্যক আটক কৰে। যৌথ অভিযানকাৰী…
অব্যাহত আছে প্ৰতিবাদ; আজিও মুকলি আকাশত উৰিল বি পি এফৰ দলীয় পতাকা
যদি ৰাজ্যপালে বি টি চিত আহিব নোৱাৰে তেন্তে সচ্ছ আৰু নিকা প্ৰশাসন ব্যবস্থাৰ কেনে সম্ভৱ ? আজিও বি টি এ ডিৰ প্ৰাণ…
যৌন নিৰ্যাতনৰ বলি হ’ল এটি ৫ বছৰীয়া শিশু; এজন লোকক গ্ৰেপ্তাৰ
কোকৰাঝাৰ চহৰত দেওবাৰে নিশা সংঘটিত হৈছে এটা জঘন্য ঘটনা। এটি পাঁচবছৰীয়া কন্যা শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰা…
বিটিচিৰ ১০০০ কোটি টকীয়া কেলেংকাৰীৰ অভিযোগ; উভতি ধৰিলে বিপিএফে
য়ুপিপিএলৰ কেন্দ্ৰীয় কমিটিৰ সদস্য পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে হাগ্ৰামা মহিলাৰীৰ কাৰ্যকালত বিটিচিত ১০০০ কোটি টকাৰ কেলেংকাৰী হোৱা বুলি অনা অভিযোগৰ এদিন পিছতে…
বিটিচিত ১০০০কোটি টকাৰ বৃহৎ কেলেংকাৰীৰ অভিযোগ আৰ টি আই কৰ্মীৰ
বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল(বিটিচি)ত ১০০০কোটি টকাৰ এক বৃহৎ কেলেংকাৰীৰ ঘটনা শনিবাৰে পোহৰলৈ আহিছে। এই কেলেংকাৰীত সাঙোৰ খাই পৰিছে বিটিচিৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰী,…
ৰাজ্যপালে সংবিধানৰ চৰ্ত উলংঘা কৰিছে : সাংসদ বিশ্বজিৎ দৈমাৰীৰ বিস্ফোৰণ
বিটিচিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন শাসকীয় পৰিষদখনৰ পাঁচ বছৰীয়া শাসনকালৰ যৱনিকাৰে বিটিচিক ৰাজ্যপালৰ শাসনৰ আওতাত নিয়াকলৈ বড়োভূমিত বিজেপিৰে মিত্ৰ দল বিপিএফ দলৰ মাজত…
হ’টস্পট ধুবুৰী জিলাৰ পৰা কোকৰাঝাৰত প্ৰবেশ কৰিব নোৱাৰাকৈ ছীল কৰা হৈছে সীমান্ত পথ
বিশ্ব ব্যাপি কোভিড-১৯ ৰ পৰা পৰিত্ৰাণ পাবলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা দ্বিতীয় পৰ্য্যায়ৰ লকডাউন অব্যাহত। মহামাৰী ক’ৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য…
কোকৰাঝাৰ চহৰত ৰন্ধন গেছ বুকিঙৰ নামত গ্ৰাহকৰ হাৰাশাস্তি; একাংশ দালালৰ বিৰুদ্ধে অভিযোগ
সমগ্ৰ বিশ্বব্যাপী বিভীষিকাৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা জনগনক ৰক্ষা কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা ল’কডাউনত জনগণৰ সুবিধাৰ্থে গ্ৰাহক ৰাইজে…
জনহিত জনসেৱাৰ্থে কোকৰাঝাৰ আৰক্ষী, আৰ্তজনলৈ মুকলি সমূহীয়া ভোজনালয়
লকডাউনৰ মাজতে কোকৰাঝাৰ আৰক্ষীয়ে লৈছে এক প্ৰশংসনীয় পদক্ষেপ। দৰিদ্ৰ ভোকাতুৰজনৰ বাবে মুকলি কৰিছে এক সমূহীয়া ভোজনালয়। লকডাউনৰ ফলত খোৱা-বোৱাত কষ্ট পোৱা দুখীয়া-নিচলা,…
ক’ৰ’না ভাইৰাছ : কোকৰাঝাৰত ধৰ্মীয় সংগঠনসমূহৰ সৈতে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক
ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ তথা ইয়াৰ পৰা হাত সাৰি থাকিবলৈ জনসাধাৰণৰ মাজত সতৰ্কতা আৰু সজাগতা বৃদ্ধিৰ বাবে ধৰ্মীয় তথা সামাজিক সংগঠন সমূহৰ নেতা…